গুণোৎসৱ, প্ৰথম পর্যায়— ২০২২
শ্ৰেণী: তৃতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।
| প্রথম অংশ | কাজিৰঙাত গঁড় আছে। |
| গঁড় বনৰীয়া জন্তু। | |
| এশিঙীয়া গঁড় অসমত পোৱা যায়। | |
| দ্বিতীয় অংশ | সোমবাৰে হাট বহে। |
| হাটত আব্দুলে কল বেছে। | |
| কল পুষ্টিকৰ ফল। | |
| তৃতীয় অংশ | তুমি সাগৰ দেখিছানে? |
| সাগৰৰ পানী লুণীয়া৷ | |
| সাগৰত প্রচণ্ড ঢৌ উঠে। |
Reading— L2
| FRAME 1 | My name is Rohan. Where is the post office? Shut the door. |
| FRAME 2 | Who has seen the moon? What is the colour of your hair? Brush your teeth. |
| FRAME 3 | She lives in a village. Birds are flying. I love my country. |

