গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, প্ৰথম পৰ্যায়, স্ব-মূল্যায়ন, চতুৰ্থ শ্ৰেণী

গুণোৎসৱ, প্ৰথম পর্যায়— ২০২২
শ্ৰেণী: চতুৰ্থ
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ কাইলৈ আমাৰ পঢ়াশালি বন্ধ। সেইবাবে দেউতাৰ সৈতে মই বজাৰলৈ যাম। মঙ্গল জেঠাৰ দোকানৰ পৰা দুটা চুৱেটাৰ কিনিম।
দ্বিতীয় অংশ কাইলৈ শুক্রবাৰ। পুষ্পপাৰাত সাপ্তাহিক বজাৰ বহিব। মণ্টু খুড়াই বজাৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ যাব।
তৃতীয় অংশ কার্তিকৰ আজি বৰ আনন্দ। দেউতাকে তাক এখন নতুন চাইকেল কিনি দিছে। স্কুল বন্ধৰ দিনত সি চাইকেল চলাবলৈ শিকিব৷

Reading— L2
FRAME 1

Rita likes to play cricket.

It keeps her body active and fit.

Everyday, she plays cricket with her friends.

FRAME 2

Rohan : Rina! Would you like to play with me?

Rina : Yes Rohan. Let's play Ludo.

Rohan : I love playing Ludo.

FRAME 3

Minakshi : Hello Nilim! Do you have an English grammar book?

Nilim : Yes, I have.

Minakshi : Please send it to me for three days.

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ