গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
শ্ৰেণী: তৃতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।
| প্রথম অংশ | লুইতত শিহু আছে। |
| শিহু পানীত থকা প্রাণী। | |
| আজিকালি নদীবোৰত শিহু কমিছে। | |
| দ্বিতীয় অংশ | মানাহ এখন অভয়াৰণ্য। |
| তাত সোণালী বান্দৰ আছে। | |
| মানাহত বহুত চৰাই আছে। | |
| তৃতীয় অংশ | ঘঁৰিয়াল জলচৰ প্রাণী। |
| ইয়াক কুম্ভীৰ বোলে। | |
| চিৰিয়াখানাত ঘঁৰিয়াল আছে। |
Reading— L2
| FRAME 1 | What is your name? Who broke the glass? This is a teapot. |
| FRAME 2 | We are waiting for the bus. There is a spider on the roof. Where is the bank? |
| FRAME 3 | My friend gave me a pencil. She lives in a big city. Go to your room. |

