গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, তৃতীয় পৰ্যায়, স্ব-মূল্যায়ন, দ্বিতীয় শ্ৰেণী

গুণোৎসৱ, তৃতীয় পর্যায়— ২০২২
শ্ৰেণী: দ্বিতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ যুগ পৰীক্ষা
আমাৰ পঢ়াশালিখন ধুনীয়া৷
দ্বিতীয় অংশ সুখ কিতাপ
অনিতাই বিহু নাচিছে৷
তৃতীয় অংশ জাকৈ ৰঙীন
ৰামধেনুৰ ৰং সাতটা৷

Reading— L2

Instruction to teacher : Learners will read any one of the following frames as per their choice.

Frame 1 lotus mango plant
Frame 2 red school play
Frame 3 book good green
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ