গুণোৎসৱ প্ৰশ্নকাকত, ২০২২, চতুৰ্থ পৰ্যায়, স্ব-মূল্যায়ন, চতুৰ্থ শ্ৰেণী

গুণোৎসৱ, চতুৰ্থ পর্যায়— ২০২২
শ্ৰেণী: চতুৰ্থ
(Self Evaluation)
মাধ্যম: অসমীয়া

Reading— L1

ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।

প্রথম অংশ আজি আমাৰ ঘৰলৈ আলহী আহিব। বাইদেৱে কোঠাবোৰ ধুনীয়াকৈ সজাইছে। মায়ে বিধে বিধে খাদ্য প্রস্তুত কৰিছে।
দ্বিতীয় অংশ আমাৰ বিদ্যালয়ৰ খেলপথাৰখন ডাঙৰ। তাত আমি সদায় আবেলি ক্রিকেট খেলোঁ। খেলা-ধূলা কৰিলে শৰীৰ ভালে থাকে।
তৃতীয় অংশ কাইলৈৰ পৰা ভনিতাৰ বছৰেকীয়া পৰীক্ষা। এইবাৰ তাই ভাল ফল দেখুৱাবলৈ যত্ন কৰিছে। তাই নিশ্চয় সফল হ’ব।

Reading— L2
FRAME 1 Rita likes to play cricket.
It keeps her body active and fit.
Everyday, she plays cricket with her friends.
FRAME 2 Rohan : Rina! Would you like to play with me?
Rina : Yes Rohan. Let's play Ludo.
Rohan : I love playing Ludo.
FRAME 3 Minakshi : Hello Nilim! Do you have an English grammar book?
Nilim : Yes, I have.
Minakshi : Please send it to me for three days.
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ