বিপৰীত লিংগবাচক শব্দ
অসমীয়া বিপৰীত লিংগবাচক শব্দৰ সংগ্ৰহ তলত দিয়া হৈছে৷ আপুনি চাব বিচৰা শব্দটোৰ প্ৰথম আখৰটো (শব্দটো যিটো আখৰেৰে আৰম্ভ হৈছে, সেইটো আখৰ) তলৰ তালিকাখনৰ পৰা নিৰ্বাচন কৰি সহজে আপুনি বিচৰা শব্দটো উলিয়াব পাৰিব৷
অ
আ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| আউল-বাউল | আউলী-বাউলী |
| আঁকোঁতা | আঁকঁতী |
| আঁকৰা | আঁকৰী |
| আকাংক্ষী | আকাংক্ষিণী |
| আগল | আগলী |
| আঘণা | আঘোণী |
| আঘোণা | আঘোণী |
| আঁচোতা | আঁচতী |
| আচাৰ্য | আচাৰ্যা, আচাৰ্যানী |
| আচাৰ্য্য | আচাৰ্য্যা, আচাৰ্য্যানী |
| আঁচোৰোঁতা | আঁচোৰঁতী |
| আজলা | আজলী |
| আজ্ঞাকাৰী | আজ্ঞাকাৰিণী |
| আটাল-কটা | আটাল-কাটী |
| আত্মগৰ্বী | আত্মগৰ্বিনী |
| আত্মঘাতী | আত্মঘাতিনী |
| আত্মজ | আত্মজা |
| আত্ৰেয় | আত্ৰেয়ী |
| আদ্বয়সীয়া | আদ্বয়সী |
| আনন্দময় | আনন্দময়ী |
| আনন্দিত | আনন্দিতা |
| আনোতা | আনতী |
| আপা | আপী |
| আপুত | আপুতী |
| আপোনঘাতী | আপোনঘাতিনী |
| আপ্তকাৰী | আপ্তকাৰিণী |
| আয়ুষ্মন্ত | আয়ুষ্মতী |
| আৰোহণকাৰী | আৰোহিণী |
| আৰ্য | আৰ্যা |
| আৰ্য্য | আৰ্য্যা |
| আলনি | আলনী |
| আলৰ | আলৰী |
| আলাপী | আলাপিনী |
| আশ্ৰমী | আশ্ৰমিণী |
| আশ্ৰিত | আশ্ৰিতা |
| আহিনা | আহিনী |
ই
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ইচ্ছাময় | ইচ্ছাময়ী |
| ইন্দ্ৰ | ইন্দ্ৰাণী |
| ইন্দ্ৰিয়সুখাভিলাষী | ইন্দ্ৰিয়সুখাভিলাষিণী |
ঈ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ঈদৃশ | ঈদৃশী |
| ঈশ্বৰবাদী | ঈশ্বৰবাদিনী |
| ঈশ্বৰ | ঈশ্বৰী |
উ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| উচ্চাভিলাষী | উচ্চাভিলাষিণী |
| উজলাদঁতা | উজলাদাঁতী |
| উত্তৰাধিকাৰী | উত্তৰাধিকাৰিণী |
| উৎপাদক | উৎপাদিকা |
| উদ্ভাৱক | উদ্ভাৱিকা |
| উদ্গাতা | উদ্গাত্ৰী |
| উন্মত্ত | উন্মত্তা |
| উন্মাদ | উন্মাদিনী |
| উপদেৱ | উপদেৱী |
| উপদেৱতা | উপদেৱী |
| উপদ্ৰৱকাৰী | উপদ্ৰৱকাৰিণী |
| উপপতি | উপপত্নী |
| উপপাতকী | উপপাতকিনী |
| উপযোগী | উপযোগিনী |
| উপাধ্যায় | উপাধ্যায়নী |
| উপাসক | উপাসিকা |
ঊ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|
ঋ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|
এ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| একাকী | একাকিনী |
| এতাদৃশ | এতাদৃশী |
ঐ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|
ও
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ওজস্বী | ওজস্বিনী |
| ওফোন্দাগলা | ওফোন্দাগালী |
ঔ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|
ক
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| কটুভাষী | কটুভাষিণী |
| কণা | কাণী |
| কথক | কথকিনী |
| কথকী | কথকিনী |
| কথাবাহী | কথাবাহী |
| কনিষ্ঠ | কনিষ্ঠা |
| কন্দনামুৱা | কন্দনামুঈ |
| কন্দুৰা | কান্দুৰী |
| কপিলা | কপিলী |
| কৰভ | কৰভিনী, কৰভী |
| কৰাল | কৰালী |
| কৰী | কৰিণী |
| কৰুণাময় | কৰুণাময়ী |
| কৰোঁতা | কৰঁতী |
| কৰ্তা, কৰ্ত্তা | কৰ্ত্ৰী |
| কলংকিত | কলংকিনী |
| কলঙ্কিত | কলঙ্কিনী |
| কলস্বন | কলস্বনা |
| ক'লা | ক'লী |
| কলা | কালৰী |
| কলিতা | কলিতানী |
| কল্যাণীয় | কল্যাণীয়া |
| কজলা | কাজলী |
| কাজুবা | কাজী |
| কাক | কাকী |
| কাঞ্চা | কাঞ্চী |
| কাণকটা | কাণকাটী |
| কানীয়া | কানীয়ানী |
| কান্ত | কান্তা |
| কান্তিমান | কান্তিমতী |
| কান্দুৰা | কান্দুৰী |
| কামচৰ | কামচাৰিণী |
| কামদ | কামদা |
| কামাতুৰ | কামাতুৰা |
| কামুক | কামুকী |
| কামেশ্বৰ | কামেশ্বৰী |
| কাৰক | কাৰিকা |
| কাৰী | কাৰিণী |
| কালসৰ্প | কালসৰ্পিণী |
| কাঁৱৰা | কাঁৱৰী |
| কাঁউৰা | কাঁৱৰী |
| কাহুৰা | কাহুৰী |
| কিংকৰ | কিংকৰী |
| কিন্নৰ | কিন্নৰী |
| কিৰণময় | কিৰণময়ী |
| কিৰাত | কিৰাতিনী |
| কিশোৰ | কিশোৰী |
| কুকুৰ | কুকুৰণী |
| কুকুৰা | কুকুৰী |
| কুকুৰীকণা | কুকুৰীকাণী |
| কুঁজা | কুঁজী |
| কুটনা | কুটনী |
| কুটনীয়া | কুটনী |
| কুটিল | কুটিলা |
| কুটুম্ব | কুটুম্বিনী |
| কোঁটা | কুঁটী |
| কুঠীয়া | কুঠুনী |
| কুত্তা | কুত্তী |
| কুব্জ | কুব্জী |
| কুমাৰ | কুমাৰী, কুমাৰণী |
| কুৰঙ্গ | কুৰঙ্গিণী |
| কুৰংগ | কুৰংগিনী |
| কুৰূপ | কুৰূপা, কুৰূপিণী |
| কুৰ্মা | কুৰ্মানী |
| কুৰ্ম্মা | কুৰ্ম্মানী |
| কুহক | কুহকিনী |
| কৃপাপাত্ৰ | কৃপাপাত্ৰী |
| কৃষ্ণ | কৃষ্ণা |
| কেওট | কেওটনী |
| কেঁকোৰা | কেঁকুৰী |
| কেচেৰা, কেঁচেৰা | কেচেৰী |
| কেঁৰা | কেঁৰী |
| কেৰেচা, কেৰেচীয়া | কেৰেচী |
| কোঁচ | কুঁচুনী |
| কোঁৱৰ | কোঁৱৰী |
| কোকিল | কোকিলা |
| কোকিলকণ্ঠ | কোকিলকণ্ঠী |
| কোঙা | কুঙী |
| কৌমাৰ | কৌমাৰী |
| ক্ৰীতদাস | ক্ৰীতদাসী |
| ক্ৰোধান্বিত | ক্ৰোধান্বিতা |
খ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| খঁৰা | খাঁৰী |
| খঁৰানকা | খঁৰানাকী |
| খঞ্জন | খঞ্জনী |
| খলিহা-যখ | খলিহা-যখিনী |
| খহুলা | খহুলী |
| খাওঁতা | খাঁতী |
| খালৈ-পেটা | খালৈ-পেটী |
| খাৱৰীয়া | খাউৰী |
| খুৰা | খুৰী |
| খুলীয়া | খুলীয়ানী |
| খেঁকেৰুপতীয়া | খেঁকেৰুপতীয়ানী |
| খেতৰ | খেতৰী |
| খেদেলা | খেদেলী |
| খোনা | খুনী |
| খোৰা | খুৰী |
গ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| গজমূৰা গজমূৰীয়া | গজমূৰী |
| গজেন্দ্ৰ-গমন | গজেন্দ্ৰ-গমনী |
| গন্ধৰ্ব্ব গন্ধৰ্ব | গন্ধৰ্ব্বী গন্ধৰ্বী |
| গৰখীয়া | গৰখীয়ানী |
| গৰবী | গৰবিনী |
| গৰ্বী | গৰ্বিণী |
| গৰাকী | গৰাকিনী |
| গৰীয়স | গৰীয়সী |
| গৰীয়া | গৰীয়ানী |
| গৰুৱা-গলা | গৰুৱা-গালী |
| গৰ্দ্দভ গৰ্দভ | গৰ্দ্দভী গৰ্দভী |
| গৰ্ব্ব গৰ্ব | গৰ্ব্বিণী গৰ্বিণী |
| গাধ, গাধা | গাধী |
| গিৰিহঁত | গিৰিহঁতনী |
| গুচৰীয়া | গুচৰীয়ানী |
| গুচাওঁতা | গুচাঁতী |
| গুণকাৰী, গুণকৰ | গুণকাৰিণী |
| গুণময় | গুণময়ী |
| গুলবদন | গুলবদনী |
| গুৱাল | গুৱালনী গুৱালিনী গুৱালী |
| গৃহত্যাগী | গৃহত্যাগিনী |
| গৃহস্থ | গৃহস্থনী |
| গৃহীত | গৃহীতা |
| গেনা | গেনী |
| গেন্ধেলা | গেন্ধেলী |
| গেৰেলা | গেৰেলী |
| গোপ | গোপী, গোপিনী, গোপিকা |
| গোৱালা | গোৱালী, গোৱালনী |
| গোৱালি | গোৱালী, গোৱালনী |
| গোহাঁই | গোহাঁয়নী |
| গোসাঁই | গোসাঁনী |
| গৌৰাঙ্গ | গৌৰাঙ্গী |
| গ্ৰহীতা | গ্ৰহীত্ৰী |
| গ্ৰাহ | গ্ৰাহী |
| গ্ৰাহী | গ্ৰাহিণী |
ঘ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ঘৰভঙা | ঘৰভাঙী |
| ঘঁহোঁতা | ঘঁহঁতী |
| ঘাঁটোঁতা | ঘাঁটতী |
| ঘাট-মাউৰা | ঘাট-মাউৰী |
| ঘাতক, ঘাতকী | ঘাতিকা, ঘাতিনী |
| ঘাতী | ঘাতিনী |
| ঘেটেলা | ঘেটেলী |
| ঘোঁৰা | ঘুঁৰী |
চ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| চকৰা | চকৰী |
| চকোৰ | চকোৰী |
| চক্ৰবাক | চক্ৰবাকী |
| চঞ্চল | চঞ্চলা |
| চতুৰ | চতুৰী |
| চতুৰ্দশ | চতুৰ্দশী |
| চতুৰ্ভুজ | চতুৰ্ভুজা |
| চন্দ্ৰবদন | চন্দ্ৰবদনা, চন্দ্ৰবদনী |
| চন্দ্ৰমুখ | চন্দ্ৰমুখী |
| চপনীয়া | চাপনী |
| চপৰিয়া | চপৰিয়ঁতী |
| চপল | চপলা |
| চবিয়াওঁতা | চবিয়ঁতী |
| চম্ভালোঁতা | চম্ভালঁতী |
| চৰহোঁতা | চৰহঁতী |
| চৰাওঁতা | চৰাঁতী |
| চৰুতখোৱা | চৰুতখাঁতী |
| চলাওঁতা | চলাঁতী |
| চলোঁতা | চলঁতী |
| চহাওঁতা | চহাঁতী |
| চহোঁতা | চহঁতী |
| চাকৰ | চাকৰণী |
| চাকোঁতা | চাকঁতী |
| চাকোলা | চাকুলী |
| চাঁচোঁতা | চাঁচঁতী |
| চাণ্ডাল | চাণ্ডালী, চাণ্ডালিনী |
| চাতক | চাতকিনী, চাতকী |
| চাপৰাওঁতা | চাপৰাঁতী |
| চাপৰোঁতা | চাপৰঁতী |
| চালা | চালী |
| চিকুণ | চিকণী, চিকুণী |
| চিকোটোঁতা | চিকোটঁতী |
| চিয়ঁৰোঁতা | চিয়ঁৰঁতী |
| চিনাওঁতা | চিনাতী |
| চিনোতা | চিনতী |
| চিণ্ময় | চিণ্ময়ী |
| চিৰকুমাৰ | চিৰকুমাৰী |
| চুকচুকাওঁতা | চুকচুকাঁতী |
| চুকভেকোলা | চুকভেকুলী |
| চুকসুন্দৰ | চুকসুন্দৰী |
| চুটোঁতা | চুটঁতী |
| চুলতান | চুলতানা |
| চেনেহুৱা | চেনেহী |
| চেপোঁতা | চেপঁতী |
| চেৰাওঁতা | চেৰাঁতী |
| চেলেকোঁতা | চেলেকঁতী |
| চোকোৰা | চুকুৰী |
| চোঁচৰোঁতা | চোঁচৰঁতী |
| চোঁচৰাওঁতা | চোঁচৰাঁতী |
| চোঁচোঁতা | চোঁচঁতী |
| চোঁৱৰ | চুঁৱৰী |
| চোঙাওঁতা | চোঙাতী |
| চোপোঁতা | চোপঁতী |
| চোবাওঁতা | চোবাঁতী |
| চোৰ | চুৰুণী |
| চোৰোকোঁতা | চোৰোকঁতী |
| চোহোঁতা | চোহঁতী |
| চ্যুত | চ্যুতা |
ছ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ছটিয়াওঁতা | ছটিয়াঁতী |
| ছলোঁতা | ছলঁতী |
| ছাগ | ছাগলী, ছাগী |
| ছাগল | ছাগলী |
| ছাত্ৰ | ছাত্ৰী |
| ছেওঁতা | ছেঁতী |
| ছেকোঁতা | ছেকঁতী |
| ছেলাওঁতা | ছেলাঁতী |
জ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| জ | জা |
| জঁকাওঁতা | জঁকাতী |
| জগৰীয়া | জগৰীয়ানী |
| জগাওঁতা | জগাঁতী |
| জঁটীয়া | জাঁটলী |
| জঁটলা | জাঁটলী |
| জনিতা | জনিত্ৰী |
| জন্মদাতা | জন্মদাত্ৰী |
| জন্মাওঁতা | জন্মাতী |
| জন্মোতা | জন্মতী |
| জঁপৰা | জাঁপৰী |
| জবৰা | জবেৰী |
| জলকোঁৱৰ | জলকুঁৱৰী |
| জহৰা | জহৰী |
| জাগোঁতা | জাগঁতী |
| জধলা | জাধলী |
| জানোতা | জানতী |
| জাৰোঁতা, ঝাৰোঁতা | জাৰঁতী |
| জালোঁতা | জালঁতী |
| জালোৱা | জালোৱানী |
| জালোৱাই | জালোৱানী |
| জিত | জিতা |
| জিনোতা | জিনতী |
| জিৰাওঁতা | জিৰাঁতী |
| জীয়াওঁতা | জীয়ঁতী |
| জীৱন্মৃত | জীৱন্মৃতা |
| জীৱনসংগী | জীৱনসংগিনী |
| জুবুৰিয়াওঁতা | জুবুৰিয়াঁতী |
| জুমোতা | জুমতী |
| জেঠা | জেঠী |
| জোকাওঁতা | জোকাঁতী |
| জোকাৰোঁতা | জোকাৰঁতী |
| জোঙালোঁতা | জোঙালঁতী |
| জোঁটোঁতা | জোঁটঁতী |
| জোঁটাওঁতা | জোঁটাঁতী |
| জোপোঁতা | জোপঁতী |
| জোৰাওঁতা | জোৰাঁতী |
| জোৱাওঁতা | জোৱাঁতী |
| জ্ঞানদাতা | জ্ঞানদাত্ৰী |
| জ্ঞানবাদী | জ্ঞানবাদিনী |
| জ্ঞানৱান | জ্ঞানৱতী |
| জ্ঞানৱন্ত | জ্ঞানৱতী |
| জ্ঞানী | জ্ঞানিনী |
| জ্যেষ্ঠ | জ্যেষ্ঠা |
| জ্যেতিৰ্ময় | জ্যেতিষ্মতী |
| জ্যেতিষ্মান | জ্যেতিষ্মতী |
ঝ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|
ট
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| টকচাওঁতা | টকচাঁতী |
| টকলা-মূৰা | টকলামূৰী |
| টকলিয়াওঁতা | টকলিয়াঁতী |
| টঙ্কাৰোঁতা | টঙ্কাৰঁতী |
| টপটপাওঁতা | টপটপাঁতী |
| টলাওঁতা | টলাঁতী |
| টাঙনা | টাঙনী |
| টাটকীয়া | টাটকিনী, টাটকী |
| টানোতা | টানতী |
| টাহোঁতা | টাহঁতী |
| টিকোঁতা | টিকঁতী |
| টিপোঁতা | টিপঁতী |
| টিপাওঁতা | টিপাঁতী |
| টিলঘিলাওঁতা | টিলঘিলাঁতী |
| টিলিকা | টিলিকী |
| টিলিকিয়াওঁতা | টিলিকিয়াঁতী |
| টুকৰিয়াওঁতা | টুকৰিয়াঁতী |
| টুকৰিয়াল, টুকৰীয়া | টুকৰীয়ানী |
| টুটকীয়া | টুটকিনী, টুটকী |
| টুটাওঁতা | টুটাঁতী |
| টুপুৰা | টুপুৰী |
| টুবুকা | টুবুকী |
| টেঙৰ | টেঙৰী |
| টেলেকা | টেলেকী |
| টোকোঁতা | টোকঁতী |
| টোকটোকাওঁতা | টোকটোকাঁতী |
| টোকোনা | টোকনী |
ঠ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ঠগোঁতা | ঠগঁতী |
| ঠাকুৰ | ঠাকুৰাণী |
| ঠাৱৰোঁতা | ঠাৱৰঁতী |
| ঠাহোঁতা | ঠাহঁতী |
| ঠিহিৰা | ঠিহিৰী |
| ঠেকাওঁতা | ঠেকাঁতী |
| ঠেলোঁতা | ঠেলঁতী |
ড
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ডঢ়াওঁতা | ডঢ়াঁতী |
| ডবহা | ডাবহী |
| ডবিয়াওঁতা | ডবিয়াঁতী |
| ডৰোঁতা | ডৰঁতী |
| ডৰাওঁতা | ডৰাঁতী |
| ডঁৰিক | ডঁৰিকী |
| ডৰুৱাওঁতা | ডৰুৱাঁতী |
| ডলাওঁতা | ডলাঁতী |
| ডাঁৰোঁতা | ডাঁৰঁতী |
| ডঁহা | ডাঁহী |
| ডাউক | ডাউকী |
| ডাং-কটা | ডাং-কাটী |
| ডাঙৰীয়া | ডাঙৰীয়ানী |
| ডুবাওঁতা | ডুবাঁতী |
| ডুলি-পেটা | ডুলি-পেটী |
| ডেওঁতা | ডেৱঁতী |
| ডেকা | ডেকেৰী |
| ডেকাকৰে যোৱা | ডেকাকৰে যাঁতী |
| ডোম | ডুমুনী |
ঢ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ঢলাওঁতা | ঢলাঁতী |
| ঢাটকপলীয়া | ঢাটকপালী |
| ঢুলীয়া | ঢুলীয়ানী |
| ঢেপেচা | ঢেপেচী |
| ঢেঁৰা | ঢেঁৰী |
| ঢোঁৰা-কোৱা | ঢোঁৰা-কাউৰী |
ত
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| তনয় | তনয়া |
| তনুজ | তনুজা |
| তন্ময় | তন্ময়ী |
| তপসী | তপসিনী |
| তপস্বী | তপস্বিনী |
| তপতাওঁতা | তপতাঁতী |
| তপা | তপী |
| তপামূৰা | তপামূৰী |
| তৰবৰ | তৰবৰী |
| তৰাওঁতা | তৰাঁতী |
| তৰুণ | তৰুণী |
| তৰোঁতা | তৰঁতী |
| তাকৰাওঁতা | তাকৰাঁতী |
| তাঁতী | তাঁতীয়নী |
| তাপস | তাপসী |
| তাপী | তাপিনী |
| তাৰোঁতা | তাৰিণী |
| তিতাওঁতা | তিতাঁতী |
| তিয়াওঁতা | তিয়াঁতী |
| তীৰ্থযাত্ৰী | তীৰ্থযাত্ৰিণী |
| তীৰ্থেশ্বৰ | তীৰ্থেশ্বৰী |
| তুলাওঁতা | তুলাঁতী |
| তেজস্বী | তেজস্বিনী |
| তোলোঁতা | তোলঁতী |
| তোলাওঁতা | তোলাঁতী |
| তৃপ্তিদায়ক | তৃপ্তা |
| তৃষাতুৰ | তৃষাতুৰা |
| তৃষাৰ্ত | তৃষাৰ্তা |
| তৃষ্ণাতুৰ | তৃষ্ণাতুৰা |
| তৃষ্ণাৰ্ত | তৃষ্ণাৰ্তা |
| ত্ৰাতা | ত্ৰাত্ৰী |
| ত্ৰিগুণ | ত্ৰিগুণা |
| ত্ৰিনয়ন | ত্ৰিনয়না, ত্ৰিনয়নী |
থ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| থওঁতা | থৱঁতী |
| থাকোঁতা | থাকঁতী |
| থুৰিয়াওঁতা | থুৰিয়াঁতী |
| থুৱাওঁতা | থুৱঁতী |
| থেকেচোঁতা | থেকেচঁতী |
| থেতেলাওঁতা | থেতেলাঁতী |
দ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| দঙাওঁতা | দঙাতী |
| দঁতুৱা | দাঁতিনী |
| দণ্ডোতা | দণ্ডতী |
| দত্ত | দত্তা |
| দন্তাল | দন্তুৰৰা |
| দন্তুৰ | দন্তুৰা |
| দন্দুৰা | দন্দুৰী |
| দবহা | দাবহী |
| দবাওঁতা | দবাঁতী |
| দমাওঁতা | দমাতী |
| দমোঁতা | দমাতী |
| দঢ়াওঁতা | দঢ়াঁতী |
| দয়ান্বিত | দয়ান্বিতা |
| দয়াময় | দয়াময়ী |
| দয়াৱান | দয়াৱতী |
| দয়াশীল | দয়াশীলা |
| দৰখাস্তকাৰী | দৰখাস্তকাৰিণী |
| দৰাওঁতা | দৰাঁতী |
| দৰ্পহাৰী | দৰ্পহাৰিণী |
| দৰ্শক | দৰ্শিকা |
| দৰ্শয়িতা | দৰ্শয়িত্ৰী |
| দলোঁতা | দলঁতী |
| দলাওঁতা | দলাঁতী |
| দলিয়াওঁতা | দলিয়াঁতী |
| দাউনি,দাৱনি | দাউনী |
| দাওঁতা | দাৱঁতী |
| দাঙোতা | দাঙতী |
| দাতা | দাত্ৰী |
| দায়ক | দায়িকা |
| দাস | দাসী |
| দাহক | দাহিকা |
| দাঁহুৰা | দাঁহুৰী |
| দিওঁতা | দিয়ঁতী |
| দিগম্বৰ | দিগম্বৰী |
| দীঘল | দীঘলী |
| দীৰ্ঘকায় | দীৰ্ঘকায়া |
| দীৰ্ঘকেশ | দীৰ্ঘকেশী |
| দীৰ্ঘজীৱী | দীৰ্ঘজীৱিনী |
| দীৰ্ঘসূত্ৰী | দীৰ্ঘসূত্ৰিণী |
| দীৰ্ঘায়ু | দীৰ্ঘায়ুসী |
| দীৰ্ঘায়ুস | দীৰ্ঘায়ুসী |
| দুঃখাৰ্ত | দুঃখাৰ্তা |
| দুঃখিত | দুঃখিতা |
| দুঃখী | দুঃখিনী |
| দুখী | দুখিনী |
| দুঃশীল | দুঃশীলা |
| দুখকাৰী | দুখকাৰিণী |
| দুখহাৰী | দুখহাৰিণী |
| দুৰতিক্ৰম | দুৰতিক্ৰমা |
| দুৰতিক্ৰমণীয় | দুৰতিক্ৰমণীয়া |
| দুখীয়া | দুখিনী, দুখুনী |
| দুৰ্বল | দুৰ্বলা |
| দুৰ্ভগা | দুৰ্ভাগিনী, দুৰ্ভাগী |
| দুৰ্মুখ | দুৰ্মুখী |
| দুষ্ট | দুষ্টা |
| দুস্তৰ | দুস্তৰা |
| দূৰগামী | দূৰগামিনী |
| দূৰদৰ্শী | দূৰদৰ্শিনী |
| দূৰৱৰ্তী | দূৰৱৰ্তিনী |
| দেওবৰ | দেওবৰী |
| দেখাওঁতা | দেখাঁতী |
| দেখোঁতা | দেখঁতী |
| দেৱ | দেৱী |
| দেহজ | দেহজা |
| দোঁৱাওঁতা | দোঁৱাতী |
| দোলাওঁতা | দোলাঁতী |
| দোষোঁতা | দোষঁতী |
| দৌহিত্ৰ | দৌহিত্ৰী |
| দ্ৰুতগামী | দ্ৰুতগামিণী |
ধ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ধদুৱা | ধাদহী |
| ধনদাতা | ধনদাত্ৰী |
| ধনদায়ক | ধনদায়িকা |
| ধনদায়ী | ধনদায়িনী |
| ধনৱন্ত | ধনৱতী |
| ধনৱান | ধনৱতী |
| ধনী | ধনৱতী |
| ধনাধিকাৰী | ধনাধিকাৰিণী |
| ধনিক | ধনিকা |
| ধমনা | ধামনী |
| ধৰাওঁতা | ধৰাঁতী |
| ধৰোঁতা | ধৰঁতী |
| ধৰ্মদ্বেষী | ধৰ্মদ্বেষিণী |
| ধৰ্মদ্ৰোহী | ধৰ্মদ্ৰোহিণী |
| ধৰ্মপ্ৰচাৰক | ধৰ্মপ্ৰচাৰিকা |
| ধৰ্মমাতা | ধৰ্মপিতা |
| ধৰ্মমাতৃ | ধৰ্মপিতৃ |
| ধৰ্মৱন্ত | ধৰ্মৱতী |
| ধৰ্মশীল | ধৰ্মশীলা |
| ধৰ্মাধিকাৰী | ধৰ্মাধিকাৰিণী |
| ধলা | ধলী |
| ধৱল | ধৱলা |
| ধীমান | ধীমতী |
| ধূতকপলীয়া | ধুতকপালী |
| ধাতকপলীয়া | ধুতকপালী |
| ধাৰী | ধাৰিণী |
| ধীৱৰ | ধীৱৰী |
| ধুতকপলীয়া | ধুতকপালী |
| ধুনোতা | ধুনতী |
| ধুপালোঁতা | ধুপালঁতী |
| ধুমুৰা | ধুমুৰী |
| ধূৰ্ত | ধূৰ্তা |
| ধেকুৰা | ধেকুৰী |
| ধেনা | ধেনী |
| ধোওঁতা | ধোঁৱতী |
| ধোবা | ধুবুনী |
| ধ্বংসকাৰী | ধ্বংসকাৰিণী |
| ধ্বংসক | ধ্বংসকাৰিণী |
| ধ্বংসোঁতা | ধ্বংসঁতী |
| ধ্বংসী | ধ্বংসিনী |
ন
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| নকুল | নকুলী |
| নগৰ | নগৰী |
| নগৰবাসী | নগৰবাসিনী |
| নগৰৰক্ষক | নগৰৰক্ষিণী |
| নগা | নাগিনী |
| নচুৱাওঁতা | নচুৱঁতী |
| নট | নটনী |
| নন্দন | নন্দনী, নন্দিনী |
| নন্দিত | নন্দিতা |
| নবাবজাদা | নবাবজাদী |
| নবীন | নবীনা |
| নমাওঁতা | নমাতী |
| নৰ | নাৰী |
| নৰকগামী | নৰকগামিনী |
| নৰা | নৰানী |
| নৰ্ত্তক | নৰ্তকী |
| নৰ্তক | নৰ্তকী |
| নৱযৌৱন | নৱযৌৱনা |
| নৱাগত | নৱাগতা |
| নষ্ট | নষ্টা |
| নাক-কটা | নাক-কাটী |
| নাগৰ | নাগৰী |
| নাতি | নাতিনী |
| নাবালক | নাবালিকা |
| নায়ক | নায়িকা |
| নাৰায়ণ | নাৰায়ণী |
| নাশক | নাশিকা |
| নাশী | নাশিনী |
| নিওঁতা | নিয়ঁতী |
| নিকৰুণ | নিকৰুণী |
| নিচুকাওঁতা | নিচুকাঁতী |
| নিদ্ৰিত | নিদ্ৰিতা |
| নিধক | নিধকী |
| নিন্দক | নিন্দকী |
| নিন্দোতা | নিন্দতী |
| নিবাৰোঁতা | নিবাৰঁতী |
| নিবাসী | নিবাসিনী |
| নিমাখিত | নিমাখিতী |
| নিমাত | নিমাতী |
| নিম্নগামী | নিম্নগামিনী |
| নিয়াওঁতা | নিয়াঁতী |
| নিৰপৰাধ | নিৰপৰাধিনী |
| নিৰপৰাধী | নিৰপৰাধিনী |
| নিৰাভৰণ | নিৰাভৰণা |
| নিৰভিমান | নিৰভিমানী |
| নিৰাওঁতা | নিৰাঁতী |
| নিৰীশ্বৰবাদী | নিৰীশ্বৰবাদিনী |
| নিৰুপম | নিৰুপমা |
| নিৰ্গত | নিৰ্গতী |
| নিৰ্গুণ | নিৰ্গুণা, নিৰ্গুণী |
| নিৰ্জল | নিৰ্জলা |
| নিলাজ | নিলাজী |
| নিশাচৰ | নিশাচৰী |
| নিষাদ | নিষাদী |
| নিস্তাৰক | নিস্তাৰিণী |
| নীৰদ | নীৰদা |
| নীলিম | নীলিমা |
| নেকেৰা | নেকেৰী |
| নেতা | নেত্ৰী |
| নোকনুকীয়া | নোকনুকী |
| নোদোকা | নাদুকী |
প
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| পকাওঁতা | পকাঁতী |
| পখৰা | পাখৰী |
| পখালোঁতা | পখালঁতী |
| খিলা | পখিলী |
| পগলা | পাগলী |
| পগাওঁতা | পগাঁতী |
| পঘাখোৱা | পঘাখাঁতী |
| পটীয়া | পটিয়ানী |
| পঠা | পাঠী |
| পঠাওঁতা | পঠাঁতী |
| পতিতপাৱন | পতিতপাৱনী |
| পদকীয়া | পদকীয়ানী |
| পদচাৰী | পদচাৰিণী |
| পদদলিত | পদদলিতা |
| পদপ্ৰাৰ্থী | পদপ্ৰাৰ্থিনী |
| পদস্খলিত | পদস্খলিতা |
| পৰ | পৰা |
| পৰমেশ্বৰ | পৰমেশ্বৰী |
| পৰলা | পাৰলী |
| পৰাজিত | পৰাজিতা |
| পৰাশ্ৰিত | পৰাশ্ৰিতা |
| পৰিচাৰক | পৰিচাৰিকা, পৰিচাৰিণী |
| পৰিচফত | পৰিচিতা |
| পৰিণীত | পৰিণীতা |
| পৰিত্যাজ্য | পৰিত্যাজ্যা |
| পৰিনাতি | পৰিনাতিনী |
| পৰিপন্থী | পৰিপন্থিনী |
| পৰিব্ৰাজক | পৰিব্ৰাজিকা |
| পৰিক্ষাৰ্থী | পৰিক্ষাৰ্থিনী |
| পৰোপকাৰী | পৰোপকাৰিণী |
| পলৰীয়া | পলাউৰী |
| পলুৱাওঁতা | পলুৱঁতী |
| পাগল | পাগলী |
| পাটীমূতুৰা | পাটীমূতুৰী |
| পাঠক | পাঠিকা |
| পাতক | পাতকিনী |
| পাত্ৰ | পাত্ৰী |
| পাদুৰা | পাদুৰী |
| পাপনাশী | পাপনাশিনী |
| পাপাচাৰী | পাপাচাৰিণী |
| পাপিষ্ঠ | পিপিষ্ঠা, পাপিষ্ঠিনী |
| পাপী | পাপী পাপিনী |
| পামৰ | পামৰী |
| পাৰোঁতা | পাৰঁতী |
| পাৰ্শ্বৱৰ্তী | পাৰ্শ্বৱৰ্তিনী |
| পাশৱিক | পাশৱী |
| পিতা | মাতা |
| পিতামহ | পিতামহী |
| পিতৃঘাতক | পিতৃঘাতিকা |
| পিতৃঘাতী | পিতৃঘাতিনী |
| পিতৃহন্তা | পিতৃহন্ত্ৰী |
| পিতৃহীন | পিতৃহীনা |
| পিয়াহদঁতা | পিয়াহদাঁতী |
| পিশাচ | পিশাচী, পিশাচনী |
| পিঁহোতা | পিঁহতী |
| পুণ্যৱন্ত | পুণ্যৱতী |
| পুণ্যৱান | পুণ্যৱতী |
| পুতখোৱা | পুতখাঁতী |
| পুতমূৰ- খোৱা | পুতমূৰ-খাঁতী |
| পুত্ৰ | পুত্ৰিকা, পুত্ৰী, জী |
| পুত্ৰৱান | পুত্ৰৱতী |
| পুত্ৰৱন্ত | পুত্ৰৱতী |
| পুৰ | পুৰী |
| পুহীয়া | পুহী, পুহিতা |
| পূজাৰি, পূজাৰী | পূজাৰিণী |
| পূজোঁতা | পূজঁতী |
| পূজ্য | পূজনীয়া |
| পূজনীয় | পূজনীয়া |
| পূৰাওঁতা | পূৰাঁতী |
| পূৰ্বগামী | পূৰ্বগামিনী |
| পূৰ্বপৰিচিত | পূৰ্বপৰিচিতা |
| পেঙা | পেঙী |
| পেঙুৰা | পেঙী পেঙুৰী |
| পেটুক | পেটুলী |
| পেটুলা | পেটুলী |
| পেটাল | পেটুলী |
| পেটুৱা | পেটুলী |
| পেনেৰা | পেনেৰী |
| পেনেৰীয়া | পেনেৰী |
| পেন্দ | পেন্দী |
| পেৰা | পেৰী |
| পৈৰা | পৈৰী |
| পোহোঁতা | পোহঁতী |
| পৌত্ৰ | পৌত্ৰী |
| প্ৰগলভ | প্ৰগলভা |
| প্ৰচণ্ড | প্ৰচণ্ডী |
| প্ৰজ্ঞাৱান | প্ৰজ্ঞাৱতী |
| প্ৰণয়ী | প্ৰণয়িনী |
| প্ৰণেতা | প্ৰণেত্ৰী |
| প্ৰতিদ্বন্দ্বী | প্ৰতিদ্বন্দ্বিনী |
| প্ৰতিনায়ক | প্ৰতিনায়িকা |
| প্ৰতিবাদী | প্ৰতিবাদিনী |
| প্ৰতিবাসী | প্ৰতিবাসিনী |
| প্ৰতিভাশালী | প্ৰতিভাশালিনী |
| প্ৰতিষ্ঠাতা | প্ৰতিষ্ঠাত্ৰী |
| প্ৰতিৱেশী | প্ৰতিৱেশিনী |
| প্ৰত্যক্ষবাদী | প্ৰত্যক্ষবাদিনী |
| প্ৰথম | প্ৰথমা |
| প্ৰদৰ্শক | প্ৰদৰ্শিকা |
| প্ৰদায়ক | প্ৰদায়িকা |
| প্ৰপিতামহ | প্ৰপিতামহী |
| প্ৰপৌত্ৰ | প্ৰপ্ৰৌত্ৰী, প্ৰপৌত্ত্ৰী |
| প্ৰবাসী | প্ৰবাসিনী |
| প্ৰবাহিত | প্ৰবাহিতা |
| প্ৰবীণ | প্ৰবীণা |
| প্ৰবিষ্ট | প্ৰবিষ্টা |
| প্ৰভাৱশালী | প্ৰভাৱশালিনী |
| প্ৰমাতামহ | প্ৰমাতামহী |
| প্ৰলুব্ধ | প্ৰলুব্ধা |
| প্ৰশিষ্য | প্ৰশিষ্যা |
| প্ৰশ্নকৰ্তা | প্ৰশ্নকৰ্ত্ৰী |
| প্ৰস্ফুটিত | প্ৰস্ফুটিতা |
| প্ৰাণঘাতক | প্ৰাণঘাতিকা |
| প্ৰাণনাথ | প্ৰাণেশ্বৰী |
| প্ৰাণপ্ৰিয় | প্ৰাণপ্ৰিয়া |
| প্ৰাণাধিক | প্ৰাণাধিকা |
| প্ৰাণেশ্বৰ | প্ৰাণেশ্বৰী |
| প্ৰিয় | প্ৰিয়া |
| প্ৰিয়তম | প্ৰিয়তমা |
| প্ৰিয়তৰ | প্ৰিয়তৰা |
| প্ৰিয়দৰ্শন | প্ৰিয়দৰ্শনা |
| প্ৰিয়দৰ্শী | প্ৰিয়দৰ্শিনী |
| প্ৰিয়পাত্ৰ | প্ৰিয়পাত্ৰী |
| প্ৰিয়বাদী | প্ৰিয়বাদিনী |
| প্ৰিয়ভাষী | প্ৰিয়ভাষিণী |
| প্ৰিয়ম্বদ | প্ৰিয়ম্বদা |
| প্ৰিয়সখা | প্ৰিয়সখী |
| প্ৰেত | প্ৰেতিনী |
| প্ৰেমিক | প্ৰেমিকা |
| প্ৰেক্ষক | প্ৰেক্ষিকা |
| প্ৰৌঢ় | প্ৰৌঢ়া |
ফ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ফলদায়ক | ফলদায়িকা |
| ফলৱন্ত | ফলৱতী |
| ফলৱান | ফলৱতী |
| ফলন্ত | ফলৱতী |
| ফলভোগী | ফলভোগিনী |
| ফাগুনা | ফাগুনী |
| ফুটুকা | ফুটুকী |
| ফুলকোঁৱৰ | ফুলকোঁৱৰী |
| ফেঁচা | ফেঁচী |
| ফেঁচানকা | ফেঁচানাকী |
| ফেঁচামুৱা | ফেঁচামুঈ |
| ফেদুৱা | ফেদেলী |
| ফেদেলা | ফেদেলী |
| ফেৰেকা | ফেৰেকী |
| ফোঁটা | ফোঁটী |
| ফোঁটাল | ফোঁটী |
ব
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| বওঁতা | বওঁতী |
| বংশজ | বংশজা |
| বকৰা | বকৰী |
| বক্তা | বক্ত্ৰী |
| বগা | বগী |
| বঙাল | বঙালনী |
| বঙালী | বঙালিনী |
| বঁজা | বাঁজী |
| বঞ্চোতা | বঞ্চতী |
| বতাহ | বতাহী |
| বদীয়া | বদীয়ানী |
| বধ্য | বধ্যা |
| বনবাসী | বনবাসিনী |
| বনৰা | বনৰী |
| বন্দিত | বন্দিতা |
| বন্দী | বান্দী |
| বন্ধু | বান্ধৱী |
| বপুৰা | বপুৰী |
| বৰগিৰী | বৰগিৰাতনী |
| বৰণীয় | বৰণীয়া |
| বৰপিতাই | বৰআই |
| বৰদ | বৰদা |
| বৰদেউতা | বৰমা |
| বৰাংগ | বৰাংগী |
| বৰেণ্য | বৰেণ্যা |
| বৰ্ষীয়ান | বৰ্ষীয়সী |
| বয়োবৃদ্ধ | বয়োবৃদ্ধা |
| বঁৰীয়া | বঁৰীয়াণী |
| বলশালী | বলশালিনী |
| বলহীন | বলহীনা |
| বলিয়া | বলিয়ানী |
| বলিষ্ঠ | বলিষ্ঠা |
| বশীকৃত | বশীকৃতা |
| বশীভূত | বশীভূতা |
| বশ্য | বশ্যা |
| বল্লভ | বল্লভা |
| বহাগু | বহাগী |
| বহুদৰ্শী | বহুদৰ্শিনী |
| বহুৰূপী | বহুৰূপিণী |
| বাউল | বাউলী |
| বাউলা | বাউলী |
| বাওনা | বাউনী |
| বাকসিদ্ধ | বাকসিদ্ধা |
| বাখৰমুখা | বাখৰমুখী |
| বাগদত্ত | বাগদত্তা |
| বাগবিদগ্ধ | বাগবিদগ্ধা |
| বাগীশ | বাগীশ্বৰী |
| বাগ্বিদগ্ধ | বাগ্বিদগ্ধা |
| বাঘ | বাঘিনী |
| বাঙ্ময় | বাঙ্ময়ী |
| বাছোঁতা | বাছঁতী |
| বাঞ্ছোতা | বাঞ্ছতী |
| বাটোঁতা | বাটঁতী |
| বাঢ়োঁতা | বাঢ়ঁতী |
| বাদী | বাদিনী |
| বানৰ | বানৰী |
| বানোতা | বানতী |
| বান্দৰ | বান্দৰী |
| বান্ধৱ | বান্ধৱী |
| বামুণ | বামুণী |
| বাল | বালিকা |
| বালক | বালিকা |
| বাহী | বাহিনী |
| বিকটামুৱা | বিকটামুঈ |
| বিগতযৌৱন | বিগতযৌৱনা |
| বিচিত্ৰ | বিচিত্ৰা |
| বিচিত্ৰিত | বিচিত্ৰিতা |
| বিচ্যুত | বিচ্যুতা |
| বিচোঁতা | বিচঁতী |
| বিজয়ী | বিজয়িনী |
| বিজিত | বিজিতা |
| বিজেত | বিজিতা |
| বিজ্ঞ | বিজ্ঞা |
| বিজ্ঞানী | বিজ্ঞানিনী |
| বিড়াল | বিড়ালী |
| বিতোপন | বিতোপনী |
| বিদেশী | বিদেশিনী |
| বিদ্যাধৰ | বিদ্যাধৰী |
| বিদ্যানুৰাগী | বিদ্যানুৰাগিনী |
| বিদ্যাৱন্ত | বিদ্যাৱতী |
| বিদ্যাৱান | বিদ্যাৱতী |
| বিদ্যাৰ্থী | বিদ্যাৰ্থিনী |
| বিদ্যুৎপ্ৰভ | বিদ্যুৎপ্ৰভা |
| বিদ্বান | বিদ্যাৱতী, বিদুষী |
| বিধ্বংসী | বিধ্বংসিনী |
| বিদ্ৰোহী | বিদ্ৰোহিনী |
| বিধায়ক | বিধায়িকা |
| বিধুৰ | বিধুৰা |
| বিনম্ৰ | বিনম্ৰা |
| বিনয়াবনত | বিনয়াবনতা |
| বিনাশক | বিনাশিকা, বিনাশিনী |
| বিনাশী | বিনাশিনী |
| বিনীত | বিনীতা |
| বিনোদক | বিনোদিনী |
| বিপথগামী | বিপথগামিনী |
| বিপন্ন | বিপন্না |
| বিপুল | বিপুলা |
| বিবসন | বিবসনা |
| বিবস্ত্ৰ | বিবস্ত্ৰা |
| বিবাদী | বিবাদিনী |
| বিবাহিত | বিবাহিতা |
| বিবেকী | বিবেকিনী |
| বিমল | বিমলা |
| বিমুগ্ধ | বিমুগ্ধা |
| বিযোগী | বিযোগিনী |
| বিয়ৈ | বিয়নী |
| বিৰহকাতৰ | বিৰহকাতৰা |
| বিৰহিত | বিৰহিণী |
| বিৰহী | বিৰহিণী |
| বিৰাল | বিৰালী |
| বিৰুদ্ধাচাৰী | বিৰুদ্ধাচাৰিণী |
| বিলতীয়া | বিলতী |
| বিশালাক্ষ | বিশালাক্ষী |
| বিশিষ্ট | বিশিষ্টা |
| বিশীৰ্ণ | বিশীৰ্ণা |
| বিশ্বমোহন | বিশ্বমোহিনী |
| বিশ্বম্ভৰ | বিশ্বম্ভৰা |
| বিশ্বাসঘাতক | বিশ্বাসঘাতকী, বিশ্বাসঘাতকিনী |
| বিশ্বাসঘাতী | বিশ্বাসঘাতিনী, বিশ্বাসঘাতকিনী |
| বিষহৰ | বিষহৰা |
| বিষাদগ্ৰস্ত | বিষাদগ্ৰস্তা |
| বিষাদিত | বিষাদিতা |
| বিস্মিত | বিস্মিতা |
| বিহগ | বিহগী |
| বিহংগ | বিহংগিনী |
| বিহাৰী | বিহাৰিণী |
| বিহুৱা | বিহুৱতী |
| বীৰ্যৱন্ত | বীৰ্যৱতী |
| বীৰ্যৱান | বীৰ্যৱতী |
| বীৰ্যশালী | বীৰ্যশালিনী |
| বুজোঁতা | বুজঁতী |
| বুটা | বুটী |
| বুদু | বুধবৰী |
| বুঢ়া | বুঢ়ী |
| বুঢ়ামুৱা | বুঢ়ামুঈ |
| বুদ্ধিভ্ৰষ্ট | বুদ্ধিভ্ৰষ্টা |
| বুদ্ধিমান | বুদ্ধিমতী |
| বুদ্ধিমন্ত | বুদ্ধিমতী |
| বুদ্ধিহীন | বুদ্ধিহীনা |
| বৃদ্ধ | বৃদ্ধা |
| বৃদ্ধপ্ৰপিতামহ | বৃদ্ধাপ্ৰপিতামহী |
| বৃদ্ধপ্ৰমাতামহ | বৃদ্ধাপ্ৰমাতামহী |
| বৃন্দ | বৃন্দা |
| বেঁকামুৱা | বেঁকামুঈ |
| বেকেটামুৱা | বেকেটামুঈ |
| বেগৱন্ত | বেগৱতী |
| বেগৱান | বেগৱতী |
| বেঙা | বেঙী |
| বেচাৰা | বেচাৰী, বেচেৰী |
| বেচেৰা | বেচাৰী, বেচেৰী |
| বেজ | বেজিনী |
| বেটা | বেটী |
| বেত্তা | বেত্ৰী |
| বেহিমুৱা | বেহিমুঈ |
| বৈভৱশালী | বৈভৱশালিনী |
| বৈমাত্ৰ | বৈমাত্ৰী |
| বৈমাত্ৰেয় | বৈমাত্ৰেয়ী |
| বৈশ্য | বৈশ্যা |
| বৈষ্ণৱ | বৈষ্ণৱী |
| বোন্দা | জাঁই |
| বোন্দোৰা | বুন্দুৰী |
| বোৰোকামুৱা | বোৰোকামুঈ |
| ব্যথিত | ব্যথিতা |
| ব্যভিচাৰী | ব্যভিচাৰিণী |
| ব্যৱসায়াত্মক | ব্যৱসায়াত্মিকা |
| ব্যৱস্থাপক | ব্যৱস্থাপিকা |
| ব্যাঘ্ৰ | ব্যাঘ্ৰী |
| ব্যাপী | ব্যাপিনী |
| ব্ৰহ্মচাৰী | ব্ৰহ্মচাৰিণী |
| ব্ৰহ্মবধী | ব্ৰহ্মবধিনী |
| ব্ৰাহ্ম | ব্ৰাহ্মিকা |
| ব্ৰাহ্মণ | ব্ৰাহ্মণী |
ভ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ভকত | ভকতনী |
| ভকুৱামুখা | ভকুৱামুখী |
| ভকুৱামুৱা | ভকুৱামুঈ |
| ভক্তিপৰায়ণ | ভক্তিপৰায়ণা |
| ভক্তিমন্ত | ভক্তিমতী |
| ভগৱন্ত | ভগৱতী |
| ভগৱান | ভগৱতী |
| ভঙুৱা | ভাঙুৰী |
| ভতিজা | ভতিজী |
| ভদীয়া | ভাদৈ |
| ভয়ংকৰ | ভয়ংকৰী |
| ভয়হাৰক | ভয়হাৰিকা, ভয়হাৰিণী |
| ভয়হাৰী | ভয়হাৰিকা, ভয়হাৰিণী |
| ভৰ্তা | ভৰ্ত্ৰী |
| ভঁৰালী | ভঁৰালীয়নী |
| ভাঁকৰা | ভাঁকৰী |
| ভাগিন | ভাগিনী |
| ভাগুৰা | ভাগুৰী |
| ভাগ্যৱন্ত | ভাগ্যৱতী |
| ভাগ্যৱান | ভাগ্যৱতী |
| ভাগ্যদেৱতা | ভাগ্যদেৱী |
| ভাগ্যহীন | ভাগ্যহীনা |
| ভাঙোতা | ভাঙতী |
| ভাঙনিয়াৰ | ভাঙনী |
| ভাজোঁতা | ভাজঁতী, ভাঁজনী |
| ভাবোঁতা | ভাবঁতী |
| ভাৱাত্মক | ভাৱাত্মিকা |
| ভাস্বত | ভাস্বতী |
| ভাস্বৰ | ভাস্বতী |
| ভিক্ষাজীৱী | ভিক্ষাজীৱিনী |
| ভিক্ষাৰী | ভিক্ষাৰিণী |
| ভিক্ষাশী | ভিক্ষাশিনী |
| ভীত | ভীতা |
| ভীম | ভীমা |
| ভুজংগ | ভুজংগিনী, ভুজংগী |
| ভুজঙ্গ | ভুজংগিনী, ভুজংগী |
| ভুজংগম | ভুজংগিনী, ভুজংগী |
| ভুজঙ্গম | ভুজংগিনী, ভুজংগী |
| ভুটকুৰা | ভুটকুৰী |
| ভুঁৰুলা | ভুঁৰুলী |
| ভুৱনমোহন | ভুৱনমোহিনী |
| ভূত | ভূতুনী |
| ভূতীয়া | ভূতীয়ানী |
| ভূমিহীন | ভূমিহীনা |
| ভূলুণ্ঠিত | ভূলুণ্ঠিতা |
| ভেক | ভেকী |
| ভেড়া | ভেড়ী |
| ভেদী | ভেদিনী |
| ভেদেঙা | ভেদেঙী |
| ভেবেলা | ভেবেলী |
| ভেৰা | ভেৰী |
| ভেলেকা | ভেলেকী |
| ভেলেঙা | ভেলেঙী |
| ভোক্ত্ৰা | ভোক্ত্ৰী |
| ভোকোন্দামুৱা | ভোকোন্দামুঈ |
| ভোটোকা | ভুটুকী |
| ভৌচ | ভৌমী |
| ভ্ৰষ্ট | ভ্ৰষ্টা |
| ভ্ৰষ্টাচাৰী | ভ্ৰষ্টাচাৰিণী |
ম
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| মখনা | মাখুন্দী |
| মগনিয়াৰ | মাগনী |
| মঘুৱা | মাঘী |
| মছলমান | মছলমানিনী, মুছলমানিনী |
| মঙ্গলতি | মঙলতী, মঙ্গলতী |
| মঙলতি | মঙলতী, মঙ্গলতী |
| মংগলৱন্ত | মংগলৱতী |
| মঙ্গলৱন্ত | মঙ্গলৱতী |
| মংগলৱান | মংগলৱতী |
| মঙ্গলৱান | মঙ্গলৱতী |
| মণ্ডিত | মণ্ডিতা |
| মতা | মাইকী |
| মত্ত | মত্তা |
| মদপী | মদ্যপায়িনী |
| মদাহী | মদ্যপায়িনী |
| মদালস | মদালসা |
| মদ্যপায়ী | মদ্যপায়িনী |
| মধুময় | মধুময়ী |
| মধ্যবয়স্ক | মধ্যবয়স্কা |
| মধ্যৱৰ্তী | মধ্যৱৰ্তিনী |
| মধ্যাংগপুষ্ট | মধ্যাংগপুষ্টা |
| মনস্বী | মনস্বিনী |
| মনোমোহন | মনোমোহিনী |
| মনোহৰ | মনোহৰী |
| মনোহাৰী | মনোহাৰিণী |
| মন্ত্ৰমুগ্ধ | মন্ত্ৰমুগ্ধা |
| মন্থৰ | মন্থৰা |
| মন্দগামী | মন্দগামিনী |
| ময়ূৰ | ময়ূৰী |
| মৰণাপন্ন | মৰণাপন্না |
| মৰিয়া | মৰিয়ানী |
| মৰ্দক | মৰ্দিনী |
| মলামুৱা | মলামুঈ |
| মহত | মহতী, মহীয়সী |
| মহা | মাহী |
| মহাকাল | মহাকালী |
| মহাকাশচাৰী | মহাকাশচাৰিণী |
| মহাতেজস্বী | মহাতেজস্বিনী |
| মহাতেজা | মহাতেজস্বিনী |
| মহাৰাজ | মহাৰাণী |
| মহাৰোগী | মহাৰোগিণী |
| মহাশয় | মহাশয়া |
| মহিষ | মহিষী |
| মহীয়ান | মহীয়সী |
| মহেন্দ্ৰ | মহেন্দ্ৰাণী |
| মহেশ | মহেশ্বৰী |
| মহেশ্বৰ | মহেশ্বৰী |
| মহোদয় | মহোদয়া |
| মাউৰা | মাউৰী |
| মাছতিয়াৰ | মাছঁতী |
| মাছুৱৈ | মাছঁতী |
| মাতংগ | মাতংগী |
| মাতঙ্গ | মাতঙ্গী |
| মাতামহ | মাতামহী |
| মাতুল | মাতুলানী |
| মাতৃহন্তা | মাতৃহন্ত্ৰী |
| মাতৃহীন | মাতৃহীনা |
| মাদকসেৱী | মাদকসেৱিনী |
| মান | মাননী |
| মানৱ | মানৱী |
| মানুষ | মানুষী |
| মান্য | মান্যৱতী |
| মান্যৱন্ত | মান্যৱতী |
| মান্যৱান | মান্যৱতী |
| মামা | মামী |
| মায়াময় | মায়াময়ী |
| মায়াৱী | মায়াৱিনী |
| মাৰ্জ্জাৰ | মাৰ্জ্জাৰী |
| মাৰ্জাৰ | মাৰ্জাৰী |
| মাৰ্জিত | মাৰ্জিতা |
| মালী | মালিনী |
| মিকিৰ | মিকিৰণী |
| মিচিমি | মিচিমিয়নী |
| মিতভাষী | মিতভাষিণী |
| মিতা | মিতিনী |
| মিতাচাৰী | মিতাচাৰিণী |
| মিতাহাৰী | মিতাহাৰিণী |
| মিতিৰ | মিতিৰণী |
| মিত্ৰদ্ৰোহী | মিত্ৰদ্ৰোহিণী |
| মিথ্যাচাৰী | মিথ্যাচাৰিণী |
| মিৰি | মিৰিয়নী |
| মিলাওঁতা | মিলাঁতী |
| মিষ্টভাষী | মিষ্টভাষিণী |
| মীনাক্ষ | মীনাক্ষী |
| মুক্ত | মুক্তা |
| মুক্তিদাতা | মুক্তিদাত্ৰী |
| মুখৰ | মুখৰা |
| মুগা | মুগী |
| মুছলমান | মুছলমাননী |
| -মুৱা | -মুঈ |
| মূতুৰা | মূতুৰী |
| মূৰ্ত্তিমন্ত | মূৰ্তিমতী |
| মূৰ্তিমন্ত | মূৰ্তিমতী |
| মূৰ্ত্তিমান | মূৰ্তিমতী |
| মূৰ্তিমান | মূৰ্তিমতী |
| মৃগ | মৃগী |
| মৃণ্ময় | মৃণ্ময়ী |
| মৃদংগীয়া | মৃদংগীয়ানী |
| মৃদঙ্গীয়া | মৃদঙ্গীয়ানী |
| মৃদুল | মৃদুলা |
| মেচ | মেচিনী |
| মেচা | মেচী |
| মেতৰ | মেতৰণী |
| মেদেলা | মেদেলী |
| মেধাৱী | মেধাৱিনী |
| মেনা | মেনী |
| ম্লেচ্ছাচাৰী | ম্লেচ্ছাচাৰিণী |
| মৈত্ৰ | মৈত্ৰী |
| মোহনীয় | মোহনীয়া |
| মোহময় | মোহময়ী |
য
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| যখ | যখিনী |
| যত্নৱন্ত | যত্নৱতী |
| যত্নৱান | যত্নৱতী |
| যত্নশীল | যত্নশীলা |
| যৱন | যৱনী |
| যশস্তা | যশস্বতী |
| যশৱন্ত | যশস্বতী |
| যশস্বান | যশস্বতী |
| যশস্বী | যশস্বিনী |
| যাচক | যাচিকা |
| যাদুকজ | যাদুকৰী |
| যামিক | যামিকা |
| যাদৃশ | যাদৃশী |
| যুগী | যুগিনী |
| যুৱক | যুৱতী |
| যুৱত | যুৱতী |
| যুৱা | যুৱতী |
| যোগাওঁতা | যোগাঁতী |
| যৌৱন | যৌৱনী |
| যৌৱনপ্ৰাপ্ত | যৌৱনপ্ৰাপ্তা |
ৰ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ৰক্তবাহী | ৰক্তবাহিনী |
| ৰক্তয়িহ্বল | ৰক্তবিহ্বলা |
| ৰক্তিম | ৰক্তিমা |
| ৰখোঁতা | ৰখঁতী |
| ৰখাওঁতা | ৰখাঁতী |
| ৰঙিয়াল | ৰাংঢালী |
| ৰচয়িতা | ৰচয়িত্ৰী |
| ৰজক | ৰজকী |
| ৰমণ | ৰমণী |
| ৰঞ্জিত | ৰঞ্জিকা |
| ৰসময় | ৰসময়ী |
| ৰসিক | ৰসিকা |
| ৰক্ষিত | ৰক্ষিতা |
| ৰক্ষক | ৰক্ষিণী |
| ৰক্ষী | ৰক্ষিণী |
| ৰাইলা | ৰাইলী |
| ৰাওমুৱা | ৰাওমুঈ |
| ৰাজকুমাৰ | ৰাজকুমাৰী |
| ৰাজনন্দন | ৰাজনন্দিনী |
| ৰাজভোগ্য | ৰাজভোগ্যা |
| ৰাজৰাজেশ্বৰ | ৰাজৰাজেশ্বৰী |
| ৰাজহংস | ৰাজহংসী |
| ৰাজেন্দ্ৰ | ৰাজেন্দ্ৰাণী |
| ৰাজেশ্বৰ | ৰাজেশ্বৰী |
| ৰাজ্যেশ্বৰ | ৰাজ্যেশ্বৰী |
| ৰান্ধনি | ৰান্ধনী |
| ৰাক্ষস | ৰাক্ষসী |
| ৰুগ্ন | ৰুগ্না |
| ৰুদ্ৰ | ৰুদ্ৰাণী |
| ৰুষ্ট | ৰুষ্টা |
| ৰূপধাৰী | ৰূপধাৰিণী |
| ৰূপৱন্ত | ৰূপৱতী |
| ৰূপৱান | ৰূপৱতী |
| ৰূপী | ৰূপিণী |
| ৰোওঁতা | ৰোৱঁতী |
| ৰোগী | ৰোগিণী |
| ৰোধী | ৰোধিনী |
| ৰোমাঞ্চিত | ৰোমাঞ্চিতা |
| ৰোৰুদ্যমান | ৰোৰুদ্যমানা |
| ৰোষান্বিত | ৰোষান্বিতা |
| ৰোষাৱিষ্ট | ৰোষাৱিষ্টা |
ল
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| লওঁতা | লৱঁতী |
| লগাওঁতা | লগাঁতী |
| লঘিষ্ঠ | লঘিষ্ঠা, লঘিয়সী |
| লচপচীয়া | লচপচী |
| লজ্জান্বিত | লজ্জান্বিতা |
| লজ্জাশীল | লজ্জাশীলা |
| লজ্জাহীন | লজ্জাহীনা |
| লটপটী | লটপটীয়া |
| লঠৰামূৰা | লঠৰামুৰী |
| লঠৰু | লঠৰী |
| লতৰা | লাতৰী |
| লপলপীয়া | লপলপী |
| লহঙা | লহঙী |
| লাউমূৰা | লাউমূৰী, লাওমূৰী |
| লাওমূৰা | লাউমূৰী, লাওমূৰী |
| লাজুক | লাজুকী |
| লাঞ্ছিত | লাঞ্ছিতা |
| লাৰোঁতা | লাৰঁতী |
| লালিত | লালিতা |
| লালিত-পালিত | লালিতা-পালিতা |
| লাৱণ্যময় | লাৱণ্যময়ী |
| লিখোঁতা | লিখঁতী |
| লিগিৰা | লিগিৰী |
| লীলাময় | লীলাময়ী |
| লুকাওঁতা | লুকাঁতী |
| লুচ্ছা | লুচ্ছী |
| লুণ্ঠিত | লুণ্ঠিতা |
| লুভীয়া | লুভুনী |
| লুৰুকা | লুৰুকী |
| লেংপেঙীয়া | লেংপেঙী |
| লেখোঁতা | লেখঁতী |
| লেঙেৰা | লেঙেৰী |
| লেতেৰা | লেতেৰী |
| লেৰুৱা-ওঁঠা | লেৰুৱা-ওঁঠী |
| লেহ | লেহী |
| লোকপাবন | লোকপাবনী |
| লোকহিতৈষী | লোকহিতৈষিণী |
| লোধোমা | লুধুমী |
| লোলুপ | লোলুপা |
শ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| শঁকচূৰ | শাঁকিনী |
| শঁকা | শাঁকিনী |
| শক্তিমন্ত | শক্তিমতী |
| শক্তিময় | শক্তিময়ী |
| শক্তিমান | শক্তিমতী |
| শক্তিশালী | শক্তিশালিনী |
| শক্তিহীন | শক্তিহীনা |
| শগুণ | শগুণী |
| শময়িতা | শময়িত্ৰী |
| শমিত | শমিতা |
| শয্যাশায়ী | শয্যাশায়িনী |
| শৰণ্য | শৰণ্যা |
| শৱৰ | শৱৰী |
| শস্যশ্যামল | শস্যশ্যামলা |
| শহুৰ | শাহু |
| শাপগ্ৰস্ত | শাপগ্ৰস্তা |
| শাপভ্ৰস্ত | শাপভ্ৰস্তা |
| শায়িত | শায়িতা |
| শায়ী | শায়িনী |
| শালিকা | শালিকী |
| শালী | শালিনী |
| শাশ্বত | শাশ্বতী |
| শাসক | শাসিকা |
| শাসিত | শাসিতা |
| শিখী | শিখিনী |
| শিকোঁতা | শিকঁতী |
| শিকাওঁতা | শিকাঁতী |
| শিল্পকৰ | শিল্পকাৰিণী |
| শিল্পকাৰ | শিল্পকাৰিকা |
| শিল্পী | শিল্পিনী |
| শিয়াল | শিয়ালী |
| শিয়ালগলা | শিয়ালগালী |
| শিক্ষক | শিক্ষয়িত্ৰী |
| শিক্ষাদাতা | শিক্ষাদাত্ৰী |
| শিক্ষাব্ৰতী | শিক্ষাব্ৰতিনী |
| শুকাওঁতা | শুকাঁতী |
| শুকান | শুকানী |
| শুকুলা | শুকুলী |
| শুক্ল | শুক্লা |
| শুচিব্ৰত | শুচিব্ৰতা |
| শুগীয়া | শুগুনী |
| শুভানন | শুভাননা |
| শুভাকাংক্ষী | শুভাকাংক্ষিণী |
| শুভানুধ্যায়ী | শুভানুধ্যায়িনী |
| শুভ্ৰ | শুভ্ৰা |
| শুৱনি | শুৱনী |
| শুশ্ৰূষাকাৰী | শুশ্ৰূষাকাৰিণী |
| শূদিৰ | শূদিৰণী |
| শূদ্ৰ | শূদ্ৰা, শূদ্ৰাণী |
| শূলাহগুৰা | শূলাহাগুৰী |
| শৃগাল | শৃগালী |
| শোকাকুল | শোকাকুলা |
| শোকাতুৰ | শোকাতুৰা |
| শোগোনা | শুগুনী |
| শোধাওঁতা | শোধাঁতী |
| শোভাময় | শোভাময়ী |
| শোহোঁতা | শোহঁতী |
| শৌৰ্যশালী | শৌৰ্যশালিনী |
| শ্বেতাংগ | শ্বেতাংগী |
| শ্মশানবাসী | শ্মশানবাসিনী |
| শ্ৰদ্ধেয় | শ্ৰদ্ধেয়া |
| শ্ৰমহাৰী | শ্ৰমহাৰিণী |
| শ্ৰমাপহাৰী | শ্ৰমাপহাৰিণী |
| শ্ৰীমন্ত | শ্ৰীমতী |
| শ্ৰীমান | শ্ৰীমতী |
| শ্ৰোতা | শ্ৰোত্ৰী |
| শ্যামল | শ্যামলী |
| শ্যামাংগ | শ্যামাংগী, শ্যামাংগিনী |
| শ্যালক | শ্যালিক |
ষ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ষটপদ | ষটপদী |
স
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| সংকলক | সংকলয়িতা |
| সংগী | সংগিনী |
| সংগ্ৰহীতা | সংগ্ৰহিত্ৰী |
| সংগ্ৰাহক | সংগ্ৰাহিকা |
| সংঘচাৰী | সংগচাৰিণী |
| সংযন্তা | সংযমী |
| সংযাত্ৰিক | সংযাত্ৰিকী |
| সংযাত্ৰী | সংযাত্ৰিণী |
| সংশয়ালু | সংশয়িত্ৰী |
| সংশয়ী | সংশয়িত্ৰী |
| সংশয়িত | সংশয়িতা |
| সংসৰ্গী | সংসৰ্গিণী |
| সংস্থাপক | সংস্থাপিকা |
| সংহৰ্তা | সংহৰ্ত্ৰী |
| সখা | সখী |
| সখি | সখী |
| সগোত্ৰ | সগোত্ৰা, সগোত্ৰী |
| সঙ্গী | সঙ্গিনী |
| সজন | সজনী |
| সজ্জিত | সজ্জিতা |
| সঞ্চিত | সঞ্চিতা |
| সত্যবক্তা | সত্যবক্ত্ৰী |
| সত্যবাদী | সত্যবাদিনী |
| সত্যানুৰাগী | সত্যানুৰাগিনী |
| সদস্য | সদস্যা |
| সদ্ব্যয়ী | সদ্ব্যয়িনী |
| সদ্যস্নাত | সদ্যস্নাতা |
| সদ্যোমৃত | সদ্যোমৃতা |
| সনাতন | সনাতনী |
| সন্তৰণকাৰী | সন্তৰণকাৰিণী |
| সন্তানৱান | সন্তানৱতী |
| সন্তানহীন | সন্তানহীনা |
| সন্তাপহাৰী | সন্তাপহাৰিণী |
| সন্ন্যাসী | সন্ন্যাসিনী |
| সন্মানিত | সন্মানিতা |
| সন্মানীয় | সন্মানীয়া |
| সন্মিলিত | সন্মিলিতা |
| সন্মুখৱৰ্তী | সন্মুখৱৰ্তিনী |
| সপ্তম | সপ্তমী |
| সবৎস | সবৎসা |
| সভানায়ক | সভানেত্ৰী |
| সভাপতি | সভানেত্ৰী |
| সমজাতীয় | সমজাতীয়া |
| সমতুল্য | সমতুল্যা |
| সমদৰ্শী | সমদৰ্শিনী |
| সমপদস্থ | সমপদস্থা |
| সমপাঠী | সমপাঠিনী |
| সমবয়স্ক | সমবয়স্কা |
| সমবায়ী | সমবায়িনী |
| সময়ানুৱৰ্তী | সময়ানুৱৰ্তিনী |
| সমৰ্থিত | সমৰ্থিতা |
| সমৰ্পণকাৰী | সমৰ্পণকাৰিণী |
| সমৰ্পিত | সমৰ্পিতা |
| সমৱৰ্তী | সমৱৰ্তিনী |
| সমাদৃত | সমাদৃতা |
| সমাজহিতৈষী | সমাজহিতৈষিণী |
| সমাপক | সমাপিকা |
| সমীক্ষাকাৰী | সমীক্ষাকাৰিণী |
| সমুখৱৰ্তী | সমুখৱৰ্তিনী |
| সমুত্থিত | সমুত্থিতা |
| সমৃদ্ধ | সমৃদ্ধা |
| সমৃদ্ধিশালী | সমৃদ্ধিশালিনী |
| সম্পন্ন | সম্পন্না |
| সম্পৰ্কীয় | সম্পৰ্কীয়া |
| সম্পাদক | সম্পাদিকা |
| সম্প্ৰদাতা | সম্প্ৰদাত্ৰী |
| সম্বন্ধী | সম্বন্ধিনী |
| সম্ভৱ | সম্ভৱা |
| সম্ভাষিত | সম্ভাষিতা |
| সম্ভূত | সম্ভূতা |
| সম্ৰাট | সম্ৰাজ্ঞী |
| সৰবজান | সৰবজানী |
| সৰল | সৰলা |
| সৰ্প | সৰ্পিণী |
| সৰ্বংসহ | সৰ্বংসহা |
| সৰ্বগ | সৰ্বগা |
| সৰ্বগামী | সৰ্বগামিনী |
| সৰ্বগ্ৰাসী | সৰ্বগ্ৰাসিনী |
| সৰ্বত্যাগী | সৰ্বত্যাগিনী |
| সৰ্বনিয়ন্তা | সৰ্বনিয়ন্ত্ৰী |
| সৰ্ববাদী | সৰ্ববাদিনী |
| সৰ্বমংগল্য | সৰ্বমংগল্যা |
| সৰ্বময় | সৰ্বময়ী |
| সৰ্বশ্ৰেষ্ঠ | সৰ্বশ্ৰেষ্ঠা |
| সৰ্বাংগীণ | সৰ্বাংগীণা |
| সৰ্বাৰ্থসাধক | সৰ্বাৰ্থসাধিকা |
| সহকৰ্মী | সহকৰ্মিনী |
| সহকাৰী | সহকাৰিণী |
| সহগামী | সহগামিনী |
| সহচৰ | সহচৰী |
| সহপাঠী | সহপাঠিনী |
| সহশিক্ষক | সহশিক্ষয়িত্ৰী |
| সহোদৰ | সহোদৰা |
| সাংশয়িক | সাংশয়িকী |
| সাঁচোঁতা | সাঁচঁতী, সাঁচনী |
| সাকাৰোপাসক | সাকাৰোপাসিকা |
| সাগৰগামী | সাগৰগামিনী |
| সাজতোলা | সাজতোলানী |
| সাতোলা | সাতোলানী |
| সাদৰ | সাদৰী |
| সাধক | সাধিকা |
| সাধোঁতা | সাধঁতী |
| সানোতা | সানতী |
| সান্ত্বনাদাতা | সান্ত্বনাদাত্ৰী |
| সালঙ্কৃত | সালঙ্কৃতা |
| সাৱল | সাৱলী |
| সাহসিক | সাহসিকী |
| সাহসী | সাহসিনী |
| সাহায্যপ্ৰাৰ্থী | সাহায্যপ্ৰাৰ্থিনী |
| সাহিত্যৰথী | সাহিত্যৰথিনা |
| সাহিত্যিক | সাহিত্যিকা |
| সাহিয়াল | সাহসিকী, সাহসিনী |
| সিদ্ধিদাতা | সিদ্ধিদাত্ৰী, সিদ্ধিদায়িনী |
| সিংহ | সিংহী |
| সুকণ্ঠ | সুকণ্ঠী |
| সুকুমাৰ | সুকুমাৰী |
| সুকেশ | সুকেশা, সুকেশী, সুকেশিনী |
| সুখকৰ | সুখকৰী |
| সুখদায়ক | সুখদায়িকা, সুখদায়িনী |
| সুখাভিলাষী | সুখাভিলাষিণী |
| সুখাৰ্থী | সুখাৰ্থিনী |
| সুখী | সুখিনী |
| সুচতুৰ | সুচতুৰা |
| সুচৰিত্ৰ | সুচৰিত্ৰা |
| সুত | সুতা |
| সুতনু | সুতনুকা |
| সুদৰ্শন | সুদৰ্শিনী, সুদৰ্শনা |
| সুদক্ষ | সুদক্ষিণা |
| সুদক্ষিণ | সুদক্ষিণা |
| সুধাময় | সুধাময়ী |
| সুনয়ন | সুনয়না |
| সুনিপুণ | সুনিপুণা |
| সুনেত্ৰ | সুনেত্ৰা |
| সুন্দৰ | সুন্দৰী |
| সুপাত্ৰ | সুপাত্ৰী |
| সুপুত্ৰ | সুপুত্ৰী |
| সুপ্ৰতিষ্ঠিত | সুপ্ৰতিষ্ঠিতা |
| সুপ্ৰভ | সুপ্ৰভা |
| সুবদন | সুবদনা |
| সুবাসিত | সুবাসিনী |
| সুবিপুল | সুবিপুলা |
| সুবিনীত | সুবিনীতা |
| সুব্ৰত | সুব্ৰতা |
| সুভাষী | সুভাষিণী |
| সুমহান | সুমহতী |
| সুযোগ্য | সুযোগ্যা |
| সুৰঞ্জিত | সুৰঞ্জিতা |
| সুৰক্ষিত | সুৰক্ষিতা |
| সুৰাপায়ী | সুৰাপায়িনী |
| সুৰূপ | সুৰূপা, সুৰূপিণী |
| সুলভ | সুলভা |
| সুলক্ষণ | সুলক্ষণা |
| সুলেখক | সুলেখিকা |
| সুলোচন | সুলোচনা, সুলোচনী |
| সুৱাগী | সুৱাগিনী |
| সুশীল | সুশীলা |
| সুশোভিত | সুশোভিতা |
| সুসংবৃত | সুসংবৃতা |
| সুসজ্জিত | সুসজ্জিতা |
| সুসভ্য | সুসভ্যা |
| সুস্মিত | সুস্মিতা |
| সুহাস | সুহাসিনী |
| সূক্ষ্মদৰ্শী | সূক্ষ্মদৰ্শিনী |
| সেৰেকা | সেৰেকী |
| সেৱক | সেৱিকা, সেৱকিনী |
| সেৱাব্ৰতী | সেৱাব্ৰতিনী |
| সোণামুৱা | সোণামুঈ |
| সোদৰ | সোদৰা |
| সোধোঁতা | সোধঁতী |
| সোমাওঁতা | সোমাতী |
| সোলা | সুলী |
| সৌন্দৰ্য্যশালী | সৌন্দৰ্যশালিনী |
| সৌন্দৰ্যশালী | সৌন্দৰ্যশালিনী |
| সৌভাগ্যৱান | সৌভাগ্যৱতী |
| সৌভাগ্যশালী | সৌভাগ্যশালিনী |
| স্থবিৰ | স্থবিৰা |
| স্থানীয় | স্থানীয়া |
| স্থাপয়িতা | স্থাপয়িত্ৰী |
| স্থিত | স্থিতা |
| স্থিৰযৌৱন | স্থিৰযৌৱনা |
| স্থূলোদৰ | স্থূলোদৰা |
| স্নিগ্ধ | স্নিগ্ধা |
| স্নেহপাত্ৰ | স্নেহপাত্ৰী |
| স্নেহময় | স্নেহময়ী |
| স্নেহৱান | স্নেহৱতী |
| স্নেহশীল | স্নেহশীলা |
| স্পৰ্ধিত | স্পৰ্ধিতা |
| স্পৰ্দ্ধী | স্পৰ্ধিতা |
| স্পষ্টবক্তা | স্পষ্টবাদিনী |
| স্পষ্টবাদী | স্পষ্টবাদিনী |
| স্পষ্টভাষী | স্পষ্টভাষিণী |
| স্ফীতোদৰ | স্ফীতোদৰা |
| স্বচ্ছসলিল | স্বচ্ছসলিলা |
| স্বজাতিদ্ৰোহী | স্বজাতিদ্ৰোহিণী |
| স্বতন্তৰ | স্বতন্তৰী |
| স্বতাধিকাৰ | স্বত্বাধিকাৰিণী |
| স্বত্বাধিকাৰী | স্বত্বাধিকাৰিণী |
| স্বদেশত্যাগী | স্বদেশত্যাগিনী |
| স্বদেশানুৰাগী | স্বদেশানুৰাগিণী |
| স্বপক্ষীয় | স্বপক্ষীয়া |
| স্বপ্নচাৰী | স্বপ্নচাৰিণী |
| স্বপ্নদৰ্শী | স্বপ্নদৰ্শিনী |
| স্বপ্নময় | স্বপ্নময়ী |
| স্বয়ম্বৰ | স্বয়ম্বৰা |
| স্বৰূপী | স্বৰূপিণী |
| স্বৰ্গস্থ | স্বৰ্গীয়া |
| স্বৰ্গীয় | স্বৰ্গীয়া |
| স্বৰ্গ্য | স্বৰ্গীয়া |
| স্বৰ্ণময় | স্বৰ্ণময়ী |
| স্বাৰ্থত্যাগী | স্বাৰ্থত্যাগিনী |
| স্বাৰ্থান্বেষী | স্বাৰ্থান্বেষিণী |
| স্বাৰ্থিক | স্বাৰ্থিকী |
| স্বাস্থ্যৱান | স্বাস্থ্যৱতী |
| স্বেচ্ছাচাৰী | স্বেচ্ছাচাৰিণী |
| স্বেচ্ছাধীন | স্বেচ্ছাধীনা |
| স্বেচ্ছানুৱৰ্তী | স্বেচ্ছানুৱৰ্তিনী |
| স্বেচ্ছাসেৱী | স্বেচ্ছাসেৱিকা |
| স্মৰণিক | স্মৰণিকা |
| স্মৃতিমান | স্মৃতিমতী |
হ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| হওঁতা | হৱঁতী, হোৱঁতী |
| হংস | হংসী |
| হংসগমন | হংসগামিনী |
| হগুৰা | হাগুৰী |
| হজুৱা | হজুৱানী |
| হটঙা | হটঙী |
| হটোঁতা | হটঁতী |
| হটাওঁতা | হটাঁতী |
| হঠকাৰী | হঠকাৰিণী |
| হত্যাকাৰী | হত্যাকাৰিণী |
| হত্যাপৰাধী | হত্যাপৰাধিনী |
| হন্তা | হন্ত্ৰী |
| হৰিণ | হৰিণী |
| হৰিণা | হৰিণী |
| হৰিপ্ৰিয় | হৰিপ্ৰিয়া |
| হৰিভকত | হৰিভকতনী |
| হৰ্তা | হৰ্ত্ৰী |
| হস্তী | হস্তিনী |
| হাগুৰা | হাগুৰী |
| হাৰামজাদা | হাৰামজাদী |
| হাৰি | হাৰিণী |
| হাৰী | হাৰিণী |
| হাৰোঁতা | হাৰঁতী |
| -হাৰী | -হাৰিণী |
| হাস্যময় | হাস্যময়ী |
| হিতকৰ | হিতকৰী |
| হিতকাৰী | হিতকাৰিণী |
| হিতবাদী | হিতবাদিনী |
| হিতাকাংক্ষী | হিতাকাংক্ষিণী |
| হিতৈষী | হিতৈষিণী |
| হিমবৰ্ষী | হিমবৰ্ষিণী |
| হিমৱান | হিমৱতী |
| হিৰণ্ময় | হিৰণ্ময়ী |
| হীন | হীনা |
| হীনাংগ | হীনাংগী |
| হৃদয়গ্ৰাহী | হৃদয়গ্ৰাহিণী |
| হৃদয়েশ্বৰ | হৃদয়েশ্বৰী |
| হুতাশনীয়া | হুতাশিনী |
| হেঁকেৰা | হেঁকেৰী |
| হেপেটিমুৱা | হেপেটিমুঈ |
| হেমময় | হেমময়ী |
| হেমাংগ | হেমাংগী |
| হৈম | হৈমী |
| হৈমন্ত | হৈমন্তী |
| হৈমন্তিক | হৈমন্তিকী |
| হোত্ৰ | হোত্ৰী |
| হ্লাদিত | হ্লাদিনী |
ক্ষ
| পুংলিংগ ৰূপ | স্ত্ৰীলিংগ ৰূপ |
|---|---|
| ক্ষণদাচৰ | ক্ষণদাচাৰী |
| ক্ষত্ৰিয় | ক্ষত্ৰিয়ানী, ক্ষত্ৰিয়া |
| ক্ষত্ৰী | ক্ষত্ৰিণী |
| ক্ষমতাৱান | ক্ষমতাৱতী |
| ক্ষমতাশালী | ক্ষমতাশালিনী |
| ক্ষমাপৰায়ণ | ক্ষমাপৰায়ণা |
| ক্ষমিতা | ক্ষমিত্ৰী |
| ক্ষিপ্ত | ক্ষিপ্তা |
| ক্ষিপ্ৰগামী | ক্ষিপ্ৰগামিনী |
| ক্ষীণজীৱী | ক্ষীণজীৱিনী |
| ক্ষীণাংগ | ক্ষীণাংগী |
| ক্ষুব্ধ | ক্ষুব্ধা |
| ক্ষুভিত | ক্ষুভিতা |
| ক্ষেত্ৰপাল | ক্ষেত্ৰপালিকা |

