গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, তৃতীয় পৰ্যায়, স্ব-মূল্যায়ন, পঞ্চম শ্ৰেণী

গুণোৎসৱ, তৃতীয় পর্যায়— ২০২২
শ্ৰেণী: পঞ্চম
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ কৰণৰ খুড়াক এজন আদর্শ খেতিয়ক। তেওঁ ধান, সৰিয়হ, শাক-পাচলি আদিৰ খেতি কৰে। তেখেতক অনুকৰণ কৰি গাঁৱৰ আন যুৱক-যুৱতীসকলেও খেতি কৰিবলৈ আগ্রহ প্রকাশ কৰিছে।
দ্বিতীয় অংশ আজি আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। সেয়েহে সকলোৰে মনত বৰ আনন্দ। গাঁওবাসীৰ বহুদিনীয়া এটি প্রয়োজন আজি পূৰণ হ’ল।
তৃতীয় অংশ চন্দনাই পথাৰত জাকৈ বাইছে। কাৱৈ, পুঠি, ডঁৰিকণা আদি মাছবোৰ খালৈত ভৰাইছে। তাই হেনো আজি মাছেৰে টেঙাৰ আঞ্জা ৰান্ধিব।

Reading— L2

Instruction to teacher : Learners will read any one of the following frames as per their choice.

FRAME 1 One day a little boy was sitting on a branch of a tree. Suddenly, he saw a snake on that tree. He cried, ‘‘Save me, save me.’’
FRAME 2 I go to play in the playground every day with my friends. Our sports teacher said to me, “Games and sports keep our body fit and fine and develop leadership quality.’’ So, to make my body strong, I play everyday.
FRAME 3 Ram was coming from school when he saw an old man waiting to cross the road. He went to the man and said, ‘‘Grandfather, let me help you cross the road’’. The old man said, ‘‘thank you so much son’’.
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ