অসম বিধানসভাৰ নৱনিৰ্বাচিত মন্ত্ৰীসকল— ২০২১

New Ministers of Assam 2021

মুখ্যমন্ত্ৰী: ড° হিমন্ত বিশ্ব শৰ্মা (গৃহ, কৰ্মচাৰী, গড়কাপ্টানি আৰু বিতৰণ নোহোৱা বিভাগসমূহ)

কেবিনেট মন্ত্ৰীসকল
মন্ত্ৰীৰ নাম বিভাগ
ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা
অতুল বৰা কৃষি‍, উদ্যানবিদ্যা, পশুপালন আৰু পশুচিকিৎসা, সীমান্ত এলেকা উন্নয়ন, অসম চুক্তি ৰূপায়ন, সহযোগ
উৰ্খাও গৌৰা ব্ৰহ্ম হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ, সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ (BTC)
চন্দ্ৰমোহন পাটোৱাৰী পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, দক্ষতা উন্নয়ন, সংখ্যালঘু উন্নয়ন
পৰিমল শুক্লবৈদ্য পৰিৱেশ আৰু বন, মীন, আবকাৰী
কেশৱ মহন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বি‍জ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি‍
ৰণোজ পেগু শি‍ক্ষা, সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ (non-BTC)
অশোক সিংহাল গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন
যোগেন মহন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকা উন্নয়ন, খনি আৰু খনিজ দ্ৰব্য
সঞ্জয় কিষাণ চাহ জনজাতি উন্নয়ন, শ্ৰম আৰু সংস্থাপন
অজন্তা নেওগ সমাজ কল্যাণ, বিত্ত
পীযুষ হাজৰিকা জলসম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা
বিমল বৰা ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি, পৰ্যটন

অসমৰ নতুন মন্ত্ৰীসকল, ২০২১

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ