অসম বিচিত্ৰা
মুখ্যপৃষ্ঠা
অসমীয়া ভাষা
_উৎপত্তি আৰু বিকাশ
_অভিধান
_ব্যাকৰণ
__অসমীয়া সমাৰ্থক শব্দ
__অসমীয়া বিপৰীত শব্দ
__অসমীয়া বিপৰীত লিংগ
শিক্ষাৰ্থীৰ পৃষ্ঠা
_দশম শ্ৰেণী
_বৃত্তি পৰীক্ষা
টে'ট
গুণোৎসৱ
যোগাযোগ
Home
জ্যোতিপ্ৰসাদৰ গীত
অগ্নিৰে মই খেলা খেলিছোঁ
অগ্নিৰে মই খেলা খেলিছোঁ
অসম বিচিত্ৰা
November 24, 2017
অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি
কোনো যদি নাহে
নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি
মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷
JOIN TELEGRAM
‘অসম বিচিত্ৰা’ এণ্ড্ৰইড এপ্
‘অসম বিচিত্ৰা’ এণ্ড্ৰইড এপ্টো ইন্ষ্টল কৰিবৰ বাবে তলৰ বুটামটোত ক্লিক্ কৰক
INSTALL
বিভিন্ন মাধ্যমত ‘অসম বিচিত্ৰা’
যোগাযোগৰ প্ৰ-পত্ৰ
নাম:
ই-মেইল:
(আৱশ্যকীয়)
ম’বাইল:
(আৱশ্যকীয়)
বাৰ্তা:
জনপ্ৰিয় পৃষ্ঠাসমূহ
জতুৱা ঠাঁচ
September 09, 2022
তিনিটা মাছৰ কাহিনী— (অংকুৰণ, পঞ্চম শ্ৰেণী)
October 26, 2021
ৰঙৰ ৰহস্য— (অংকুৰণ, পঞ্চম শ্ৰেণী)
October 26, 2021
অসম বিচিত্ৰা (YouTube)
অসম বিচিত্ৰা (Facebook)
সকলো বিষয়ৰ বাবে...
প্রথম শ্ৰেণী
দ্বিতীয় শ্ৰেণী
তৃতীয় শ্ৰেণী
চতুৰ্থ শ্ৰেণী
পঞ্চম শ্ৰেণী
ষষ্ঠ শ্ৰেণী
সপ্তম শ্ৰেণী
অষ্টম শ্ৰেণী
নৱম শ্ৰেণী
দশম শ্ৰেণী
শিতান
অংকুৰণ
কুঁহিপাঠ
গুণোৎসৱ
চতুৰ্থ শ্ৰেণী
জ্যোতিপ্ৰসাদৰ গীত
দশম শ্ৰেণী
পঞ্চম শ্ৰেণী
পৰিৱেশ অধ্যয়ন
বৃত্তি পৰীক্ষা
ষষ্ঠ শ্ৰেণী
স্ব-শিকন সমল
অসম বিচিত্ৰা
অসম বিচিত্ৰালৈ স্বাগতম
যোগাযোগ