তিৱাসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

প্ৰশ্নাৱলী

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?
২। বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকলে অসমৰ কোন কোন ঠাইত বসবাস কৰে?
৩। তিৱাসকলক কেইটা আৰু কি কি ভাগত ভাগ কৰা হয়?
৪। তিৱাসকলৰ প্রাকঐতিহাসিক যুগৰ কিংবদন্তীমূলক ৰজাজনৰ নাম কি?
৫৷ গোভা ৰজাই কিয় ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল?
৬৷ অসমৰ প্রথমটো কৃষক বিদ্ৰোহৰ নাম কি?
৭। বিয়াল্লিছৰ গণ আন্দোলনত ছহিদ হোৱা তিৱা জনজাতিৰ ব্যক্তিগৰাকী কোন?
৮। তিৱাসকলৰ সমাজ গাঁথনি সম্পৰ্কে লিখা।
৯। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?
১০। তিৱাসকলৰ উৎসৱ-পাৰ্বন সম্পৰ্কে লিখা।
১১। সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?
১২। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
১৩৷ ফুলগুৰিৰ ধেৱা কি?
১৪। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি এগৰাকীৰ নাম লিখা।
১৫। ‘তিৱাচা মিচন’, ‘লালুং দৰবাৰ’নামৰ সামাজিক অনুষ্ঠানৰ কোনে জন্ম দিয়ে?
১৬৷ ‘তিৱাচা মিচন’অনুষ্ঠাটোৰ কাম-কাজসমূহ কেনেধৰণৰ আছিল?
১৭৷ তিৱাসকলৰ জাতীয় সংগীতটো কি?
১৮৷ পাহাৰৰ তিৱাসকলে কাক ‘ফা পৰৈ’ (জাতিৰ পিতা)বুলি সম্বোধন কৰিছিল?
১৯৷ তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে গঠিত ‘তিৱা কৃষ্টি সন্থা’ কোনে গঠন কৰিছিল?
২০। বলাইৰাম সেনাপতিয়ে লিখা কেইখনমান গ্ৰন্থৰ নাম উল্লেখ কৰা।
২১। চমুটোকা লিখা:
     (ক) ইন্দ্ৰচিং দেউৰী
     (খ) বলাইৰাম সেনাপতি

যুগুতালে‍: বাব্‌লি‍ দেৱীয়ে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ