আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— প্ৰশ্নাৱলী

সমাজ বি‍জ্ঞান, দশম শ্ৰেণী

অনুশীলনীৰ প্ৰশ্নাৱলী
অতি চমু উত্তৰৰ প্ৰশ্ন
১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
২৷ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা৷
৪৷ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেঞ্চিৰ নাম লিখা।
৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
৬৷ মানৱ অধিকাৰ মানে কি বুজা?

দীঘল উত্তৰৰ প্ৰশ্ন
১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা৷
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
৩। বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা
৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

অতি চমু উত্তৰৰ প্রশ্নাৱলী
মূল্যাংক: 

১৷ জাতিসংঘ কেতিয়া গঠন হৈছিল?
২৷ প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
৩৷ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
৪৷ ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল?
৫৷ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল?
৬৷ ‘ৰাষ্ট্ৰসংঘ দিৱস’ কেতিয়া পালন কৰা হয়?
৭৷ কোনখন সন্মিলনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল?
৮৷ ছানফ্ৰান্সিস্ক’ সন্মিলনত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল?
৯৷ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?
১০৷ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
১১৷ ৰাষ্ট্ৰসংঘৰ চনদত কেইটা অনুচ্ছেদ আছে?
১২৷ ৰাষ্ট্ৰসংঘৰ যিকোনো এটা উদ্দেশ্য লিখা৷
১৩৷ ৰাষ্ট্ৰসংঘৰ এটা নীতি উল্লেখ কৰা৷
১৪৷ ৰাষ্ট্ৰসংঘ কেইটা প্ৰধান অংগৰে গঠিত?
১৫৷ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো?
১৬৷ প্ৰতিখন ৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ কিমানজন সদস্য প্ৰেৰণ কৰিব পাৰে?
১৭৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিখন সদস্য ৰাষ্ট্ৰই কেইটা ভোট প্ৰদান কৰিব পাৰে?
১৮৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন কিমান দিনৰ মূৰে মূৰে অনুষ্ঠিত হয়?
১৯৷ ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান আছিল?
২০৷ ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান আছিল?
২১৷ কেতিয়া আৰু কিমান নং অনুচ্ছেদৰ সংশোধন কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়?
২২৷ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা কিমান?
২৩৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে?
২৪৷ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ কেইজন সদস্যৰ সন্মতি থাকিব লাগে?
২৫৷ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ কেইজন স্থায়ী সদস্যৰ সন্মতি থাকিব লাগে?
২৬৷ নিৰাপত্তা পৰিষদৰ কোনবিলাক সদস্যৰ ‘ভেটো’ প্ৰদানৰ ক্ষমতা আছে?
২৭৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখন আছে?
২৮৷ ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান আছিল?
২৯৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কেতিয়া ২৭ জনলৈ বৃদ্ধি কৰা হয়?
৩০৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কেতিয়া ৫৮ জনলৈ বৃদ্ধি কৰা হয়?
৩১৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ একোজন সদস্যৰ কাৰ্যকাল কিমান বছৰ?
৩২৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে?
৩৩৷ ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদ অনুসৰি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন কৰা হৈছে?
৩৪৷ ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদ অনুসৰি ন্যাসৰক্ষী পৰিষদ গঠন কৰা হৈছে?
৩৫৷ ন্যাসৰক্ষী পৰিষদৰ মুখ্য উদ্দেশ্য কি?
বা
ন্যাসৰক্ষী পৰিষদ কিয় গঠন কৰা হৈছিল?
৩৬৷ ন্যাসৰক্ষী পৰিষদ কেই ধৰণৰ সদস্যৰে গঠিত?
৩৭৷ ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো কি?
৩৮৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়্যলয় কেইজন ন্যায়্যধীশৰ দ্বাৰা গঠিত?
৩৯৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্য সংখ্যা কিমান?
৪০৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম কি?
৪১৷ ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ইয়াৰ কোনটো অংগই ৰূপায়িত কৰে?
৪২৷ ৰাষ্ট্ৰসংঘৰ চনদৰ কোন অনুচ্ছেদ অনুসৰি সচিবালয়ৰ সচিবপ্ৰধানক নিয়োগ কৰা হয়?
৪৩৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?
৪৪৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্ৰধানৰ কাৰ্যকাল কেই বছৰ?
৪৫৷ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্ৰধান কোন আছিল?
৪৬৷ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধান কোন?
৪৭৷ ILO-ৰ সম্পূৰ্ণ নাম লিখা৷
৪৮৷ WHO-ৰ সম্পূৰ্ণ নাম লিখা৷
৪৯৷ UNDP-ৰ সম্পূৰ্ণ নাম লিখা৷
৫০৷ UNHRC-ৰ সম্পূৰ্ণ নাম লিখা৷
৫১৷ UNICEF-ৰ সম্পূৰ্ণ নাম লিখা৷
৫২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷
৫৩৷ IMF-ৰ সম্পূৰ্ণ নাম লিখা৷
৫৪৷ FAO-ৰ সম্পূৰ্ণ নাম লিখা৷
৫৫৷ ৰাষ্ট্ৰসংঘ কিমান বছৰৰ পূৰ্বে গঠন হৈছিল?
৫৬৷ কোন দেশে ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণিৰ সৃষ্টি কৰিছে?
৫৭৷ ৰাষ্ট্ৰসংঘৰ ‘নিৰস্ত্ৰীকৰণ আয়োগ’ (Disarmament Commision) কেতিয়া গঠন কৰা হৈছিল?
৫৮৷ ৰাষ্ট্ৰসংঘই ‘আংশিকভাৱে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ (Partial Nuclear Test Ban Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
৫৯৷ ৰাষ্ট্ৰসংঘই ‘বহিঃ মহাকাশ চুক্তি’ (Outer Space Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
৬০৷ ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ (Nuclear Non-proliferatin Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
৬১৷ ৰাষ্ট্ৰসংঘই ‘সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ (Seabed Control Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
৬২৷ ৰাষ্ট্ৰসংঘই ‘SALT—1’ (Strategic Arms Limitation Treaty—1) কেতিয়া স্বাক্ষৰ কৰিছিল?
৬৩৷ ৰাষ্ট্ৰসংঘই ‘SALT—2’ (Strategic Arms Limitation Treaty—2)  কেতিয়া স্বাক্ষৰ কৰিছিল?
৬৪৷ ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’ (Nuclear Arms Control Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
৬৫৷ ৰাষ্ট্ৰসংঘই ‘START—1’ (Strategic Arms Reduction Treaty—1)   কেতিয়া স্বাক্ষৰ কৰিছিল?
৬৬৷ ৰাষ্ট্ৰসংঘই ‘START—2’ (Strategic Arms Reduction Treaty—2)   কেতিয়া স্বাক্ষৰ কৰিছিল?
৬৭৷ ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ (Comprehensive Test Ban Treaty, CTBT) কেইখন ৰাষ্ট্ৰৰ দ্বাৰা স্বাক্ষৰিত হৈছিল?
৬৮৷ ৰাষ্ট্ৰসংঘই কেতিয়া ‘প্ৰতিৰোধমূলক কূটনীতি’ (Preventive Diplomacy) গ্ৰহণ কৰিছিল?
৬৯৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?
৭০৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠনৰ উদ্দে‍শ্য কি?
বা
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় গঠন কৰা হৈছিল?
৭১৷ জন্মক্ষণত মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
৭২৷ ১৯৬২ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
৭৩৷ ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
৭৪৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ?
৭৫৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখ্য কাম কি?
৭৬৷ ৰাষ্ট্ৰসংঘই কেতিয়া মানৱ অধিকাৰ                                   ঘোষণাপত্ৰ গ্ৰহণ কৰে?
৭৭৷ কেইখন ৰাষ্ট্ৰৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে?
৭৮৷ ‘মানৱ অধিকাৰ দিৱস’ কোন তাৰিখে পালন কৰা হয়?
৭৯৷ মানৱ অধিকাৰ ঘোষণাপত্ৰত কেইটা অনুচ্ছেদ আছে?
৮০৷ ৰাষ্ট্ৰসংঘই কেতিয়া ইয়াৰ সদস্যৰাষ্ট্ৰবিলাকক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে সদস্যৰাষ্ট্ৰবিলাকৰ পৰামৰ্শ বিচাৰিছিল?
৮১৷ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশন ক’ত অনুষ্ঠিত হৈছি‍ল?
৮২৷ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হয়?
৮৩৷ কোন অধ্যাদেশ অনুসৰি মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়?
৮৪৷ ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ কেতিয়া গ্ৰহণ কৰা হৈছিল?
৮৫৷ কোনখন আইন অনুসৰি ভাৰতবৰ্ষৰ ৰাজ্যবিলাকতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়?
৮৬৷ কেনে ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ’ব পাৰে?
৮৭৷  ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে?
৮৮৷ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কেই বছৰ?
৮৯৷ জাতিসমূহৰ সংঘ (Commonwealth of Nations)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯০৷ এমনেষ্টি ইণ্টাৰনেছনেল (Amnesty International, AI)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯১৷ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (North Atlantic Treaty Organization, NATO)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯২৷ আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ (International Renewable Energy Agency)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৩৷ এছি‍য়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম (APEC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৪৷ দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা (ASEAN)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৫৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council, ICC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৬৷ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৭৷ বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum, WEF)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৮৷ আন্তঃৰাষ্ট্ৰীয় হকি‍ ফেডাৰেচন (International Hockey Federation)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৯৷ দক্ষি‍ণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian Association for Regional Co-operation, SAARC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

১০০৷ ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে এক‍ে উদ্দেশ্যৰে‍ গঠন হোৱা সংগঠনটোৰ নাম কি আছিল?

চমু উত্তৰৰ প্রশ্ন
মূল্যাংক- /
 সাধাৰণ সভাৰ গঠনৰ বিষয়ে লিখা।
 নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে লিখা।
 সচিবালয়ৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়?
 ৰাষ্ট্ৰসংঘই যুদ্ধৰ পৰিবেশ নাইকিয়া কৰিবলৈ সম্পাদিত কৰা তিনিখন চুক্তিৰ নাম উল্লেখ কৰা।
 মানৱ অধিকাৰ ঘোষণা পত্ৰত কেইটা প্রস্তাৱনা আৰু অনুচ্ছেদ সম্বলিত আছে?
 ভাৰতৰ ৰাষ্ট্ৰীয় মানৰ অধিকাৰ আয়োগৰ সদস্য সকলৰ অৰ্হতা সম্পৰ্কে লিখা।
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাম কি?
 ন্যাসৰক্ষী পৰিষদৰ সদস্য সমূহ কেই ধৰণৰ সদস্যৰে গঠিত আৰু কিকি? 
ৰাষ্ট্ৰসংঘৰ চনদ’ কেতিয়া গ্ৰহণ কৰা হয়?
১০ ৰাষ্ট্র-সংঘৰ চনদৰ চূড়ান্ত ৰূপ ক’ত, কেতিয়া দিয়া হৈছিল?
১১ ৰাষ্ট্ৰসংঘ কেতিয়া, কিয় গঠিত হ'?
১২ ৰাষ্ট্ৰসংঘৰ যিকোনো চাৰিটা প্ৰধান অংগৰ নাম লিখা।
১৩ ৰাষ্ট্ৰ-সংঘৰ তিনিটা বিশেষ অভিকৰণৰ নাম উল্লেখ কৰা।
১৪ ৰাষ্ট্ৰ-সংঘই বিশ্বৰ শান্তি ৰক্ষাৰ বাবে কি কাম কৰে?
১৫ মানৱ অধিকাৰ কি?

ৰচনাধৰ্মী প্ৰশ্নাৱলী
মূল্যাংক: /
 ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
 বিশ্বশাস্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
 মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।
. কেনেধৰণৰ ব্যক্তি ৰাষ্ট্ৰীয় মানৰ অধিকাৰ আয়োগৰ সদস্য হ’ব পাৰে?
 ৰাষ্ট্ৰসংঘৰ যিকোনো পাঁচটা অংগৰ নাম লিখা।
 চমুটোকা লিখা:
(i) সাধাৰণ সভা 
(ii) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ
(iii) ন্যাসৰক্ষী পৰিষদ 
(iv) আন্তর্জাতিক ন্যায়ালয় 
(v) সচিবালয়

HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী
অতি চমু প্রশ্নাৱলী 
মূল্যাংক: 
 শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ইউনেস্ক'ৰ মুখ্য কাৰ্যালয় অৱস্থিত [HSLC '০৯]
(a) জেনেভাত
(b) ৰোমত
(c) নিউ ইয়ৰ্কত
(d) পেৰিছত।
(ii) নিৰাপত্তা পৰিষদ হ’ল — [HSLC '১১]
(a) আন্তৰ্জাতিক মুদ্ৰা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ
(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ
(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰত্বপূৰ্ণ অংগ
(d) আন্তৰ্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।
(iii) ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল—  [HSLC '১৩]
(a) ১৯৪৫
(b) ১৯৪৬
(c) ১৯১৯
(d) ১৯৯৩
(iv) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? [HSLC '১৪,'১৭]
(a) ২৪ অক্টোবৰ
(b) ২৭ ছেপ্টেম্বৰ
(c)  জুন
(d) ১০ ডিচেম্বৰ
(v) আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ’ল— [HSLC' ১৬,'১৭]
(a) ৯ জন
(b) ১১ জন
(c) ১৫ জন
(d) ৫ জন
 আন্তৰ্জাতিক ন্যায়ালয়ৰ প্রধান কাৰ্য কি? [HSLC '১২]
 বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত “ৰাষ্ট্ৰসংঘ দিৱস” হিচাপে পালন কৰা হয়? [HSLC '১৩]
চমু উত্তৰৰ প্রশ্নাৱলী
মূল্যাংক: /
 ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা । [HSLC '০৬]
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যি কোনো তিনিটা ক্ষমতা লিখা। [HSLC '১০]
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা লিখা।[HSLC ’১১]
 ৰাষ্ট্ৰসংঘৰ ছটা বিশেষ অভিকৰণ কি কি? [HSLC '১১]
 বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্রধান আইনগত ব্যৱস্থা উল্লেখ কৰা। [HSLC '১২,’১৭]
 ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য কি? [HSLC ’১৭]
 তলত উল্লেখ কৰা আন্তৰ্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য কাৰ্যালয়ৰ নাম লিখা ? [HSLC ’১৮]
(ক) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা
(খ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকালিখা। [HSLC '১৮]
 ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্রথম সচিব প্রধানজন কোন আছিল? [HSLC '১৯]
১০ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। [HSLC ’১৯]
ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক: //
 ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য আৰু নীতিসমূহ উল্লেখ কৰা। [HSLC '০৮]
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যাৱলী ব্যাখ্যা কৰা। [HSLC ’০৮]
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্রধান ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। [HSLC '১২]
 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কাৰ্য উল্লেখ কৰা। [HSLC '১৫]
 ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে লিখা। [HSLC ’১৬]
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ