১৷ নেপালী বা
গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?
২৷ ‘লাল
মোহৰীয়া পাণ্ডা’ বুলি ক'লে কি বুজা?
৩। অসম প্ৰদেশ
কংগ্ৰেছ কমিটিৰ প্রথম সভাপতিগৰাকীৰ নাম লিখা।
৪৷ 'ট্ৰাইবেল
বেল্ট এণ্ড ব্লক'ত নেপালীভাষী লোকসকলে কেতিয়া 'সংৰক্ষিত শ্রেণী'ৰ মৰ্যাদা পাইছিল?
৫। ৰতিকান্ত
উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?
৬। গোৰ্খা
সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?
৭।
‘জম্বুদ্বীপে,আৰ্যাৱৰ্তে,
ভাৰতবৰ্ষে, অসম প্ৰান্তে’ বোলাকথাষাৰৰ
তাৎপৰ্য কি?
৮৷ সুগৌলী
সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু,জনসমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল?
৯। ‘খচ’ জাতি
সম্পৰ্কে কোন কেইখন গ্ৰন্থত তথ্য পোৱা যায়?
১০। ‘ভাৰতীয়
ইতিহাস কী মিমাংশা’" গ্ৰন্থখনৰ লেখক কোন?
১১। বৰ্তমান
টিয়ক আৰু নগাঁৱত ‘নেপালী সত্ৰ’ কোনে স্থাপন কৰিছিল?
১২ । অসমৰ
নেপালীভাষী প্ৰথম বিধায়কজন কোন?
১৩ । ভাৰতৰ
স্বাধীনতা সংগ্ৰামত ছবিলাল উপাধ্যায়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰা।
১৪। হৰিপ্ৰসাদ
গোৰ্খা ৰাইৰ সাহিত্যিক অৱদানৰ বিষয়ে ব্যাখ্যা কৰা।
১৫। দলবীৰ সিং
লোহাৰৰ পৰিচয় দিয়া আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁ কেনেদৰে জড়িত আছিল
ব্যাখ্যা কৰা।