| শব্দ | অৰ্থ |
|---|---|
| সামঞ্জস্য | সংগতি (মিল থকা) |
| ব্যঙ্গাত্মক | উপহাসমূলক |
| সাউদ | সদাগৰ |
| ডাল-দৰিদ্ৰ | অতি দুখীয়া |
| ৰৰৈয়া | নদন-বদন |
| ভেকাহি | খঙেৰে মৰা ডাবি |
| হালোৱা | হাল-বাওঁতা |
| জাঁটলী | জঁট লগা চুলি থকা |
| বাস্তৱ | সত্য |
| খোৰাক | সমল |
| পদ্মলোচন | পদুমৰ দৰে চকু |
| বেজবেজাই | ডাকি জোৱাকৈ |
| দৰাচলতে | প্ৰকৃততে |
| পেটাৰি | জঁপা |
| নিজৰা | অলপ অলপকৈ বৈ অহা পানী |
| মৰচেৰেলা | হাড়ে-ছালে লগা |
| সজ | ভাল |

