গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, দ্বিতীয় পৰ্যায়, স্ব-মূল্যায়ন, দ্বিতীয় শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
শ্ৰেণী: দ্বিতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ নীলা নীলা
আলিবাটত গাড়ী চলিছে।
দ্বিতীয় অংশ মেঘ কৰণি
পাহাৰত জুই লাগিছে।
তৃতীয় অংশ বেল কেৰম
অমলে বেগাই দৌৰে।

Reading— L2
Frame 1 ΤΟΥ JUG ROOM
Frame 2 PET FOG HAND
Frame 3 VAN FAT SAND
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ