আহ অ’ ঘুমটি
আহ অ’ ঘুমটি
আহ অ’ ঘুমটি
আহ
অ’ ঘুমটি আহ অ’ ৷
ৰিক্মিক্ ৰিক্মিক্ টোপনিৰে পাখি জিকেমিকে
চিক্মিক্
চিক্মিক্ হাঁহি ৷
আহ অ’ ঘুমটি ............
মইনাৰ
চিকুণে
চকু
মুদে খালে
জাপে
গ’ল ধুনীয়া পাহি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
অসম বিচিত্ৰা