অৰ্থনৈতিক উন্নয়ন, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— প্ৰশ্নাৱলী



অনুশীলনীৰ প্ৰশ্ন
অতি চমু উত্তৰৰ প্ৰশ্ন

১। ব্যাখ্যা কৰা (এটা বাক্যত):
(ক) অর্থনৈতিক বিকাশ
(খ) অর্থনৈতিক উন্নয়ন
(গ) মানৱ উন্নয়ন
(ঘ) অৰ্থনৈতিক পৰিকল্পনা
(ঙ) গণতান্ত্ৰিক পৰিকল্পনা
(চ) উদাৰীকৰণ
(ছ) ব্যক্তিগতকৰণ
(জ) গোলকীকৰণ বা বিশ্বায়ন

চমু উত্তৰৰ প্ৰশ্ন
১৷ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা৷
২। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
৩। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা?
৪। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
৫। এন. আই. টি. আই. আয়োগৰ সদস্যসকল কোন কোন?

দীঘল উত্তৰৰ প্রশ্ন
১৷ ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-ৰ পৰা ১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১-ৰ পৰা বৰ্তমানলৈ)-ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা।
২। ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
৩। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
৪৷ অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
৫। অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।


অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলী
অতি চমু উত্তৰৰ প্ৰশ্নাৱলী
মূল্যাংক -
১৷ অৰ্থনৈতিক বিকাশ বুলিলে কি বুজা?
২৷ জাতীয় আয় বুলিলে কি বুজা?
৩৷ দেশ এখনৰ জনমূৰি আয় কি দৰে নিৰূপণ কৰা হয়?
৪৷ ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষৰ সময়সীমা উল্লেখ কৰা৷
৫৷ উন্নত দেশসমূহৰ জনমূৰি আয় অনুন্নত দেশসমূহৰ জনমূৰি আয়তকৈ বেছি নে কম?
৬৷ মানৱ উন্নয়ন বুলিলে কি বুজা?
৭৷ মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিৱেদন কেতিয়া প্ৰকাশ পায়?
৮৷ UNDP-ৰ সম্পূৰ্ণ ৰূপ লিখা৷
৯৷ মানৱ উন্নয়ন প্ৰতিৱেদন কোনে প্ৰকাশ কৰে?
১০৷ মানৱ উন্নয়ন প্ৰতিৱেদনত কেইটা সূচক উল্লেখ কৰা হৈছে?
১১৷ মানৱ উন্নয়ন প্ৰতিৱেদনৰ সূচককেইটা কি কি?
১২৷ প্ৰত্যাশিত আয়ুস কি?
১৩৷ উন্নত দেশত প্ৰত্যাশিত আয়ুস কম নে বেছি?
১৪৷ UNDP-ৰ অন্তৰ্গত মানৱ উন্নয়ন প্ৰতিৱেদনৰ শি‍ক্ষা সূচকে কি বুজায়?
১৫৷ UNDP-ৰ অন্তৰ্গত মানৱ উন্নয়ন প্ৰতিৱেদনৰ জীৱন-যাত্ৰাৰ মানে কি বুজায়?
১৬৷ জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত কিহে বাধাৰ সৃষ্টি কৰে?
১৭৷ সমষ্টিৰ সামূহিক পছন্দ কিহৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয়?
১৮৷ সমষ্টিৰ সামূহিক পছন্দৰ মূল কথা কি?
১৯৷ মানৱ উন্নয়নৰ মধ্যবিন্দু বুলিলে কি বুজা?
২০৷ অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজৰ এটা পাৰ্থক্য লিখা৷
২১৷ সমষ্টিগত পছন্দই জনসাধাৰণৰ কোনবোৰ পছন্দ সামৰি লৈছে?
২২৷ মানৱ উন্নয়নৰ ধাৰণাটোৱে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
২৩৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত মানৱ উন্নয়ন সম্পৰ্কীয় কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
২৪৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা মানৱ উন্নয়ন সম্পৰ্কীয় সূচকাংককেইটা কি কি?
২৫৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংকই কি প্ৰতিফলিত কৰে?
২৬৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা লিংগ বৈষম্য সূচকাংকই কি প্ৰতিফলিত কৰে?
২৭৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বহুমাত্ৰিক দৰিদ্ৰ সূচকাংকই কি প্ৰতিফলিত কৰে?
২৮৷ অৰ্থনৈতিক পৰিকল্পনা কি?
২৯৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা সাধাৰণতে কেই বছৰৰ মূৰে মূৰে প্ৰস্তুত কৰা হয়?
৩০৷ পঞ্চবাৰ্ষিক পৰিকল্পনা বুলিলে কি বুজা?
৩১৷ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা মূল লক্ষ্য উল্লেখ কৰা৷
৩২৷ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৩৩৷ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৩৪৷ ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৩৫৷ ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৩৬৷ ভাৰতবৰ্ষৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৩৭৷ ভাৰতবৰ্ষৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৩৮৷ ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৩৯৷ ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৪০৷ ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ পাছত কোন চনৰ পৰা কোন চনলৈকে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
৪১৷ ভাৰতবৰ্ষত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
৪২৷ ভাৰতবৰ্ষত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পূৰ্বে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
৪৩৷ ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৪৪৷ ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৪৫৷ ভাৰতবৰ্ষৰ কোনখন পঞ্চবাৰ্ষিক পৰকিল্পনা পাঁচটা বছৰ অতিক্ৰম কৰাত ব্যৰ্থ হৈছিল?
৪৬৷ ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৪৭৷ ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৪৮৷ ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৪৯৷ ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৫০৷ ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৫১৷ ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৫২৷ ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৫৩৷ ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৫৪৷ ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৫৫৷ ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৫৬৷ ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৫৭৷ ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৫৮৷ ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
৫৯৷ ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৬০৷ ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে গ্ৰহণ কৰা প্ৰথম দুখন বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
৬১৷ নিটি আয়োগ কেতিয়া গঠন কৰা হয়?
৬২৷ পৰিকল্পনা আয়োগৰ ঠাইত নতুনকৈ কি আয়োগ গঠন কৰা হৈছে?
৬৩৷ ভাৰতবৰ্ষৰ কোনখন কেন্দ্ৰীয় চৰকাৰে নিটি আয়োগ গঠন কৰিছিল?
৬৪৷ নিটি আয়োগ গঠনৰ মূল উদ্দেশ্য কি?
৬৫৷ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া নিটি আয়োগ গঠনৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল‍?
৬৬৷  নিটি আয়োগ গঠন কৰা হ’ল বুলি কেতিয়া ঘোষণা কৰা হয়?
৬৭৷ নিটি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হয়?
৬৮৷ নিটি আয়োগৰ অধ্যক্ষ কোন?
৬৯৷ নিটি আয়োগৰ সদস্যসকল কোন কোন?
৭০৷ ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকল নিটি আয়োগৰ সদস্য হয়নে?
৭১৷ কেন্দ্ৰীয় শাসিত‍ অঞ্চলৰ উপৰাজ্যপালসকল নিটি আয়োগৰ সদস্য হয়নে?
৭২৷ নিটি আয়োগৰ সমিতিখনত কেইজন কেন্দ্ৰীয় মন্ত্ৰী থাকে?
৭৩৷ নিটি আয়োগৰ উপাধ্যক্ষজনক কোনে নিযুক্তি দিয়ে?
৭৪৷ নিটি আয়োগৰ সমিতিখনত কেইজন পূৰ্ণকালীন সদস্য থাকে?
৭৫৷ নিটি আয়োগৰ সমিতিখনত কেইজন অংশকালীন সদস্য থাকে?
৭৬৷ নিটি আয়োগৰ পৰিচালনা পৰিষদখন কোনসকল সদস্যৰ দ্বাৰা গঠিত?
৭৭৷ নিটি আয়োগৰ পদেন সদস্যসকল কোন কোন?
৭৮৷ গণতান্ত্ৰিক পৰিকল্পনা বুলিলে কি বুজা?
৭৯৷ গণতান্ত্ৰিক পৰিকল্পনাত সিদ্ধান্তসমূহ ৰাইজৰ ওপৰত জাপি দিয়া হয় নেকি?
৮০৷ ভাৰতৰ প্ৰশাসন ব্যৱস্থাত কেইটা স্তৰ আছে?
৮১৷ ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ স্তৰকেইটা কি কি?
৮২৷ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা কেই ভাগত ভগাব পাৰি?
৮৩৷ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দুয়োটা ভাগৰ সময়সীমা লিখা৷
৮৪৷ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত কোন খণ্ডই মুখ্য ভূমিকা পালন কৰিছিল?
৮৫৷ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত কোন খণ্ডই গৌণ ভূমিকা পালন কৰিছিল?
৮৬৷ ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা কেনে প্ৰকৃতিৰ?
৮৭৷ মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থা কি?
৮৮৷ ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিৰ এটা প্ৰধান লক্ষ্য উল্লেখ কৰা৷
৮৯৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ৰ এটা মূল লক্ষ্য লিখা৷
৯০৷ চীন-ভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
৯১৷ ভাৰত-পাকিস্তানৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
৯২৷ ১৯৫০-৫১ চনৰ পৰা ১৯০-৯১ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ এটা কাৰণ লিখা৷
৯৩৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত কিমান শতাংশ আছিল?
৯৪৷ ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ কালছোৱাত কিমান শতাংশ আছিল?
৯৫৷ সেৱাখণ্ড বুলিলে কি বুজা?
৯৬৷ ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৯০-৯১ চনৰ কালছোৱাত কিমান শতাংশ আছিল?
৯৭৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা কেতিয়া হয়?
৯৮৷ সেউজ বিপ্লৱ বুলিলে কি বুজা?
৯৯৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ কোনকেইখন ৰাজ্যত সীমবদ্ধ আছিল?
১০০৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ কি কি শস্যৰ ক্ষেত্ৰতে‍ সীমবদ্ধ আছিল?
১০১৷ ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য কোন চনত ভয়াৱহ হৈ পৰিছি‍ল?
১০২৷ ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ’ব লাগে বুলি কোনে পৰামৰ্শ আগ বঢ়াইছিল?
১০৩৷ ভাৰতবৰ্ষৰ কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছিল?
১০৪৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ মূল কাৰ্যসমূহ কি কি আছিল?
১০৫৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ এটি সুফল লিখা৷
১০৬৷ ২০০৫-২০০৬ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
১০৭৷ ২০০৬-২০০৭ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
১০৮৷ ২০০৭-২০০৮ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
১০৯৷ ২০০৯-১০ চনৰ পৰা ২০১২-১৩ চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
১১০৷ ২০১৩-১৪ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
১১১৷ ২০১৫ চনৰ জুলাই মাহত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত জমা থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ কিমান আছিল?
১১২৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা এটা সমস্যা উল্লেখ কৰা৷
১১৩৷ বিত্তীয় অন্তৰ্ভুক্তিকৰণ বুলিলে কি বুজা?
১১৪৷ ১৯৯১ চনৰ আগলৈকে ভাৰতবৰ্ষৰ কোনবোৰ খণ্ড ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল?
১১৫৷ উদাৰীকৰণ কি?
১১৬৷ কি নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সুনিশ্চিত কৰিছিল?
১১৭৷ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা কেইবিধমান দ্ৰব্যৰ নাম লিখা৷
১১৮৷ ভাৰতবৰ্ষত প্ৰতিৰক্ষা, আণৱিক শক্তি উৎপাদন, ৰে’ল পৰিবহণ ব্যৱস্থা কোন খণ্ডৰ নিয়ন্ত্ৰণত আছে?
১১৯৷ ব্যক্তিগতকৰণ বুলিলে কি বুজা?
১২০৷ ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ কেইটা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে?

১২১৷ ভাৰতত ব্যক্তিগতকৰণ নীতি কেতিয়া প্ৰৱৰ্তন হয়?
১২২৷ নিৰ্বিনিয়োজন নীতিক কিহৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়?
১২৩৷ নিৰ্বিনিয়োজন বুলিলে কি বুজা?
১২৪৷ গোলকীকৰণ বা বিশ্বায়ন বুলিলে কি বুজা?
১২৫৷ দেশ এখনে অন্তৰ্মুখী নীতি অৱলম্বন কৰিছে বুলি কেতিয়া ক’ব পাৰি?
১২৬৷ বহিঃবাণিজ্যহীনতা বুলিলে কি বুজা?
১২৭৷ গোলকীৰণৰ এটা ফলাফল লিখা৷
১২৮৷ গোলকীকৰণ প্ৰক্ৰি‍য়া ক্ষীপ্ৰতৰ কৰি তোলাত কি প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰিছে?
১২৯৷ গোলকীকৰণে সৃষ্টি কৰা এটা সমস্যা লিখা৷
১৩০৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটি লক্ষ্য লিখা৷
১৩১৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত উন্নয়নৰ হাৰ কিমান শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল?
১৩২৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল?
১৩৩৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বাস্থ্য আৰু শি‍ক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ মূল উদ্দেশ্য কি?
১৩৪৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বনিয়োগৰ বাবে কি আঁচনি গ্ৰহণ কৰা হৈছিল?
১৩৫৷ দক্ষতা বৃদ্ধি আঁচনিৰ‍ দ্বাৰা কোনটো খণ্ডত অধিক গুৰুত্ব দিয়া হৈছিল?
১৩৬৷ কোনটো খণ্ডই অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰিছিল?
১৩৭৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নে কি কি খণ্ড সামৰি লৈছিল?
১৩৮৷ নিৰ্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়?
১৩৯৷ নিটি (NITI) আয়োগৰ সম্পূৰ্ণ ৰূপ লিখা৷
১৪০৷ কোন চনত ভাৰতে অর্থনৈতিক উদাৰীকৰণ নীতিগ্ৰহণ কৰে?
১৪১৷ অৰ্থনৈতিক বিকাশ, অর্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই ধাৰণা কেইটাৰ অৰ্থ একেনে? 
১৪২. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-
(i) এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল--
(a) জনমূৰি আয় (b) জাতীয় আয়
(c) অৰ্থনৈতিক আয় (d) বিত্তীয় আয়।
(ii) মানৱ উন্নয়ন প্ৰতিবেদনখন প্রথমে প্রকাশ হৈছিল---
(a) ১৯৫১ চনত (b) ১৯৬১ চনত
(c) ১৯৯০ চনত (d) ১৯৯৯ চনত
(iii) ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদন খনত কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
(a) দুটা (b) তিনিটা
(c) চাৰিটা (d) পাঁচটা
(iv) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ’ল---
(a)  এপ্ৰিল ১৯৫১-৩১ মাৰ্চ ১৯৫৬
(b)  এপ্ৰিল ১৯৪৭ - ৩১ মাৰ্চ ১৯৫২
(c)  এপ্রিল ১৯৬১ - ৩১ মাৰ্চ ১৯৬৬
(d) ওপৰৰ এটাও নহয়।
(v) NITI আয়োগ গঠন কৰা হয়--- 
(a) ২০১১ চনত (b) ২০০০ চনত
(c) ২০১৫ চনত (d) ২০১৪ চনত
(vi) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিল কৰণ হ’ল--
(a) গোলকীকৰণ (b) ব্যক্তিগতকৰণ
(c) উদাৰীকৰণ (d) অৰ্থনৈতিকৰণ
(vii) অসমত বৰ্তমান চলি থকা পৰিকল্পনাখন হৈছে---
(a) দ্বাদশ (b) একাদশ
(c) দশম (d) নৱম
(গ) কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP) ৰ অন্তৰ্গত প্রথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়।
(a)১৯৮০ চনত (b) ১৯৮৫ চনত
(c) ১৯৯০ চনত (d) ১৯৯৫ চনত
(ix) ১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল --
(a) ৰাজহুৱা খণ্ডই (b) ব্যক্তিগত খণ্ডই
(c) সেৱা খণ্ডই (d) কৃষি খণ্ডই

১৪৩. খালী ঠাই পূৰণ কৰাঃ-
(i) অর্থনৈতিক বিকাশ________উন্নয়ন আৰু মানৱ_________এই ধাৰণাকেইটাৰ অৰ্থ একেটাই নহয়।
(ii) অৰ্থনৈতিক বিকাশ হ’ল দেশ এখনৰ_______ আৰু_________বৃদ্ধি।
(iii) এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ _______ মূল্যই হ’ল_________
(iv) জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে ___________ পোৱা যায়।
(v)__________ দেশ সমূহতজনমূৰি আয় ___________ দেশসমূহতকৈ ক'ম।
(vi) __________ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মানদণ্ড ; আৰ্থ সামাজিক ; ৰাজনৈতিক পৰিবেশ আদিৰ উন্নয়ন বুজায়।
(vii) _____ চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্রকাশ হয়।
(viii)_____ চনত কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত __________ আয়োগ গঠন কৰিছে।
(ix) NITI আয়োগৰ অধ্যক্ষ হ’ল _________
(x) যি পৰিকল্পনাৰ যুগুত কৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল______________
(xi) গণতান্ত্রিক পৰিকল্পনা ক্ষমতাৰ ______________ সৈতে জড়িত।
(xii) যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্যৱস্থাই হ’ল______________ আৰ্থিক ব্যৱস্থা।
(xiii) ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱাত ৰাজহুৱা খণ্ডৰ তুলনাত ___________খণ্ডৰ গুৰুত্ব কম আছিল।
(xiv) ব্যক্তিগতকৰণ আৰু গোলকীকৰণ গুৰুত্ব পোৱাৰ বাবে _____________খণ্ডৰ গুৰুত্ব হ্ৰাস পায়। 
(xv) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল _____________
(xvi) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক; অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়ে 
'ল ______________ খণ্ড।
(xvii) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'____________
(xviii) দেশখনৰ অর্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'__________ 
(xix) গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক ---- বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ___________ধাৱমান হয়।
(xx) প্রতি পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা বাবে আমাৰ দেশৰ পৰিকল্পনা হ’ল ___________  পৰিকল্পনা।
(xxi) যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্যৱস্থাই হ’ল ______________ আৰ্থিক ব্যৱস্থা।
(xxii) শেহতীয়া অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-১৪ চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল ________ শতাংশ।
(xxiii) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল____________
(xxiv) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ'____________
(xxv) _________নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল।
(xxvi) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান সমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ___________
(xxvii) ____________ ক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক’ব পাৰি।
(xxviii) ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ____________ গুৰুত্ব কম আছিল।
(xxix) _________ দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ ( Green Revolution)-ৰ সূচনা কৰা হয়।

চমু প্রশ্নাৱলী
মূল্যাংক- /
. অৰ্থনৈতিক বিকাশ বা প্রসাৰতা আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত পাৰ্থক্য লিখা।
. মানৱ উন্নয়নৰ তিনিটা সুচক উল্লেখ কৰা।
. মানৱ উন্নয়নৰ নতুন ধাৰণাকেইটা উল্লেখ কৰা।
. অর্থনৈতিক পৰিকল্পনা কাক বোলে?
. পঞ্চবাৰ্ষিক পৰিকল্পনা বুলিলে কি বুজা?
. পঞ্চবাৰ্বিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা।
. গণতান্ত্রিক পৰিকল্পনা বুলিলে কি বুজা?
. ভাৰতবৰ্ষৰ অৰ্থ ব্যৱস্থা কেনে ধৰণৰ? মিশ্ৰ অর্থনীতি কাক বোলে?
. উদাৰীকৰণ কাক বোলে?
১০. ব্যক্তিগতকৰণ কাক বোলে?
১১. গোলকীকৰণ কাক বোলে?
১২. অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা।
১৩. অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য কি?
১৪. অর্থনৈতিক সংস্কাৰৰ তিনিটা কুফল লিখা।
১৫. অর্থনৈতিক সংস্কাৰৰ এটা সুফল উল্লেখ কৰা।
১৬. ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কিকি?
১৭. NITI আয়োগৰ গঠন সম্পৰ্কে লিখা।
১৮. ভাৰতীয় প্ৰশাসন ব্যৱস্থাত কি কি স্তৰ আছে?
১৯. ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ কি আছিল?
২০. নিৰ্বিনিয়োজন নীতি কি? নিৰ্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়?
২১. ২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ কি কি নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
২২. ২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নৰ সন্নিৱিষ্ট কৰা ধাৰণাকেইটাই কি কি বিষয় প্ৰতিফলিত কৰিছে?
২৩. জনমূৰি আয়ৰ ভিত্তিত বিশ্বৰ দেশসমূহক কেনেদৰে ভাগ কৰা হৈছে?
২৪. ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী প্ৰতিবেদনত মানৱ উন্নয়নৰ কি কি তিনিটা সূচক উল্লেখ কৰা হৈছে? 

ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক- /

. ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰ পৰা বৰ্তমানলৈ)ৰ
মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা।
. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্রৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
. অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
. অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
. অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।
. অর্থনৈতিক সংস্কাৰে আনিব পৰা সমস্যা সমূহ লিখা।
. চমুটোকা লিখাঃ-
(i) অর্থনৈতিক বিকাশ (ii) অর্থনৈতিক উন্নয়ন (iii) মানৱ উন্নয়ন (iv) অর্থনৈতিক পৰিকল্পনা (v)গণতান্ত্রিক পৰিকল্পনা (vi) উদাৰীকৰণ (vii) ব্যক্তিগতকৰণ (viii) বিশ্বায়ন (ix) NITI আয়োগ।

HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

চমু প্রশ্নাৱলী 
মূল্যাংক- /

. অৰ্থনৈতিক উন্নয়ন আৰু অর্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা। [HSLC '১৭,’১৯]
. নিটি আয়োগ কেতিয়া গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ কোন? [HSLC ’১৭]
. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্রভাৱ পেলাইছে চমুকৈ লিখা। [HSLC ’১৭,’১৯]
. অসম দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য উল্লেখ কৰা। [HSLC ’১৭]
. নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন? [HSLC ১৮]
. অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ ‘প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনা’ৰ সময়ছোৱা উল্লেখ কৰা। [HSLC ’১৮]
. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ৰ পৰা বৰ্তমানলৈকে) মাজত মূল পাৰ্থক্য উল্লেখ কৰা। [HSLC '১৮]
. মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। [HSLC ’১৮]
. মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা।[HSLC ’১৮]
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ