ৰাভাসকল (বৈচিত্ৰ্যময় অসম)— প্ৰশ্নাৱলী

বৈচিত্ৰ্যময় অসম

পাঠভিত্তিক প্ৰশ্নাৱলী

১৷ ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
২। সামাজিক ফালৰপৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
৩। ৰাভাসকলৰ সমাজ গাঁথনি সম্পৰ্কে লিখা।
৪৷ ৰাভা সংস্কৃতিৰ প্রতীক কি?
৫। ৰাভাসকলৰ প্ৰধান দেৱতা কি?
৬৷ ৰাভাসমাজৰ লোকবিশ্বাসৰ বিষয়ে চমুকৈ লিখা।
৭।  ৰাভাসকলৰ সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা।
৮। ৰাভাসকলৰ প্রধান পূজাটোৰ নাম কি?
৯। ৰাভাসকলৰ ধৰ্মীয় উৎসৱ-পাৰ্বণৰ বিষয়ে চমুকৈ লিখা।
১০। ৰাভাসকলৰ সামাজিক ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
১১৷ কোনখন আলোচনীৰ জৰিয়তে ৰাভা ভাষা জীৱন্ত হৈ উঠে?
১২। কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ,  নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ  ৰাভাৰ কেতিয়া জন্ম হৈছিল?
১৩। বিষ্ণু প্ৰসাদ ৰাভাই কোনগৰাকী বিদেশী শিল্পীৰ নৃত্যউপভোগ কৰি প্ৰেৰণা লাভ কৰিছিল?
১৪। বিষ্ণু প্ৰসাদ ৰাভাই ৰচনা কৰা গ্ৰন্থকেইখমানৰ নাম লিখা ।
১৫। ৰাজেন ৰাভা কোন?
১৬৷ ৰাজেন ৰাভাই ৰচনা কৰা গ্রন্থকেইখনমানৰ নাম লিখা।
১৭৷ ৰাভা কৃষ্টিৰ ৰূপকাৰ’ হিচাপে কাক অভিহিত কৰা হয়?
১৮৷ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰপৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্রাণ চেষ্টা কৰা সংগ্রামী নেত্ৰীগৰাকী কোন?
১৯। বীৰুবালা ৰাভাই কি কি সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল?
২০। চমুটোকা লিখা:
   (ক) বিষ্ণুপ্ৰসাদ ৰাভা
   (খ) ৰাজেন ৰাভা
   (গ) প্রসন্ন পাম
   (৬) বীৰুবালা ৰাভা


যুগুতালে: বাব্‌লি দেৱীয়ে‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ