গুণোৎসৱ ২০২৩ পেকেটিঙৰ নিয়ম



(মূল্যায়ন নিৰ্দেশাৱলী, গুণোৎসৱ ২০২৩ অনুসৰি সহজভাৱে লিখা হৈছে‍)

নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে পেকেটিং

১। School Evaluation OMR আৰু Attendance Sheet ৰ বাবে নিৰ্ধাৰিত হৈ অহা (লিখা থকা) খামটোত ভৰাব।

২। প্ৰথম শ্ৰেণীৰ OMR খিনি Class- I বুলি লিখা থকা নিৰ্দিষ্ট খামটোত ভৰাব।

৩। দ্বিতীয় শ্ৰেণীৰ OMR খিনি Class- II বুলি লিখা থকা নিৰ্দিষ্ট খামটোত ভৰাব।

৪। তৃতীয় শ্ৰেণীৰ OMR খিনি Class- III বুলি লিখা থকা খামটোত, চতুৰ্থ শ্ৰেণীৰ OMR খিনি Class- IV বুলি লিখা খামটোত, পঞ্চম শ্ৰেণীৰ OMR খিনি Class- V বুলি লিখা খামটোত ভৰাব। এই তিনিওটা খাম একেলগ কৰি বহল চেল'টেপেৰে মেৰিয়াই দিব।

    মুঠ খাম হ'ব ৬ টা। খামৰ মুঠ গোট হ'ব ৪ টা। তাৰ পাছত এইবিলাক একেলগ কৰি নিৰ্ধাৰিত হৈ অহা প্লাষ্টিকৰ পেকেটটোত ভৰাব। ভৰাই ছীল কৰিব। পেকেটতৰ ওপৰত বহিঃমূল্যায়নৰ দিন অনুসৰি A/ B/ C sticker এটা লগাই দি‍ব।


উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে পেকেটিং

১। School Evaluation OMR আৰু Attendance Sheet ৰ বাবে নিৰ্ধাৰিত হৈ অহা (লিখা থকা) খামটোত ভৰাব।

২। ষষ্ঠ শ্ৰেণীৰ OMR খিনি Class- VI বুলি লিখা থকা খামটোত, সপ্তম শ্ৰেণীৰ OMR খিনি Class- VII বুলি লিখা খামটোত, অষ্টম শ্ৰেণীৰ OMR খিনি Class- VIII বুলি লিখা খামটোত ভৰাব। এই তিনিওটা খাম একেলগ কৰি বহল চেল'টেপেৰে মেৰিয়াই দিব।

    মুঠ খাম হ'ব ৪ টা। খামৰ মুঠ গোট হ'ব ২ টা। তাৰ পাছত এইবিলাক একেলগ কৰি নিৰ্ধাৰিত হৈ অহা প্লাষ্টিকৰ পেকেটটোত ভৰাব। ভৰাই ছীল কৰিব। পেকেটতৰ ওপৰত বহিঃমূল্যায়নৰ দিন অনুসৰি A/ B/ C sticker এটা লগাই দি‍ব।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ