অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্ন

১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
৪। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা।
৫। সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
৬। সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
৭। ‘‘সম্পদ পৰিৱৰ্তনশীল’’— ব্যাখ্যা কৰা।
৮। সম্পদৰ প্রয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
১০। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা।
১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা।
১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
১৩। মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
১৪। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা৷
১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?
১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা।
১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।
১৮। চমুটোকা লিখা:
   (ক) সম্পদ
   (খ) মানৱ সম্পদ
   (গ) সম্পত্তি
   (ঘ) নবীকৰণযোগ্য সম্পদ
   (ঙ) ব্যক্তিগত সম্পদ
   (চ) জাতীয় সম্পদ
   (ছ) জীৱীয় সম্পদ
   (জ) সম্পদ সংৰক্ষণ
   (ঝ) সম্পদৰ পুনৰাৱৰ্তন
   (ঞ) IUCN

১৯। পাৰ্থক্য লিখা:
   (ক) সম্পদ আৰু সম্পত্তি
   (খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
   (গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্ৰী
   (ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ
   (ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ
   (চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
   (ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ
   (জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন

২০। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
   (ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
   (১) নদ-নদী
   (২) খনিজ তেল
   (৩) জলসিঞ্চন নলা
   (৪) অৰণ্য

(খ) তলৰ কোনটো অজীৱীয় সম্পদ?
   (১) বায়ু
   (২) গছ-গছনি
   (৩) জীৱ-জন্তু
   (৪) ভেঁকুৰ
(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
   (১) বায়ু
   (২) পানী
   (৩) শস্য
   (৪) কয়লা
ঘ) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী?
   (১) এশিঙিয়া গঁড়
   (২) নল গাহৰি
   (৩) জিৰাফ  
   (৪) মিথুন
(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
   (১) UNESCO
   (২) UNO
   (৩) WWF
   (৪) UNEP



অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী
অতি চমু উত্তৰৰ প্রশ্ন
মূল্যাংক: 
১৷ ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
২৷ ভূগোলৰ কোনটো প্ৰধান শাখাত অৰ্থনৈতিক ভূগোল অন্তৰ্গত?
৩৷ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া৷
৪৷ কি কি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়?
৫৷ দুবিধ প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা৷
৬৷ উপকূলীয় অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
৭৷ ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
৮৷ সাৰুৱা সমভূমি অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
৯৷ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?
১০৷ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?
১১৷ জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?
১২৷ মানুহৰ অৰ্থনৈতিক‍ বৃত্তি কেই প্ৰকাৰৰ?
১৩৷ প্ৰাথমিক বৃত্তি মানে কি?
১৪৷ দ্বিতীয়ক বৃত্তি মানে কি?
১৫৷ তৃতীয়ক বৃত্তি মানে কি?
১৬৷ চতুৰ্থক বৃত্তি মানে কি?
১৭৷ প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
১৮৷ দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
১৯৷ তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
২১৷ অৰ্থনৈতিক ভূগোল অধ্যয়নৰ যিকোনো দুটা পদ্ধতি উল্লেখ কৰা৷
২২৷ অৰ্থনৈতিক ভূগোলৰ যিকোনো দুটা শাখা উল্লেখ কৰা৷
২৩৷ বহনক্ষম উন্নয়ন মানে কি?
২৪৷ সম্প্ৰতি কিয় সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে?
২৫৷ কৃষি ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
২৬৷ ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
২৭৷ সম্পদ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
২৮৷ পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
২৯৷ বজাৰ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
৩০৷ পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
৩১৷ পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
৩২৷ সম্পদ কাক বোলে?
৩৩৷ সম্পদৰ যিকোনো দুটা উদাহৰণ দিয়া৷
৩৪৷ মানুহৰ মৌলিক প্ৰয়োজন কেইটা আৰু কি কি?
৩৫৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ হয়নে?
৩৬৷ অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি কি গুণ থাকিব লাগে?
৩৭৷ সম্পদৰ লগত মানুহ কি কি ধৰণে জড়িত?
৩৮৷ প্ৰাকৃতিক সম্পদ কাক বোলে?
৩৯৷ মানৱসৃষ্ট সম্পদ কাক বোলে?
৪০৷ মানৱ সম্পদ বুলিলে কি বুজা?
৪১৷ দুবিধ প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া৷
৪২৷ দুবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া৷
৪৩৷ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
৪৪৷ প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা কাক বোলে?
৪৫৷ দামোদৰ বান্ধ ক’ত অৱস্থিত?
৪৬৷ সম্পত্তি বুলিলে কি বুজা?
৪৭৷ সম্পত্তিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷
৪৮৷ সম্পদ আৰু সম্পত্তিৰ মাজৰ যিকোনো এটা পাৰ্থক্য লিখা৷
৪৯৷ সম্পদসমূহক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে?
৫০৷ প্ৰাকৃতিক সম্পদসমূহক কি কি অৱস্থাত পোৱা যায়?
৫১৷ কাগজ কিহৰ পৰা প্ৰস্তুত কৰা হয়?
৫২৷ খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা৷
৫৩৷ অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ যিকোনো দুখন দেশৰ নাম লিখা৷
৫৪৷ প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
৫৫৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
৫৬৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
৫৭৷ ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
৫৮৷ নৱীকৰণযোগ্য বা পুনঃসৃষ্টি‍ক্ষম সম্পদ কাক বোলে?
৫৯৷ অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ কাক বোলে?
৬০৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
৬১৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
৬২৷ মালিকীস্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
৬৩৷ ব্যক্তিগত সম্পদ কাক বোলে?
৬৪৷ জাতীয় সম্পদ কাক বোলে?
৬৫৷ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
৬৬৷ ব্যক্তিগত সম্পদৰ দুটা উদাহণ দিয়া৷
৬৭৷ জাতীয় সম্পদৰ দুটা উদাহণ দিয়া৷
৬৮৷ আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ দিয়া৷
৬৯৷ বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ কোনটো সংস্থাই পৰিচালিত কৰে?
৭০৷ বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
৭১৷ চিৰবিৰাজমান সম্পদ বুলিলে ‍কি বুজা?
৭২৷ স্থানিক সম্পদ বুলিলে ‍কি বুজা?
৭৩৷ চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ দিয়া৷
৭৪৷ স্থানিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
৭৫৷ সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
৭৬৷ সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?
৭৭৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা৷
৭৮৷ অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা৷
৭৯৷ দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা৷
৮০৷ IUCN-ৰ সম্পূৰ্ণ নাম লিখা৷
৮১৷ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
৮২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷
৮৩৷ UNESCO কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
৮৪৷ কাৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল?
৮৫৷ IUCN কেতিয়া গঠিত হৈছিল?
৮৬৷ IUCN-ৰ মূল উদ্দেশ্য কি?
৮৭৷ WWF-ৰ সম্পূৰ্ণ নাম লিখা৷
৮৮৷ IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা৷
৮৯৷ ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম কি?
৯০৷ ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছি‍ল?
৯১৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
৯২৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
৯৩৷ বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?
৯৪৷ সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা৷
৯৫৷ কপাহী সূতাৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
৯৬৷ প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
৯৭৷ পুনৰাৱৰ্তন প্ৰক্ৰিয়া বুলিলে কি বুজা?
৯৮৷ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
৯৯৷ ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
১০০৷ সম্পদৰ প্ৰধান বৈশিষ্ট্যকেইটা লিখা৷
১০১৷ “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব” কোনে কৈছিল?
১০২৷ মানুহ এবিধ সম্পদ হয়নে?
১০৩৷ খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।
১০৪. শুদ্ধ উত্তৰ বাছি উলিওৱা:
(i) অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল
   (a) চি এফ জোন্স
   (b) ডাৰ্কেনৱাল্ড
   (c) পিটাৰ হেগেট
   (d) জৰ্জ ছিজ হ'
(ii) তলৰ কোনটো প্রাথমিক বৃত্তি নহয়
   (a) মাছ ধৰা
   (b) বনজ সম্পদ আহৰণ 
   (c) শিল্পোৎপাদন প্রক্ৰিয়া 
   (d) কৃষি কাৰ্য
(iii) তলৰ কোনটো দ্বিতীয়ক বৃত্তি
   (a) কৃষি কাৰ্য
   (b) যাতায়াত আৰু পৰিবহন কাৰ্য
   (c) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
   (d) নিৰ্মাণ কাৰ্য
(iv) তলৰ কোনটো তৃতীয়ক বৃত্তি
   (a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অৰ্থনৈতিক কাৰ্য 
   (b) বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য
   (c) বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
   (d) বনজ সম্পদ আহৰণ কাৰ্য
(v) তলৰ কোনটো চতুৰ্থক বৃত্তি নহয়
   (a) শিক্ষা-গৱেষণাৰ লগত জড়িত কাৰ্য
   (b) প্রচাৰ মাধ্যমৰ সৈতে জড়িত কাৰ্য
   (c) প্ৰশাসনৰ সৈতে জড়িত কাৰ্য
   (d) পৰ্যটনৰ সৈতে জড়িত অর্থনৈতিক কাৰ্য
(vi) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়
   (a) প্ৰযুক্তি 
   (b) সৌৰ শক্তি
   (c) উদ্যোগ 
   (d) কাৰ্যালয়
(vii) তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়
   (a) ভাল চৰিত্র 
   (b) শিক্ষা
   (c) কৰ্মদক্ষতা 
   (d) চৰকাৰ
(viii) তলৰ কোনটো জাতীয় সম্পদ
   (a) বায়ুমণ্ডল 
   (b) শিক্ষা
   (c) শিক্ষানুষ্ঠান 
   (d) সাগৰ
(ix) তলৰ কোনটো স্থানিক সম্পদ নহয়
   (a) কয়লা 
   (b) খনিজ পদাৰ্থ
   (c) শস্য 
   (d) পানী
(x) সম্পদ হ’বলৈ হ’লে
   (a) ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগে
   (b) দাম আৰু মূল্য থাকিব লাগে
   (c) প্রাকৃতিক আৰু সহজলভ্য হ’ব লাগে
   (d) পৰিবৰ্তনশীল আৰু ব্যৱহাৰোপযোগী হ'ব লাগে
(xi) সোণ এবিধ
   (a) কৃত্ৰিম সম্পদ
   (b) প্রাকৃতিক সম্পদ
   (c) জৈৱিক সম্পদ 
   (d) মানৱ সম্পদ
(xii) মানৱ সম্পদত আগবঢ়া দেশ হ’ল
   (a) ভূটান 
   (b) জাপান
   (c) বাংলাদেশ 
   (d) ভাৰত
(xiii) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা
   (a) প্রাকৃতিক সম্পদ 
   (b) উদ্ভিদ সম্পদ
   (c) জাতীয় সম্পদ 
   (d) নৱীকৰণ সম্পদ
(xiv) দামোদৰ নদী
   (a) অসমত 
   (b) বিহাৰত
   (c) উৰিষ্যাত
   (d) পশ্চিমবংগত



চমু উত্তৰৰ প্রশ্ন
মূল্যাংক: /
. প্রাথমিক বৃত্তি কাক বোলে? উদাহৰণ দিয়া
. দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া
. তৃতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া
. চতুৰ্থক বৃত্তি কাক বোলে? উদাহৰণ দিয়া
. অর্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিবোৰৰ নাম লিখা
. অর্থনৈতিক ভূগোলৰ শাখা সমূহৰ নাম লিখা
. কৃষি ভূগোল কি?
. ঔদ্যোগিক ভূগোল কি?
. সম্পদ ভূগোল কি?
১০. পৰিবহন ভূগোল কি?
১১. বজাৰ ভূগোল কি?
১২. পৰিকল্পনা আৰু উন্নয়ন ভূগোল কি?
১৩. পৰ্যটন ভূগোল কি?
১৪. জীৱীয় আৰু অজীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া
১৫. অনৱীকৰণ যোগ্য সম্পদ কাক বোলে? উদাহৰণ দিয়া
১৬. অসমত পোৱা কেইবিধ মান লুপ্ত প্রায় মূল্যৱান উদ্ভিদৰ নাম লিখা 
১৭. বিলুপ্ত হ’ব ধৰা কেইবিধ মান প্রাণী যি অসমত পোৱা যায় নাম লিখা
১৮. মানৱসৃষ্ট সম্পদ কাক বোলে? উদাহৰণ দিয়া
১৯. নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? উদাহৰণ দিয়া
২০. উদাহৰণসহ প্ৰতিৰোধক বুলিলে কি বুজা?
২১. প্রাকৃতিক সম্পদ বুলিলে কি বুজা বুজাই লিখা
২২. মানৱ সম্পদ বুলিলে কি বুজা?
২৩. উদাহৰণসহ নৱীকৰণযোগ্য সম্পদ কাক বোলে লিখা
২৪. উদাহৰণসহ ক্ষয়শীল সম্পদ কাক বোলে লিখা
২৫. ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ কাক বোলে?
২৬. আন্তৰ্জাতিক সম্পদ কাক বোলে উদাহৰণসহ লিখা
২৭. সম্পদ সংৰক্ষণ বুলিলে কি বুজা?


ৰচনাধৰ্মী প্ৰশ্নাৱলী

মূল্যাংক: /

. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা
. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা
. মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি?
. অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা
. সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা
. ‘সম্পদ পৰিৱৰ্তনশীল’--- ব্যাখ্যা কৰা।
. সম্পদৰ প্রয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা
১০. সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা
১১. উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা
১২. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা
১৩. মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা
১৪. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা
১৫. সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা



HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ

অতি চমু প্ৰশ্নাৱলী

মূল্যাংক: 

. তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
 (i) তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ? [HSLC '১৪,'১৭,'১৯]
   (a) পানী 
   (b) সূৰ্যৰ ৰশ্মি
   (c) গছ-গছনি 
   (d) প্রাকৃতিক গেছ
(ii) তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনৱীকৰণ যোগ্য? [HSLC '১৬]
   (a) শস্য 
   (b) মানুহ 
   (c) লো 
   (d) সূৰ্যৰ ৰশ্মি
(iii) তলৰ সম্পদ সমূহৰ কোন বিধ সম্পদ অজৈৱ? [HSLC '১৭]
   (a) বায়ু 
   (b) উদ্ভিদ
   (c) জন্তুবোৰ
   (d) শস্য
(iv) তলৰ কোনটো মানৱসৃষ্ট সম্পদ? [HSLC '১৮]
   (a) অৰণ্য 
   (b) জলসিঞ্চন
   (c) নদ-নদী
   (d) খনিজ তেল
. প্রতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া [HSLC '১১]
. এটা সামগ্ৰীৰ উদাহৰণ দিয়া, যিটো সম্পদ আৰু সম্পত্তি দুয়োটা। [HSLC '১২]
. সম্পদ সংৰক্ষণৰ প্রয়োজনীয়তা কিয় সমগ্র বিশ্বতে আৱশ্যক হৈ পৰিছে? [HSLC '১৬]

চমু প্রশ্নাৱলী

মূল্যাংক : /

. সম্পদৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। [HSLC '১১]
. ‘সম্পদৰ সংৰক্ষণ’ মানে কি? [HSLC '১১]
. মানুহক কিয় মানৱ সম্পদ বোলা হয়? [HSLC '১২]
. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। [HSLC '১২,'১৮]
. জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পাৰ্থক্য লিখা। [HSLC '১৩]
. সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি? [HSLC ’১৪].
. প্রাকৃতিক আৰু মানব সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা [HSLC '১৭]
. সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা। [HSLC '১৮]
. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা। | [HSLC '১৯]

ৰচনাধৰ্মী প্ৰশ্নাৱলী

মূল্যাংক: /

১. অৰ্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা। [HSLC '১৭]
. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা। [HSLC '১৮]
. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। [HSLC '১৯]
. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈলিখা। [HSLC '১৯]


দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ