পৃথিৱীৰ দেশসমূহৰ নাম, ৰাজধানী আৰু ৰাষ্ট্ৰীয় পতাকা

দেশৰ নাম ৰাজধানী পতাকা
অ'মান মস্কট
আজাৰবাইজান বাকু in
আফগানিস্তান কাবুল Bangladesh
আৰ্মেনিয়া য়েৰেভান
ইজৰাইল জেৰুজালেম
ইণ্ড’নেছিয়া জাকাৰ্টা
ইৰাক বাগদাদ
ইৰান তেহৰান
উজবেকিস্তান তাছকেণ্ট
উত্তৰ ক’ৰিয়া পিয়ংয়াং
কটৰ দোহা
কম্ব’দিয়া ফ্‌নম পেন্‌হ
কাজাখস্তান আস্তানা
কিৰগিস্তান বিস্তেক
কুৱেইট কুৱেইট চিটি
চাইপ্ৰাছ নিক’ছিয়া
চীন বেইজিং
ছিংগাপুৰ ছিংগাপুৰ
ছিৰিয়া দামাস্কাছ
ছৌদি আৰব ৰিয়াদ
জৰ্জিয়া টবিলিছি
জৰ্ডান আম্মান
জাপান টকিঅ’
টাইৱান টাইপেই
টাজিকিস্তান দুচান্‌ৱে‍
তুৰ্কমেনিস্তান আছ্গাবাট
তুৰ্কী গণৰাজ্য নিক’ছিয়া
থাইলেণ্ড বেংকক
দক্ষিণ ওট্টেছিয়া স্কিনভেলি
দক্ষিণ ক’ৰিয়া ছিঅ’ল
নাগৰন’-কাৰাবাখ ষ্টেপানাকাৰ্ট
নেপাল কাঠমাণ্ডু
পাকিস্তান ইছলামাবাদ
পূব টিমৰ দিলি
ফিলিপাইন মেনিলা
বাংলাদেশ ঢাকা
বাহৰেইন মানামা
ব্ৰুনেই বান্দাৰ ছেৰি বেগাৱান
ভাৰত নতুন দিল্লী
ভিয়েটনাম হান’ই
ভূটান থিম্ফু
মংগ’লিয়া উলানবাটৰ
মালদ্বীভ মালে
মালয়ছিয়া কুৱালা লামপুৰ
ম্যানমাৰ য়াংগন
ৰাছিয়া মস্ক’
লাওছ ভিয়েনটিয়েন
লেবানন বেইৰুট
শ্ৰীলংকা কলম্ব’
সংযুক্ত আৰব এমিৰেট আবু ধাবি
য়েমেন চনা
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ