গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, দ্বিতীয় পৰ্যায়, স্ব-মূল্যায়ন, চতুৰ্থ শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
শ্ৰেণী: চতুৰ্থ
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ তৰংগিনী পঢ়া-শুনাত ভাল। ৰাজ্যিক স্কুল সমাৰোহত এইবাৰো তাই তর্ক প্রতিযোগিতাত ভাগ ল’ব। যোৱাবাৰ তাই প্রথম স্থান লাভ কৰিছিল।
দ্বিতীয় অংশ প্রিয়ংকা আৰু এলেক্সহঁত হাফলঙত থাকে। হাফলং এখন স্বাস্থ্যকৰ পাহাৰীয়া ঠাই। সিহঁতৰ ঘৰ ওচৰা-উচৰি আৰু সিহঁত একেখন স্কুলতে পঢ়ে।
তৃতীয় অংশ আলফ্রেডহঁতৰ গাঁওখন পাহাৰৰ দাঁতিত। সিহঁতে পাহাৰত গছ-বন কাটি জুম খেতি কৰে। দূৰৰ পৰা জুম খেতি বৰ সুন্দৰ দেখি।

Reading— L2
FRAME 1 Emily went to the market with her mother. She liked to go there to buy fruits. She bought lots of her favourite fruits there.
FRAME 2 Rimpi is Raj’s best friends. She is getting ready to go to his birthday party in the afternoon. She is wearing her favourite red frock.
FRAME 3 An Earthquake hit Assam last year. It destroyed a number of houses but very few people were injured. The earthquake made many people homeless.
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ