গুণোৎসৱ, চতুৰ্থ পর্যায়— ২০২২
শ্ৰেণী: দ্বিতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।
| প্রথম অংশ | যুগ | পৰীক্ষা |
| আমাৰ পঢ়াশালিখন ধুনীয়া৷ | ||
| দ্বিতীয় অংশ | সুখ | কিতাপ |
| অনিতাই বিহু নাচিছে৷ | ||
| তৃতীয় অংশ | জাকৈ | ৰঙীন |
| ৰামধেনুৰ ৰং সাতটা৷ | ||
Reading— L2
| Frame 1 | BOY | FOX | ROOT |
| Frame 2 | PEN | FOG | DEER |
| Frame 3 | BUS | SON | FOOD |

