হাজংসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১। হাজংসকল কোন জনগোষ্ঠীৰ লোক?
২। হাজংসকলক পাৰ্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?
৩। বৰ্তমান হাজংসকল অসমৰ প্রধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?
৪। হাজংসকলৰ মূল জীৱিকা কি?
৫। বাস্তুদেও পূজা কেতিয়া অনুষ্ঠিত কৰে।
৬৷ হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য কি?
৭। হাজংসকলৰ নামকৰণ তথা ‘হাজং’ শব্দৰ উৎপত্তি সম্পৰ্কে লিখা।
৮৷ হাজংসকলৰ পূৰ্ব পুৰুষজনৰ নাম কি আছিল?
৯। হাজংসকল পূৰ্বতে কি কি সামাজিক শ্ৰেণীত বিভক্ত আছিল?
১০। হাজংসকলৰ সামাজিক গাঁথনি সম্পৰ্কে লিখা।
১১। হাজংসকলৰ বাসস্থান সম্পৰ্কে লিখা।
১২। হাজং সমাজৰ পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰৰ বিষয়ে চমুকৈ লিখা। 
১৩। ‘বানা’ কি?
১৪। হাজং সমাজৰ বিবাহ পদ্ধতিৰ বিষয়ে লিখা।
১৫। ‘ভেঝা নিংটি’কি?
১৬৷ হাজংসকলৰ উৎসৱ-পাৰ্বণৰ বিষয়ে লিখা।
১৭ । হাজংসকল কি ধৰ্মাৱলম্বী লোক?
১৮। হাজংসকলৰ ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে লিখা।
১৯। হাজংসকলৰ খাদ্যসম্ভাৰৰ বিষয়ে লিখা।

যুগুতালে: বাব্‌লি দেৱীয়ে
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ