নিয়মাৱলী:
১) পৰীক্ষাটোত মুঠ ১৫০ নম্বৰ থাকিব৷
শিশুৰ বিকাশ আাৰু শিক্ষণশৈলী - ৩০
ভাষা(I) - ৩০
ভাষা (II) - ৩০
সমাজ বিজ্ঞান - ৬০
২) মুঠ সময় ১০০ মিনিট দিয়া হৈছে৷
৩) ইয়াত কোনো Negative Marking নাই৷
৪) প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্বাচনৰ বাবে ৪০ ছেকেণ্ড সময় ধাৰ্য কৰা হৈছে৷ নিৰ্ধাৰিত ৪০ ছেকেণ্ড সময়ৰ ভিতৰত একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ'লে সেই প্ৰশ্নৰ বাবে থকা ১ নম্বৰ আপুনি হেৰুৱাব৷
৫) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছতহে পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পাৰিব৷
৬) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছত পুনৰ সেই প্ৰশ্নটোলৈ ঘূৰি যাব নোৱাৰিব৷
৭) একেবাৰে শেষৰটো প্ৰশ্ন, অৰ্থাৎ ১৫০ নং প্ৰশ্নটোৰ উত্তৰ Submit কৰাৰ পাছতে আপোনাক আপুনি লাভ কৰা মুঠ নম্বৰ আৰু % দেখুওৱা হ'ব৷ লগতে আপুনি কৰা ভুলসমূহো প্ৰতিৱেদনত চাব পাৰিব৷
৮) অনুত্তীৰ্ণসকলে পুনৰ এবাৰ নিজকে পৰীক্ষা কৰি চাবৰ বাবে বিকল্প থাকিব৷
(যদি কিবা কাৰিকৰী অসুবিধাৰ সন্মুখীন হয়, তেন্তে axom.bichitra@gmail.com-লৈ মেইল কৰি জনাবলৈ নাপাহৰিব)