গুণোৎসৱ, তৃতীয় পর্যায়— ২০২২
শ্ৰেণী: তৃতীয়
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।
প্রথম অংশ | লীনাহঁত তামিলনাডুলৈ ফুৰিবলৈ গৈছে। তাত সিহঁতৰ খুড়াক থাকে। তামিলনাড়ু দক্ষিণ ভাৰতত অৱস্থিত। |
দ্বিতীয় অংশ | আজি আমাৰ পঢ়াশালি বন্ধ। দুপৰীয়া মোৰ ভাল লগা কিতাপ পঢ়িম। আবেলি ফুলনিত পানী দিম। |
তৃতীয় অংশ | ৰজত খেলা-ধূলা, নাচ-গান সকলোতে পাৰ্গত। সি ঘৰত মাক-দেউতাকক কামত সহায় কৰি দিয়ে। সকলোৱে তাক বৰ মৰম কৰে। |
Reading— L2
FRAME 1 |
Please, open the door. What is the name of your school? Raju goes to school on foot. |
FRAME 2 | Give me a pen and a pencil. Where do you live? I love my country. |
FRAME 3 |
Bring me a glass of water. Which colour do you prefer, white or red? The sun rises in the east. |