গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, দ্বিতীয় পৰ্যায়, স্ব-মূল্যায়ন, পঞ্চম শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
শ্ৰেণী: পঞ্চম
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ পল্লৱ আৰু নাহিদ স্কুলৰ পৰা ঘৰলৈ উভতিছে। আজি বৰ ডাৱৰীয়া হৈ থকাৰ বাবে বৰ ঠাণ্ডা পৰিছে। নাহিদে ক’লে বৰষুণ আহিব যেন লাগিছে! ব’লা, অলপ বেগাবেগিকৈ খোজ কাঢ়োঁ।
দ্বিতীয় অংশ ‘‘আন্ধাৰ হৈ আহিছে, সোনকালে ঘৰলৈ যাওঁ ব’লা’’— ক্রিকেট খেলি উভতি আহোঁতে সমীৰণে ত্রিদিপক ক’লে। সিহঁতৰ ঘৰ একে অঞ্চলতে বাবে একেলগে অহা-যোৱা কৰে।
তৃতীয় অংশ ‘‘তুমি এইবাৰ কি হবা?’’, মাকে বৈকুণ্ঠক সুধিলে। ‘‘মই এইবাৰ সুভাষ চন্দ্র বসু হ’ম’’, সি উত্তৰ দিলে। সিহঁতৰ স্কুলত কাইলৈ ভেশচন প্রতিযোগিতা আছে।

Reading— L2
FRAME 1 Bwisagu is one of the seasonal festivals of Assam. It is a festival of the Bodo community of the state. Bwisagu means the start of the new year.
FRAME 2 Water is very important for every life forms on Earth. We use water for various purposes like drinking, cleaning, farming, cooking and so on. Water is a precious resource.
FRAME 3 When Sumi met Rani for the first time, she asked Rani— ‘‘Where do you live?’’ Rani replied quickly— ‘‘I live in Sivsagar.’’ ‘‘Wow! Sivsagar!’’— Sumi said excitedly and continued ‘‘I heard Sivsagar is a beautiful place and it has many historical places to visit.’’ Rani replied proudly—‘‘Yes! Therefore I love my home town a lot.’’
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ