গুণোৎসৱ, চতুৰ্থ পর্যায়— ২০২২
শ্ৰেণী: পঞ্চম
(Self Evaluation)
মাধ্যম: অসমীয়া
Reading— L1
ছাত্ৰ-ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব।
প্রথম অংশ | কৰণৰ খুড়াক এজন আদর্শ খেতিয়ক। তেওঁ ধান, সৰিয়হ, শাক-পাচলি আদিৰ খেতি কৰে। তেখেতক অনুকৰণ কৰি গাঁৱৰ আন যুৱক-যুৱতীসকলেও খেতি কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। |
দ্বিতীয় অংশ | আজি আমাৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। সেয়েহে সকলোৰে মনত বৰ আনন্দ। গাঁওবাসীৰ বহুদিনীয়া এটি প্রয়োজন আজি পূৰণ হ’ল। |
তৃতীয় অংশ | চন্দনাই পথাৰত জাকৈ বাইছে। কাৱৈ, পুঠি, ডঁৰিকণা আদি মাছবোৰ খালৈত ভৰাইছে। তাই হেনো আজি মাছেৰে টেঙাৰ আঞ্জা ৰান্ধিব। |
Reading— L2
FRAME 1 | Nikhil has many activities planned for all the seven days of the week. Every Monday and Tuesday Nikhil reads a new book. On Wednesday and Thursday he goes for swimming. Friday and Saturday is for guitar lessons and finally Saturday-Sunday is spent with the family. |
FRAME 2 | A postman is an important person for the society. A postman carries letters, money orders, and parcels in a bag and delivers them to us. A postman wears a uniform of khaki colour. |
FRAME 3 | My teacher asked me, ‘‘Why do you look sad today, Raju?’’ ‘‘I lost my dog yesterday, sir’’, I replied with a hum. Then my teacher consoled me saying that this is how life works. |