গুণোৎসৱ, তৃতীয় পর্যায়— ২০২২
শ্ৰেণী: চতুৰ্থ
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।
প্রথম অংশ | আজি আমাৰ ঘৰলৈ আলহী আহিব। বাইদেৱে কোঠাবোৰ ধুনীয়াকৈ সজাইছে। মায়ে বিধে বিধে খাদ্য প্রস্তুত কৰিছে। |
দ্বিতীয় অংশ | আমাৰ বিদ্যালয়ৰ খেলপথাৰখন ডাঙৰ। তাত আমি সদায় আবেলি ক্রিকেট খেলোঁ। খেলা-ধূলা কৰিলে শৰীৰ ভালে থাকে। |
তৃতীয় অংশ | কাইলৈৰ পৰা ভনিতাৰ বছৰেকীয়া পৰীক্ষা। এইবাৰ তাই ভাল ফল দেখুৱাবলৈ যত্ন কৰিছে। তাই নিশ্চয় সফল হ’ব। |
Reading— L2
Instruction to teacher : Learners will read any one of the following frames as per their choice.
FRAME 1 | Yoga helps us attain mental health. It is essential to keep ourselves physically healthy. So, we should practice it to keep our body fit. |
FRAME 2 | My best friend’s name is Bimal. He is very helpful to others. So, all of my teachers love him very much. |
FRAME 3 | There are four members in my family. The members of my family are my father, mother, elder sister and me. We all have love and respect towards each other. |