গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, চতুৰ্থ পৰ্যায়, স্ব-মূল্যায়ন, তৃতীয় শ্ৰেণী

গুণোৎসৱ, তৃতীয় পর্যায়— ২০২২
শ্ৰেণী: তৃতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ লীনাহঁত তামিলনাডুলৈ ফুৰিবলৈ গৈছে। তাত সিহঁতৰ খুড়াক থাকে। তামিলনাড়ু দক্ষিণ ভাৰতত অৱস্থিত।
দ্বিতীয় অংশ আজি আমাৰ পঢ়াশালি বন্ধ। দুপৰীয়া মোৰ ভাল লগা কিতাপ পঢ়িম। আবেলি ফুলনিত পানী দিম।
তৃতীয় অংশ ৰজত খেলা-ধূলা, নাচ-গান সকলোতে পাৰ্গত। সি ঘৰত মাক-দেউতাকক কামত সহায় কৰি দিয়ে। সকলোৱে তাক বৰ মৰম কৰে।

Reading— L2
FRAME 1

Please, open the door.

What is the name of your school?

Raju goes to school on foot.

FRAME 2

Give me a pen and a pencil.

Where do you live?

I love my country.

FRAME 3

Bring me a glass of water.

Which colour do you prefer, white or red?

The sun rises in the east.

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ