জিকিৰ— দশম শ্ৰেণী, অসমীয়া (প্ৰশ্নাৱলী)

অতি চমু প্ৰশ্নাৱলী
মূল্যাংক ১ নম্বৰকৈ

১৷ ‘মোমিনৰ অৰ্থ কি?
২। জিকিৰৰ ৰচক কোন? 
৩৷ জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? 

চমু প্রশ্নাৱলী
মূল্যাংক  ২/৩ নম্বৰকৈ

১৷ চমু টোকা লিখা।
আজান ফকীৰ 
২। জিকিৰৰ বিষয়ে এটি টোকা লিখা। 

৩৷ ‘‘আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত।”
  অন্তৰ্নিহিত অর্থটি বুজাই লিখা। 

ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক 8/৫ নম্বৰকৈ

১৷ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা:
(ক) পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।৷ 
(খ) “মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
(গ) খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ। 
(ঘ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।।

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী
মূল্যাংক ১ নম্বৰকৈ

১। আজান ফকীৰৰ প্রকৃত নাম কি আছিল?
২। ‘জিকিৰ গীত’ কোন ধৰ্মাৱলম্বীৰ মাজত প্রচলিত?
৩। জিকিৰত উল্লেখ থকা ‘আদম’ কোন?
৪। জিকিৰত প্রধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে?
৫। মক্কা কি?
6. ‘জিকিৰ’ শব্দৰ অৰ্থ কি?
৭। ‘আজান ফকীৰ’ক কি বুলি আখ্যা দিয়া হয়?
৮৷ “জিকিৰ গীত’ জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি?
৯। জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতক তুলনা কৰিব পাৰি?
১০। ‘ৰহম গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে?
১১। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
১২। তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেঁটা দিয়ে?
১৩। শব্দাৰ্থ লিখা:
জাৰী
ৰহম
দৰিয়া
ৰচুল
মোমিন
সঞ্চাৰ
টপালি
তিৰবেণী
আচমান
কুটুব
আদম
যুগুতি
পিৰীতি
ভেল

চমু প্রশ্নাৱলী
মূল্যাংক ২/৩ নম্বৰকৈ

১। ‘জিকিৰ’বোৰক কি গীত বুলি ক’ব পাৰি?
২। ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’— এইফাঁকি কথাৰ ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা ।

ৰচনাধৰ্মী প্রশ্নাৱলী
 মূল্যাংক ৪/৫ নম্বৰকৈ

1. ‘জিকিৰ’ পাঠটিৰ গুৰুত্ব কি বুলি ভাবা বুজাই লিখা। 
২।  ‘‘পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাব বুজাই লিখা।

3. ‘‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
  যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
- ভাব মোকলাই লিখা।

4. ‘মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাৰ নোৱাৰে তাত মায়াই ভেটে বাট।।
-তিৰবেণীৰ ঘাট কথাষাৰে কি বুজাইছে? কি কাৰণে মায়াই বাট ভেটি ধৰে খৰচি মাৰি লিখা।
৫। ‘দেওমাৰি পাৰ হৈ জীৱই আছে চাই। 
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।
- দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।

৬৷ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) ৰহম গিৰিহঁত তুমি আল্লা চাহাব ঐ 
যদি কৰা দৰিয়াৰ পাৰ।

(খ) দেও মাৰি পাৰ হৈ জীৱই আছে চাই। 
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।


পাঠভিত্তিক ব্যাকৰণ মূল্যাংক ১/২ নম্বৰকৈ

১৷ সমাৰ্থক শব্দ লিখা:
চিন্তো
ঘাট
পীৰিতি
আচমান
দৰিয়া
পিয়াহ
বাট
ভেল

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ