পৃথিৱীৰ ভূগোল— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্ন


১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

৭। কাৰণ দৰ্শাই উত্তৰ লিখা:
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?
(খ) এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?

৮। তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
(খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।
(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।
(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত?
(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?
(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।
(ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্রধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

৯। চমুটোকা লিখা:
  (ক) পেঞ্জিয়া
  (খ) উত্তৰ মহাসাগৰ
  (গ) ওছেনিয়া মহাদেশ
  (ঘ) এছিয়া মহাদেশৰ নদ-নদী
  (ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ
  (চ) ইউৰোপ মহাদেশৰ নদ-নদী
  (ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল
  (জ) উত্তৰ আমেৰিকা মহাদেশৰ হৃদসমূহ

১০। পাৰ্থক্য লিখা:
  (ক) মহীসোপান আৰু মহীঢাল
  (খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
  (গ) ওছেনিয়া মহাদেশ আৰু এণ্টার্কটিকা মহাদেশ
  (ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি

১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
   (১) প্রশান্ত মহাসাগৰ
   (২) ভাৰত মহাসাগৰ
   (৩) আটলাণ্টিক মহাসাগৰ
   (৪) দক্ষিণ মহাসাগৰ
(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
   (১) উত্তৰ আমেৰিকা
   (২) ইউৰোপ মহাদেশ
   (৩) এণ্টার্কটিকা মহাদেশ
   (৪) ওছেনিয়া মহাদেশ
(গ) ফক্‌লে‍ণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
   (১) আটলাণ্টিক মহাসাগৰ
   (২) উত্তৰ মহাসাগৰ
   (৩) প্রশান্ত মহাসাগৰ
   (৪) ভাৰত মহাসাগৰ
(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
   (১) ভূমধ্য সাগৰ
   (২) লোহিত সাগৰ
   (৩) কাস্পি‍য়ান সাগৰ
   (৪) আৰব সাগৰ
(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?
   (১) ইউৰাল পৰ্বতমালা
   (২) ককেচাচ পৰ্বত
   (৩) কাস্পি‍য়ান সগৰ
   (৪) ভল্গা নদী
(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?
   (১) উত্তৰ আমেৰিকা
   (২) দক্ষিণ আমেৰিকা
   (৩) আফ্ৰিকা
   (৪) এছিয়া
(ছ) ব্ৰাজিলৰ ৰাজধানী কি?
   (১) ৰিও ডি জেনেইৰো
   (২) চাও পাওলো
   (৩) ব্ৰাচিলিয়া
   (৪) লিমা





অতি চমু উত্তৰৰ প্রশ্ন
মূল্যাংক: 

১৷ পৃথিৱীৰ মুঠ মাটিকালি কিমান?
২৷ ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে?
৩৷ ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগে আগুৰি আছে?
৪৷ পৃথিৱীত কেইখন মহাদেশ আছে?
৫৷ পৃথিৱীত কেইখন মহাসাগৰ আছে?
৬৷ ভূ-পৃষ্ঠৰ স্থলভাগৰ মাটিকালি কিমান?
৭৷ ভূ-পৃষ্ঠৰ জলভাগৰ মাটি‍কালি কিমান?
৮৷ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখৰ নাম লিখা৷
৯৷ পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম লিখা৷
১০৷ ২০১৫ চনৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?
১১৷ পেঞ্জিয়া কি?
১২৷ পান্থালাছা কি?
১৩৷ টেথিছ সাগৰ কি?
১৪৷ আঙ্গাৰালেণ্ড কি?
১৫৷ গণ্ডোৱানালেণ্ড কি?
১৬৷ পেঞ্জিয়া উত্তৰা-দক্ষিণাকৈ কি কি ভাগত বিভক্ত?
১৭৷ পেঞ্জিয়াক কিহে উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল?
১৮৷ লৰেছিয়া কি?
১৯৷ জলমণ্ডল কাক বোলে?
২০৷ স্থলমণ্ডল কাক বোলে?
২১৷ কোনকেইখন সাগৰৰ বাদে বাকী সকলো সাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ আছে?
২২৷ পৃথিৱীৰ স্থলমণ্ডল কেইটা বৃহৎ অংশত বিভাজিত হৈ আছে?
২৩৷ পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰথম অংশটো কোনকেইখন মহাদেশেৰে গঠিত?
২৪৷ পৃথিৱীৰ স্থলমণ্ডলৰ দ্বিতীয় অংশটো কোনকেইখন মহাদেশেৰে গঠিত?
২৫৷ পৃথিৱীৰ স্থলমণ্ডলৰ তৃতীয় অংশটো কোনখন মহাদেশেৰে গঠিত?
২৬৷ পৃথিৱীৰ স্থলমণ্ডলৰ চতুৰ্থ অংশটো কোনখন মহাদেশেৰে গঠিত?
২৭৷ প্ৰশান্ত মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত?
২৮৷ আটলাণ্টিক মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত?
২৯৷ ভাৰত মহাসাগৰ ক’ত অৱস্থিত?
৩০৷ উত্তৰ মহাসাগৰ ক’ত অৱস্থিত?
৩১৷ দক্ষিণ মহাসাগৰ ক’ত অৱস্থিত?
৩২৷ জলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত?
৩৩৷ স্থলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত?
৩৪৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে?
৩৫৷ কোনকেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে বিস্তৃত?
৩৬৷ কোনখন মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থি‍ত?
৩৭৷ কোনখন মহাসাগৰ দক্ষিণ গোলাৰ্ধত অৱস্থি‍ত?
৩৮৷ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখা৷
৩৯৷ কালিৰ হিচাপত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷
৪০৷ কালিৰ হিচাপত পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷

৪১৷ কালিৰ হিচাপত পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷
৪২৷ প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান?
৪৩৷ উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?
৪৪৷ মহাসাগৰসমূহৰ গড় গভীৰতা কিমান?
৪৫৷ সাগৰ-মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বাধিক?
৪৬৷ সাগৰ-মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বনিম্ন?
৪৭৷ মহীসোপান কাক বোলে?
৪৮৷ মহীঢাল কাক বোলে?
৪৯৷ সমুদ্ৰতলীয় দ্ৰোণী কাক বোলে?
৫০৷ সামুদ্ৰিক শৈলসি‍ৰা কাক বোলে?
৫১৷ দ্বীপ কাক বোলে?
৫২৷ সমুদ্ৰখাত কাক বোলে?
৫৩৷ পৃথিৱীৰ গভীৰতম সমুদ্ৰখাতটোৰ নাম লিখা৷
৫৪৷ প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
৫৫৷ প্ৰশান্ত মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত?
৫৬৷ প্ৰশান্ত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত?
৫৭৷ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান?
৫৮৷ প্ৰশান্ত মহাসাগৰত কিমান সামুদ্ৰিক দ্বীপ আছে?
৫৯৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা৷
৬০৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা খাতৰ নাম লিখা৷
৬১৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুখন সাগৰৰ নাম লিখা৷
৬২৷ আটলাণ্টিক মহাসাগৰৰ মাটিকালি কিমান?
৬৩৷ আটলাণ্টিক মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
৬৪৷ আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ নিচিনা?
৬৫৷ আটলাণ্টিক মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত?
৬৬৷ আটলাণ্টিক মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত?
৬৭৷ আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান?
৬৮৷ মধ্য আটলাণ্টিক শৈলসিৰাৰ উত্তৰ অংশৰ আৰু দক্ষিণ অংশৰ নাম লিখা৷
৬৯৷ আটলাণ্টিক মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা৷
৭০৷ বাৰ্মুডা কোন মহাসাগৰত অৱস্থিত?
৭১৷ আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা৷
৭২৷ আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম লিখা৷
৭৩৷ ভাৰত মহাসাগৰৰ  মাটিকালি কিমান?
৭৪৷ ভাৰত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ আছে?
৭৫৷ ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান?
৭৬৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা৷
৭৭৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম লিখা৷
৭৮৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক দ্বীপৰ নাম লিখা৷
৭৯৷ দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?
৮০৷ দক্ষিণ মহাসাগৰে কোন মহাদেশক চাৰিওফালে আগুৰি আছে?

৮১৷ প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশই কোন মহাসাগৰৰ সৃষ্টি কৰিছে?
৮২৷ উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?
৮৩৷ উত্তৰ মহাসাগৰৰ আকৃতি কেনেকুৱা?
৮৪৷ উত্তৰ মহাসাগৰৰ গড় গভীৰতা কিমান?
৮৫৷ কোনকেইখন মহাসাগৰ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে?
৮৬৷ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত?
৮৭৷ য়ুৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
৮৮৷ য়ুৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
৮৯৷ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
৯০৷ বিষুৱীয় আৰু ক্ৰান্তীয় অঞ্চলৰ জলবায়ু কেনে?
৯১৷ মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু কেনে?
৯২৷ মেৰু অঞ্চলৰ জলবায়ু কেনে?
৯৩৷ বিষুৱীয় অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
৯৪৷ উষ্ণ আৰু শুকান মৰু অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
৯৫৷ মেৰু অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
৯৬৷ কোনখন মহাদেশত স্থায়ী বসতি নাই?
৯৭৷ এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি কিয় নাই?
৯৮৷ এছিয়া মহাদেশৰ মাটিকালি কিমান?
৯৯৷ এছিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১০০৷ এছিয়া মহাদেশ মূলতঃ কোন গোলাৰ্ধত অৱস্থিত?
১০১৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান?
১০২৷ এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান অংশ?
১০৩৷ এছিয়া মহাদেশত কিমানখন দে‍শ আছে?
১০৪৷ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশ্ৰেণীটোৰ নাম লিখা?
১০৫৷ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম কি?
১০৬৷ এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান?
১০৭৷ পৃথিৱীৰ দ্বিতীয় উচ্চতম পৰ্বতশৃংগটোৰ নাম কি?
১০৮৷ Mount K2 বুলি কোনটো শৃংগক কোৱা হয়?
১০৯৷ Mount K2-ৰ উচ্চতা কিমান?
১১০৷ পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ নাম কি?
১১১৷ এছিয়া মহাদেশৰ দুখন মালভূমিখনৰ নাম লিখা৷
১১২৷ এছিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
১১৩৷ এছিয়া মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা৷
১১৪৷ য়ুৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
১১৫৷ য়ুৰোপ মহাদেশৰ মাটিকালি কিমান?
১১৬৷ য়ুৰোপ মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১১৭৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি য়ুৰোপ মহাদেশৰ মুঠ জনসংখ্যা কিমান?
১১৮৷ য়ুৰোপ মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান শতাংশ?
১১৯৷ ভূ-প্ৰাকৃতিকভাৱে য়ুৰোপ মহাদেশক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
১২০৷ য়ুৰোপ মহাদেশৰ দুটা পৰ্বতশ্ৰেণীৰ নাম লিখা৷

১২১৷ য়ুৰোপ মহাদেশৰ উচ্চতম ঠাইখনৰ নাম লিখা৷
১২২৷ আল্প্‌ছ পৰ্বত কোন মহাদেশত অৱস্থিত?
১২৩৷ আল্প্‌ছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি?
১২৪৷ ভল্গা নদী কোন মহাদেশত অৱস্থিত?
১২৫৷ য়ুৰোপ মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
১২৬৷ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?
১২৭৷ আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান?
১২৮৷ আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১২৯৷ কোনডাল ৰেখাই আফ্ৰিকা মহাদেশক সমানে দুভাগ কৰিছে?
১৩০৷ আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম লিখা৷
১৩১৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
১৩২৷ আফ্ৰিকা মহাদেশত মুঠ কিমানখন দেশ আছে?
১৩৩৷ কিলিমাঞ্জাৰ‍ো ক’ত অৱস্থিত?
১৩৪৷ আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম কি?
১৩৫৷ পৃথিৱীৰ সবাতোকৈ দীঘল নদীখনৰ নাম কি?
১৩৬৷ নীল নদী ক’ত অৱস্থিত?
১৩৭৷ আফ্ৰিকা মহাদেশৰ দুখন নদীৰ নাম লিখা৷
১৩৮৷ পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম লিখা৷
১৩৯৷ আফ্ৰিকা মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম লিখা৷
১৪০৷ উত্তৰ আমেৰিকাৰ মাটিকালি কিমান?
১৪১৷ উত্তৰ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১৪২৷ উত্তৰ আমেৰিকা কোন গোলাৰ্ধত অৱস্থিত?
১৪৩৷ উত্তৰ আমেৰিকা মহাদেশত মুঠ কেইখন দেশ আছে?
১৪৪৷ পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম লিখা৷
১৪৫৷ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম লিখা৷
১৪৬৷ উত্তৰ আমেৰিকাৰ বৃহত্তম দেশখনৰ নাম লিখা৷
১৪৭৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
১৪৮৷ উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম লিখা৷
১৪৯৷ উত্তৰ আমেৰিকাৰ নিম্নতম ঠাইখনৰ নাম লিখা৷
১৫০৷ উত্তৰ আমেৰিকাৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা?
১৫১৷ ৰকি পৰ্বতমালা ক’ত অৱস্থিত?
১৫২৷ উত্তৰ আমেৰিকাৰ দুখন নদীৰ নাম লিখা৷
১৫৩৷ উত্তৰ আমেৰিকাৰ দুটা হ্ৰদৰ নাম লিখা৷
১৫৪৷ উত্তৰ আমেৰিকাৰ মৰুভূমিসদৃশ অঞ্চলটোৰ নাম লিখা৷
১৫৫৷ দক্ষিণ আমেৰিকা মহাদেশৰ আকৃতি কেনেকুৱা?
১৫৬৷ দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি কিমান?
১৫৭৷ দক্ষিণ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১৫৮৷ দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ দেশৰ সংখ্যা কিমান?
১৫৯৷ দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম মহাদেশখনৰ নাম লিখা৷
১৬০৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?

১৬১৷ এণ্ডিজ পৰ্বতমালা ক’ত অৱস্থিত?
১৬২৷ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম লিখা৷
১৬৩৷ এণ্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম কি?
১৬৪৷ দক্ষিণ আমেৰিকাৰ দুখন নদীৰ নাম লিখা৷
১৬৫৷ ওছে‍নিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
১৬৬৷ ওছে‍নিয়া মহাদেশৰ মাটিকালি কিমান?
১৬৭৷ ওছে‍নিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
১৬৮৷ ওছে‍নিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?
১৬৯৷ ওছে‍নিয়া মহাদেশৰ মুঠ দেশৰ সংখ্যা কিমান?
১৭০৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি ওছে‍নিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান?
১৭১৷ ওছে‍নিয়া মহাদেশৰ দুখন প্ৰধান নদীৰ নাম লিখা৷
১৭২৷ ওছে‍নিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
১৭৩৷ ওছে‍নিয়া মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম লিখা৷
১৭৪৷ পৃথিৱীৰ সৰ্বমুঠ দেশৰ সংখ্যা কিমান?
১৭৫৷ পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম লিখা৷
১৭৬৷ ৰাছিয়াৰ মাটিকালি কিমান?
১৭৭৷ ভেটিকান চিটিৰ মাটিকালি কিমান?
১৭৮৷ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন?
১৭৯৷ পৃথিৱীৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশ কোনখন?
১৮০৷ পৃথিৱীৰ সৰ্বাধিক সংখ্যক দেশ কোনখন মহাদেশত অৱস্থিত?
১৮১৷ পৃথিৱীৰ সৰ্বনিম্ন সংখ্যক দেশ কোনখন মহাদেশত অৱস্থিত?
১৮২৷ বাংলাদে‍শৰ ৰাজধানীৰ নাম কি?
১৮৩৷ ভূটানৰ ৰাজধানীৰ নাম কি?
১৮৪৷ চীনৰ ৰাজধানীৰ নাম কি?
১৮৫৷ ইৰানৰ ৰাজধানীৰ নাম কি?
১৮৬৷ ইৰাকৰ ৰাজধানীৰ নাম কি?
১৮৭৷ জাপানৰ ৰাজধানীৰ নাম কি?
১৮৮৷ উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম কি?
১৮৯৷ দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম কি?
১৯০৷ ম্যানমাৰৰ ৰাজধানীৰ নাম কি?
১৯১৷ নেপালৰ ৰাজধানীৰ নাম কি?
১৯২৷ পাকিস্তানৰ ৰাজধানীৰ নাম কি?
১৯৩৷ ৰাছিয়াৰ ৰাজধানীৰ নাম কি?
১৯৪৷ ছৌদি আৰবৰ ৰাজধানীৰ নাম কি?
১৯৫৷ শ্ৰীলংকাৰ ৰাজধানীৰ নাম কি?
১৯৬৷ থাইলেণ্ডৰ ৰাজধানীৰ নাম কি?
১৯৭৷ ফ্ৰান্সৰ ৰাজধানীৰ নাম কি?
১৯৮৷ জাৰ্মানিৰ ৰাজধানীৰ নাম কি?
১৯৯৷ ইটালিৰ ৰাজধানীৰ নাম কি?
২০০৷ নেডাৰলেণ্ডৰ ৰাজধানীৰ নাম কি?

২০১৷ পৰ্টুগালৰ ৰাজধানীৰ নাম কি?
২০২৷ স্পেইনৰ ৰাজধানীৰ নাম কি?
২০৩৷ ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম কি?
২০৪৷ ভেটিকান চিটিৰ ৰাজধানীৰ নাম কি?
২০৫৷ আলজেৰিয়াৰ ৰাজধানীৰ নাম কি?
২০৬৷ ইজিপ্তৰ ৰাজধানীৰ নাম কি?
২০৭৷ কেনিয়াৰ ৰাজধানীৰ নাম কি?
২০৮৷ জিম্বাব’ৱেৰ ৰাজধানীৰ নাম কি?
২০৯৷ কানাডাৰ ৰাজধানীৰ নাম কি?
২১০৷ হাইটিৰ ৰাজধানীৰ নাম কি?
২১১৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি?
২১২৷ ব্ৰাজিলৰ ৰাজধানীৰ নাম কি?
২১৩৷ কলম্বিয়াৰ ৰাজধানীৰ নাম কি?
২১৪৷ পেৰুৰ ৰাজধানীৰ নাম কি?
২১৫৷ অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি?
২১৬৷ মেক্সিক’ৰ ৰাজধানীৰ নাম কি?
২১৭৷ ছুমালিয়াৰ ৰাজধানীৰ নাম কি?
২১৮৷ আফগানিস্তানৰ ৰাজধানীৰ নাম কি?
২১৯৷ চিলিৰ ৰাজধানীৰ নাম কি?
২২০৷ ইণ্ড’নেছিয়াৰ ৰাজধানীৰ নাম কি?

২২১৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
  (a) প্ৰশান্ত মহাসাগৰ 
  (b) ভাৰত মহাসাগৰ
  (c) আটলাণ্টিক মহাসাগৰ 
  (d) দক্ষিণ মহাসাগৰ
(ii) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
  (a) উত্তৰ আমেৰিকা মহাদেশ
  (b) ইউৰোপ মহাদেশ
  (c) এণ্টাৰ্কটিকা মহাদেশ 
  (d) ওছেনিয়া মহাদেশ
(iii) ফক্‌লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
  (a) আটলাণ্টিক মহাসাগৰ
  (b) উত্তৰ মহাসাগৰ 
  (c) প্ৰশান্ত মহাসাগৰ
  (d) ভাৰত মহাসাগৰ
(iv) আটলাণ্টিক মহাসাগৰৰ বিস্তৃতি বা মাটিকালি ............. নিযুত বৰ্গ কিলোমিটাৰ।
  (a) ৬৫. নিযুত বৰ্গ কিলোমিটাৰ
  (b) ৭৫. নিযুত বৰ্গ কিলোমিটাৰ
  (c) ৮২ নিযুত বৰ্গ কিলোমিটাৰ
  (d) ৮৫  নিযুত বৰ্গ কিলোমিটাৰ 
(v) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?
  (a) ইউৰাল পৰ্বতমালা
  (b) ককেচাচ পৰ্বত
  (c) কাস্পিয়ান সাগৰ
  (d) ভল্গা নদী
(vi) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত? 
  (a) উত্তৰ আমেৰিকা
  (b) দক্ষিণ আমেৰিকা
  (c) আফ্ৰিকা
  (d) এছিয়া
(vii) ব্ৰাজিলৰ ৰাজধানী কি?
  (a) ৰিও ডি জেনেইৰো
  (b) চাও পাওলো
  (c) ব্ৰাচিলিয়া
  (d) লিমা
(viii) পৃথিৱীৰ মুঠ মাটিকালি .............বৰ্গ কিলোমিটাৰ।
  (a) প্রায় ২১০ নিযুত
  (b) প্রায় ৩৬১ নিযুত
  (c) প্ৰায় ৪১০ নিযুত
  (d) প্রায় ৫১০ নিযুত
(ix) ভূপৃষ্ঠৰ .............বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।
  (a) প্রায় ২১৬ নিযুত
  (b) প্রায় ২৬৯ নিযুত
  (c) প্রায় ৩১০ নিযুতত
  (d) প্রায় ৩৬১ নিযুত
(x) ভূপৃষ্ঠৰ জলমণ্ডলৰ ...............শতাংশ দক্ষিণ গোলাৰ্ধত
  (a) ২৭ শতাংশ
  (b) ৪৭ শতাংশ
  (c) ৫৭ শতাংশ
  (d) ৬৭ শতাংশ
(xi) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ............... শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে।
  (a) ৩০ শতাংশ
  (b) ৫০ শতাংশ
  (c) ৭৫ শতাংশ
  (d) ৯০  শতাংশ
(xii) তলৰ কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈ বিস্তৃত নহয়?
  (a) উত্তৰ মহাসাগৰ
  (b) আটলাণ্টিক মহাসাগৰ
  (c) প্ৰশান্ত মহাসাগৰ
  (d) ভাৰত মহাসাগৰ
(xiii) বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখন
  (a) উত্তৰ মহাসাগৰ
  (b) আটলাণ্টিক মহাসাগৰ
  (c) প্ৰশান্ত মহাসাগৰ
  (d) ভাৰত মহাসাগৰ
(xiv) প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি বা মাটিকালি .............. নিযুত বৰ্গ কিলোমিটাৰ৷
  (a) ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ
  (b) ১৭৫.৮ নিযুত বৰ্গ কিলোমিটাৰ
  (c) ১৭৫.৯ নিযুত বৰ্গ কিলোমিটাৰ
  (d) ১৮৫.২ নিযুত বৰ্গ কিলোমিটাৰ
(xv) বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰখন
  (a) উত্তৰ মহাসাগৰ
  (b) আটলাণ্টিক মহাসাগৰ
  (c) দক্ষিণ মহাসাগৰ
  (d) ভাৰত মহাসাগৰ
(xvi) উত্তৰ মহাসাগৰৰ বিস্তৃতি বা মাটিকালি ............... নিযুত বৰ্গ কিলোমিটাৰ৷
  (a) ২০. নিযুত বৰ্গ কিলোমিটাৰ
  (b) ১৪. নিযুত বৰ্গ কিলোমিটাৰ
  (c) ১০. নিযুত বৰ্গ কিলোমিটাৰ
  (d) ০৮. নিযুত বৰ্গ কিলোমিটাৰ
(xvii) পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত ............ মিটাৰ গভীৰ।
  (a) ১১,০১২ মিটাৰ
  (b) ১১,০২২ মিটাৰ
  (c) ২১,০০১ মিটাৰ
  (d) ২১,০১১ মিটাৰ
(xviii) সমুদ্ৰতলিলৈ হেলনীয়াভাৱে নামি যোৱা মহীসোপান অঞ্চলৰ গড় কৌণিক ঢাল
  (a) ° 
  (b) °
  (c) ১৫°
  (d)২৫°
(xix) মহীঢালৰ গভীৰতা
  (a)  ১০০ ফেডম বা তাতকৈ কম
  (b) ১০০ ফেডমৰ পৰা ২০০০ ফেডম
  (c) ২০০০ ফেডমৰ পৰা ৩০০০ ফেডম
  (d) ৩০০০ ফেডম বা তাতকৈ বেছি
(xx) তলৰ কোনটো পৃথিৱীৰ সমূদ্ৰ খাতসমূহৰ ভিতৰত গভীৰতম?
  (a) ছুণ্ডা খাত 
  (b) ৰোমান্স খাত
  (c) মেৰিয়ানা খাত
  (b) এলিউছিয়ান খাত
(xxi) ________মহাসাগৰে পৃথিৱীৰ প্রায় এক তৃতীয়াংশ ঠাই আগুৰি আছে।
  (a) উত্তৰ মহাসাগৰ
  (b) আটলাণ্টিক মহাসাগৰ
  (c)প্রশান্ত মহাসাগৰ
  (d) ভাৰত মহাসাগৰ
(xxii) প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় ............. মিটাৰ।
  (a) ৩০০০ মিটাৰ
  (b) ৪০০০ মিটাৰ
  (c) ৫০০০ মিটাৰ
  (d) ৫৫০০ মিটাৰ

চমু উত্তৰৰ প্ৰশ্ন

মূল্যাংক- /

১৷ পৃথিৱীৰ কিমান শতাংশ স্থলভাগ আৰু জলভাগ আছেকালিৰ হিচাপত ইয়াৰ মাপ কিমান?
২৷ পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?
৩৷ পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?
৪৷ পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ আৰু মহাদেশ খনৰ নাম লিখা।
৫৷ পেঞ্জিয়াকি?
৬৷ পান্থালাছা কাক বোলে?
৭৷ টেথিছ সাগৰ কি?
৮৷ লৰেছিয়া বিভাজিত হৈ সৃষ্টি হোৱা ঠাই সমূহৰ নাম লিখা।
৯৷ গণ্ডোৱানালেণ্ড বিভাজিত হৈ সৃষ্টি হোৱা ঠাই সমূহৰ নাম লিখা।
১০৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰাৰ কাৰণ কি? 
১১৷ উপকূলৰ পৰা সাগৰৰ মাজভাগলৈ থকা ঠাইবোৰৰ নাম লিখা।
১২৷ প্ৰশান্ত মহাসাগৰত থকা কেইটামান গভীৰ খাতৰ নাম লিখা।
১৩৷ আটলান্টিক মহাসাগৰৰ বিস্তৃতি লিখা।
১৪৷ আটলান্টিক মহাসাগৰত থকা কেইটামান দ্বীপৰ নাম লিখা।
১৫৷ আটলান্টিক মহাসাগৰত থকা কেইটামান খাতৰ নাম লিখা ৷
১৬৷ আটলান্টিক মহাসাগৰত থকা সাগৰ কেইখন মানৰ নাম উল্লেখ কৰা।
১৭৷ ভাৰত মহাসাগৰৰ বিস্তৃতি লিখা।
১৮৷ প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখা।
১৯৷ আটলান্টিক মহাসাগৰৰ চাৰিসীমা লিখা।
২০৷ ভাৰত মহাসাগৰৰ চাৰিসীমা লিখা।
২১৷ ভাৰত মহাসাগৰৰ খাত কেইটামানৰ নাম লিখা।
২২৷ ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইখনমান সাগৰৰ নাম লিখা।
২৩৷ ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইটামান দ্বীপৰ নাম লিখা।
২৪৷ দক্ষিণ মহাসাগৰৰ বিস্তৃতি লিখা।
২৫৷ এছিয়া মহাদেশৰ বিস্তৃতি লিখা
২৬৷ এছিয়া মহাদেশত থকা কেইখনমান পৰ্বতমালাৰ নাম লিখা।
২৭৷ এছিয়া মহাদেশত থকা কেইখনমান মালভূমিৰ নাম লিখা
২৮৷ পৃথিৱীৰ উচ্চতম আৰু দ্বিতীয় উচ্চতম শৃংগ দুটাৰ নাম লিখা।
২৯৷ এছিয়া মহাদেশৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম লিখা ৷
৩০৷ এছিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
৩১৷ ইউৰোপ মহাদেশৰ বিস্তৃতি লিখা
৩২৷ ইউৰোপ মহাদেশৰ চাৰিসীমা লিখা।
৩৩৷  এছিয়া মহাদেশৰ চাৰিসীমা লিখা।
৩৪৷ ইউৰোপ মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
৩৫৷ ইউৰোপ মহাদেশৰ কেইটামান হ্ৰদৰ নাম লিখা।
৩৬৷ আফ্ৰিকা মহাদেশৰ বিস্তৃতি লিখা।
৩৭৷ আফ্ৰিকা মহাদেশৰ চাৰিসীমা লিখা।
৩৮৷ আফ্ৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
৩৯৷ আফ্ৰিকা মহাদেশৰ কেইটামান হ্ৰদৰ নাম লিখা।
৪০৷ আফ্ৰিকা মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
৪১৷ উত্তৰ আমেৰিকা মহাদেশৰ বিস্তৃতি লিখা।
৪২৷ উত্তৰ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা।
৪৩৷ উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান পৰ্বত শ্ৰেণীৰ নাম লিখা।
৪৪৷ উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা ৷
৪৫৷ উত্তৰ আমেৰিকা মহাদেশৰ কেইটামান হ্ৰদৰ নাম লিখা।
৪৬৷ দক্ষিণ আমেৰিকা মহাদেশৰ বিস্তৃতি লিখা।
৪৭৷ দক্ষিণ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা।
৪৮৷ দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান মালভূমিৰ নাম লিখা।
৪৯৷ দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
৫০দক্ষিণ আমেৰিকা মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা।
৫১৷ ওচেনিয়া মহাদেশৰ বিস্তৃতি লিখা।
৫২৷ ওচেনিয়া মহাদেশৰ চাৰিসীমা লিখা।
৫৩৷ ওচেনিয়া মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
৫৪৷ ওচেনিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
৫৫৷ ওচেনিয়া মহাদেশৰ কেইখনমান হদৰ নাম লিখা।
৫৬৷ এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?
৫৭৷ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
৫৮৷ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা।
৫৯৷ পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
৬০মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।
৬১৷ উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পৰ্বত শ্ৰেণীটোৰ নাম কিএই পৰ্বতমালাৰ দৈৰ্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত?
৬২৷ এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।
৬৩৷ অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণীনদী আৰু মৰুভূমিৰ নাম লিখা।
৬৪৷ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক- /

১৷ পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
২৷ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
৩৷ মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
৪৷ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
৫৷ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
৬৷ এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। 
৭৷ কাৰণ দৰ্শাই উত্তৰ লিখা:
  (i) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?
  (ii) এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
৮৷ চমুটোকা লিখা:
  (i) পেঞ্জিয়া 
  (ii) উত্তৰ মহাসাগৰ
  (iii) ওছেনিয়া মহাদেশ 
  (iv) এছিয়া মহাদেশৰ নদ-নদী 
  (v) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ 
  (vi) ইউৰোপ মহাদেশৰ নদ-নদী
  (vii) আপেলেছিয়ান উচ্চভূমি অঞ্চল 
  (viii) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ
৯৷ পাৰ্থক্য লিখা:
  (i) মহীসোপান আৰু মহীঢাল
  (ii) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ 
  (iii) ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ
  (iv) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি।


HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী

মূল্যাংক:
১৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদীবিলাকৰ এখন হৈছে-- [HSLC ’১০]
  (a) হোৱাং হো 
  (b) উৰাল
  (c) ইনিছি 
  (d) মেকং
(ii) এছিয়া মহাদেশৰ তলত উল্লিখিত নদীসমূহৰ অন্তৰ্বাহী নদীখন হ’ল -- [HSLC '১১]
  (a) আমুৰ 
  (b) টাইপ্ৰিছ
  (c) মেকং 
  (d) হেলমেণ্ড
(iii) এছিয়া মহাদেশৰ মাটিকালি হ’ল [HSLC '১৩]
  (a) ৬৪.২ নিযুত বৰ্গ কিঃমিঃ
  (b) ২৪.২ নিযুত বৰ্গ কিঃমিঃ
  (c) ৪৪.২ নিযুত বৰ্গ কিঃমিঃ
  (d) ৫৪.২ নিযুত বৰ্গ কিঃমিঃ
(কোনখন মালভূমি ‘পৃথিৱীৰ মূধচ’ হিচাপে জনাজাত[HSLC '১৪]
  (a) আৰ্মেনিয়া মালভূমি 
  (b) এনাতলীয়া মালভূমি
  (c) পামিৰ মালভূমি 
  (d) কুৰদিস্তান মালভূমি
(v) উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্ৰধান নদী— HSLC '১৬
  (a) উৰাল 
  (b) য়েনেছি
  (c) মেকং 
  (d) হোৱাং-হো
(vi) কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? [HSLC ’১৭ ]
  (a) ভূমধ্য সাগৰে 
  (b) লোহিত সাগৰে
  (c) কাস্পিয়ান সাগৰে 
  (d) আৰব সাগৰে
(vii) প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে [HSLC '১৮]
  (a) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে 
  (b) হিমালয় পৰ্বতমালা আৰু আমুৰ নদীয়ে
  (c) উৰাল পৰ্বতমালা আৰু উৰাল নদীয়ে
  (d) ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে
(viii) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ' [HSLC '১৯]
  (a)হিমালয় পৰ্বতমালা
  (b)এণ্ডিজ পৰ্বতমালা;
  (c) ৰ’কি পৰ্বতমালা
  (d) ইউৰাল পৰ্বতমালা

চমু প্রশ্নাৱলী

মূল্যাংক: /

১৷ এছিয়া মহাদেশৰ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা। [HSLC '১১]
২৷ পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত? [HSLC ’১৮]
৩৷ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা। [HSLC '১৮]
৪৷ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কিই মহাদেশখনৰ কোন অংশত অৱস্থিত? [HSLC '১৯]

ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: //

১৷ এছিয়া মহাদেশৰ প্ৰধান ভূ-প্রাকৃতিক বিভাগসমূহ বৰ্ণনা কৰা। [HSLC '১০]
২৷ এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা। [HSLC '১৩]
৩৷ পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা। [HSLC '১৭]
৪৷ পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছেমাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম লিখা।[HSLC '১৭]
৫৷ এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা। [HSLC '১৭]
৬৷ ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসহ নাম লিখা। [HSLC ’১৭]
৭৷ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা। [HSLC '১৮]
৮৷ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। [HSLC '১৯]


দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ