গুণোৎসৱ, প্ৰথম পর্যায়— ২০২২
শ্ৰেণী: চতুৰ্থ
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।
প্রথম অংশ | কাইলৈ আমাৰ পঢ়াশালি বন্ধ। সেইবাবে দেউতাৰ সৈতে মই বজাৰলৈ যাম। মঙ্গল জেঠাৰ দোকানৰ পৰা দুটা চুৱেটাৰ কিনিম। |
দ্বিতীয় অংশ | কাইলৈ শুক্রবাৰ। পুষ্পপাৰাত সাপ্তাহিক বজাৰ বহিব। মণ্টু খুড়াই বজাৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ যাব। |
তৃতীয় অংশ | কার্তিকৰ আজি বৰ আনন্দ। দেউতাকে তাক এখন নতুন চাইকেল কিনি দিছে। স্কুল বন্ধৰ দিনত সি চাইকেল চলাবলৈ শিকিব৷ |
Reading— L2
FRAME 1 |
Rita likes to play cricket. It keeps her body active and fit. Everyday, she plays cricket with her friends. |
FRAME 2 | Rohan : Rina! Would you like to play with me? Rina : Yes Rohan. Let's play Ludo. Rohan : I love playing Ludo. |
FRAME 3 |
Minakshi : Hello Nilim! Do you have an English grammar book? Nilim : Yes, I have. Minakshi : Please send it to me for three days. |