গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, প্ৰথম পৰ্যায়, স্ব-মূল্যায়ন, দ্বিতীয় শ্ৰেণী

গুণোৎসৱ, প্ৰথম পর্যায়— ২০২২
শ্ৰেণী: দ্বিতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ বল
বহল
কমলে বল খেলে৷
দ্বিতীয় অংশ কাণ
শয়ন
ডাল ভৰি আম লাগিছে।
তৃতীয় অংশ হৰণ দমকল
. .
আলিবাটত গাড়ী চলিছে।

Reading— L2
Frame 1 BOX FOX ROOT
Frame 2 PEN FOG DEER
Frame 3 BUS SON FOOD
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ