| সভাপতিৰ নাম | অধিৱেশনৰ স্থান | চন |
|---|---|---|
| পদ্মনাথ গোহাঞিবৰুৱা | শিৱসাগৰ | ১৯১৭ |
| চন্দ্ৰধৰ বৰুৱা | গোৱালপাৰা | ১৯১৮ |
| কালিৰাম মেধি | বৰপেটা | ১৯১৯ |
| পণ্ডিত হেমচন্দ্ৰ গোস্বামী | তেজপুৰ | ১৯২০ |
| অমৃতভূষণদেৱ অধিকাৰী | যোৰহাট | ১৯২৩ |
| কনকলাল বৰুৱা | ডিব্ৰুগড় | ১৯২৪ |
| লক্ষ্মীনাথ বেজবৰুৱা | গুৱাহাটী | ১৯২৪ |
| ৰজনীকান্ত বৰদলৈ | নগাঁও | ১৯২৫ |
| বেণুধৰ ৰাজখোৱা | ধুবুৰী | ১৯২৬ |
| তৰুণৰাম ফুকন | গোৱালপাৰা | ১৯২৭ |
| কমলাকান্ত ভট্টাচাৰ্য্য | যোৰহাট | ১৯২৯ |
| মফিজুদ্দিন আহমদ হাজৰিকা | গোলাঘাট | ১৯৩০ |
| নগেন্দ্ৰনাৰায়ণ চৌধুৰী | শিৱসাগৰ | ১৯৩১ |
| জ্ঞানদাভিৰাম বৰুৱা | উত্তৰলক্ষীমপুৰ | ১৯৩৩ |
| আনন্দচন্দ্ৰ আগৰবালা | মঙলদৈ | ১৯৩৪ |
| ৰঘুনাথ চৌধাৰী | তেজপুৰ | ১৯৩৬ |
| কৃষ্ণকান্ত সন্দিকৈ | গুৱাহাটী | ১৯৩৭ |
| ড° ময়িদুল ইছলাম বৰা | যোৰহাট | ১৯৪০ |
| নীলমণি ফুকন | শিৱসাগৰ | ১৯৪৪ |
| নীলমণি ফুকন | ডিব্ৰুগড় | ১৯৪৭ |
| অম্বিকাগিৰি ৰায়চৌধুৰী | মাৰ্ঘেৰিটা | ১৯৫০ |
| ড° সূ্র্য্যকুমাৰভূঞা | শ্বিলং | ১৯৫৩ |
| নলিনীবালা দেৱী | যোৰহাট | ১৯৫৪ |
| যতীন্দ্ৰনাথ দুৱৰা | গুৱাহাটী | ১৯৫৫ |
| বেণুধৰ শৰ্মা | ধুবুৰী | ১৯৫৬ |
| পদ্মধৰ চলিহা | তিনিচুকীয়া | ১৯৫৮ |
| অতুলচন্দ্ৰহাজৰিকা | নগাঁও | ১৯৫৯ |
| ত্ৰৈলোক্যনাথ গোস্বামী | পলাশবাৰী | ১৯৬০ |
| ত্ৰৈলোক্যনাথ গোস্বামী | গোৱালপাৰা | ১৯৬১ |
| ৰত্নকান্ত বৰকাকতী | নাজিৰা | ১৯৬৩ |
| মিত্ৰদেৱ মহন্ত | ডিগবৈ | ১৯৬৪ |
| ডিম্বেশ্বৰ নেওগ | নলবাৰী | ১৯৬৫ |
| বিনন্দচন্দ্ৰ বৰুৱা | উত্তৰ লক্ষীমপুৰ | ১৯৬৬ |
| নকুলচন্দ্ৰ ভূঞা | ডিব্ৰুগড় | ১৯৬৭ |
| জ্ঞাননাথ বৰা | তেজপুৰ | ১৯৬৮ |
| আনন্দচন্দ্ৰ বৰুৱা | বৰপেটা | ১৯৬৯ |
| উপেন্দ্ৰচন্দ্ৰ লেখাৰু | ধিং | ১৯৭০ |
| তীৰ্থনাথ শৰ্মা | মাকুম | ১৯৭১ |
| হেম বৰুৱা | ধুবুৰী | ১৯৭২ |
| গিৰিধৰ শৰ্মা | ৰঙিয়া | ১৯৭৩ |
| ড° মহেশ্বৰ নেওগ | মঙলদৈ | ১৯৭৪ |
| ড° সত্যেন্দ্ৰনাথ শৰ্মা | তিতাবৰ | ১৯৭৫ |
| যজ্ঞেশ্বৰ শৰ্মা | টিহু | ১৯৭৬ |
| চৈয়দ আব্দুল মালিক | অভয়াপুৰী | ১৯৭৭ |
| প্রসন্নলালচৌধুৰী | গোলাঘাট | ১৯৭৮ |
| অতুলচন্দ্ৰ বৰুৱা | শুৱালকুছি | ১৯৭৯ |
| যতীন্দ্ৰনাথ গোস্বামী | ৰহা | ১৯৮০ |
| সীতানাথ ব্ৰহ্মচৌধুৰী | তিনিচুকীয়া | ১৯৮১ |
| সীতানাথ ব্ৰহ্মচৌধুৰী | ডিফু | ১৯৮২ |
| ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য | বঙাইগাঁও | ১৯৮৩ |
| যোগেশদাস | বিহপুৰীয়া | ১৯৮৫ |
| বীৰেন বৰকটকী | কামপুৰ | ১৯৮৬ |
| ড° মহেন্দ্ৰবৰা | পাঠশালা | ১৯৮৭ |
| কীৰ্তিনাথ হাজৰিকা | হাইলাকান্দি | ১৯৮৮ |
| মহিম বৰা | ডুমডুমা | ১৯৮৯ |
| নৱকান্ত বৰুৱা | বিশ্বনাথ চাৰিআলি | ১৯৯০ |
| ড° নিৰ্মলপ্রভা বৰদলৈ | দুধনৈ | ১৯৯১ |
| লক্ষ্যধৰ চৌধুৰী | গোৰেশ্বৰ | ১৯৯২ |
| ড° ভূপেন হাজৰিকা | শিৱসাগৰ | ১৯৯৩ |
| ড° লীলা গগৈ | মৰিগাঁও | ১৯৯৪ |
| হিতেশ ডেকা | সৰ্থেবাৰী | ১৯৯৫ |
| ড° লক্ষ্মীনন্দন বৰা | বোকাখাত | ১৯৯৬ |
| ড° নগেন শইকীয়া | বিলাসীপাৰা | ১৯৯৭ |
| ড° নগেন শইকীয়া | হাওৰাঘাট | ১৯৯৮ |
| চন্দ্ৰপ্ৰসাদ শইকীয়া | হাজো | ১৯৯৯-২০০০ |
| হোমেন বৰগোহাঞি | ডিব্ৰুগড় | ২০০১-২০০২ |
| ড° বীৰেন্দ্ৰনাথ দত্ত | উত্তৰলক্ষীমপুৰ | ২০০২-২০০৩ |
| কনকসেন ডেকা | ছিপাঝাৰ | ২০০৫-২০০৬ |
| কনকসেন ডেকা | চাপৰ | ২০০৭-২০০৮ |
| ৰংবং তেৰাং | ধেমাজি | ২০০৯-২০১০ |
| ৰংবং তেৰাং | দেৰগাঁও | ২০১১-২০১২ |
| ইমৰান শ্বাহ | বৰপেটা | ২০১২-২০১৩ |
| ইমৰান শ্বাহ | বৰপেটা | ২০১৪-২০১৫ |
| ডা° ধ্ৰুবজ্যোতি বৰা | কলিয়াবৰ | ২০১৫-২০১৭ |
| পৰমানন্দ ৰাজবংশী | বৰডুমছা | ২০১৮-২০২০ |
| ড° কুলধৰ শইকীয়া | শুৱালকুছি | ২০২০ |

