মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা-২০১৩


(Part-I)

বিষয়: অসমীয়া (মাতৃভাষা)
নম্বৰ-15

1. ‘পিঠাৰ মেল’ পদ্যটো কাহিনী আকাৰে লিখা
2. (ক) ‘লৌহিত্য’ মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে?
(খ) ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয়?
(গ) প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?
(ঘ) চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ কি বৰ্ণ?
3. (ক) অর্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা:
পৰশ্ৰীকাতৰ, তীক্ষ্ন
(খ) ‘স্ক’ যুক্তাক্ষাৰ থকা দুটা শব্দ লিখা
(গ) সমাৰ্থক শব্দ লিখা:
পৃথিৱী, ঘৰ
4. (ক) কাল নিৰ্ণয় কৰা: ‘মই কাইলৈ গুৱাহাটীলৈ যাম’’
(খ) পদ বাছি উলিওৱা:
চন্দন এবিধ মূল্যৱান গছ’
5. খালী ঠাই পূৰ কৰা:
(ক) সাৱধানৰ ______ নাই।
(খ) আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাক ______ বোলে।
6. চমুটোকা লিখা। (যিকোনো এজনৰ বিষয়ে)
(ক) ছাৰ আইজাক নিউটন
(খ) অমলপ্ৰভা দাস
(গ) ড° বাণীকান্ত কাকতি

(Part-II)
Subject: English
Marks-10

7. Answer the following as directed in the brackets:
(a) Can’t (give the full form)
(b) He saw ox in the field (put appropriate article a, an, the)
(c) Below (write the opposite form)
(d) In a forest, there ....... (lives/live/lived) a goblin name. (Fill in the blanks with correct word from above bracket and complete the sentences)

(e) Man (give the plural form)
(f) He ........ (See) a tiger in the jungle yesterday.
(put the appropriate verb form in the blank)

8. Using the following clues write about yourself:
(name, place you love in, physical features, habit, likes and dislike)
9. Punctuate the following sentence-
next wednesday my sister Mita is going to join the sports competition.
10. How do you come to school everyday.
11. Ask question to get the following answer: Day
after tomorrow I shall go to shillong.

(Part-II)
বিষয়ঃ গণিত
নম্বৰ-25

13. এটা ঘনকৰ চুক কেইটা?
14. এক কিল’গ্ৰামৰ অংশ কিমান? 15. 7 মিলিমিটাৰ = ....... মিটাৰ
16. 1 টকাৰ \(\frac{1}{5}\) অংশ কিমান?
17. হৰণ কৰি শুদ্ধ হৈছে নে নাই পৰীক্ষা কৰি দেখুওৱা-
705 ÷ 7
18. 4, 5 আৰু 6ৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো লিখা
19. এজন দোকানীয়ে বিক্ৰী কৰাৰ বাবে প্ৰতিটো কলম 7.50 টকাকৈ 1\(\frac{1}{2}\) ডজন কলম কিনিলেদোকানীজনে কলম কি দামত বিক্ৰী কৰিলে 27.00 টকা লাভ কৰিব?
20. যদি a=1, b=2, c=3 হয়, তেনেহ’লে তলৰ abc X cab ৰ পূৰণফল উলিওৱা
21.\(\frac{1}{2}\)ৰ চাৰিটা সমমান ভগ্নাংশ লিখা
22. 1 লিটাৰ গাখীৰৰ মূল্য 40 টকা হ’লে 3\(\frac{1}{2}\) লিটাৰ গাখীৰৰ মূল্য কিমান?
23. 18 চেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 12 চেমি, বহল ডাঠ কাগজ এখিলাৰ পৰিসীমা কিমান?
24. ৰামুৱে তেওঁৰ পাচলি বাগিছাখনৰ ½  অংশত আলু, ¼  অংশত বিলাহী আৰু বাকী অংশত কবিৰ খেতি কৰিলে। তেওঁ বাগিছাখনৰ কিমান অংশত কবিৰ খেতি কৰিলে?
25. বৰ্গ আৰু আয়তৰ চিত্ৰ আঁকি পাৰ্থক্য লিখা
26. গভীৰ ঘনকৰ চিত্ৰ এটা আঁকা
27. 1 কিল’গ্ৰামত লাড়ু তৈয়াৰ হয় 28 টা। 12 কিল’গ্ৰামত কিমান লাডু? 16 পেকেট কৰিলে কিমান পেকেট হ’ব?

(Part-IV)
বিষয়: কলা শিক্ষা আৰু সাধাৰণ জ্ঞান
নম্বৰ-25

28. এটা ধুমুহাৰ দৃশ্য অংকন কৰা। 10
29. ডালত লাগি থকা দেখুৱাই পাতেৰে সৈতে এটা আমৰ ছবি আঁকা। 5
30. অসমৰ কোনজন সাহিত্যিকৰ বৰ্তমান ‘ডেৰশ বছৰীয়া জন্মজয়ন্তী’ পালন কৰা হৈছে?
31, ‘বৰদলৈ ট্ৰফী’ কি খেলৰ লগত জড়িত?
32. ৰাষ্ট্ৰীয় সিক্ষা দিৱস’ কোন তাৰিখে পালন কৰা হয়?
33. কাৰ জন্ম দিনত ‘অভিৰুচি ক্ৰীড়া দিৱস’ পালন কৰা হয়?
34, ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী এজনৰ নাম লিখা
35. ভাৰতৰ ৰাষ্ট্ৰীয় দিৱস দুটাৰ নাম লিখা
36. বড়ো জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা দুবিধ সাজ-পাৰৰ নাম লিখা
37. ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? এই খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?
38. WHO - ৰ সম্পূৰ্ণ নামটো কি?
39. কোনগৰাকী বিদেশী ৰাষ্ট্ৰপতিক ‘ভাৰতৰত্ন’ উপাধি প্ৰদান কৰা হৈছে?
40. ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি?
41. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?

(Part-V)
বিষয়ঃ পৰিবেশ অধ্যয়ন (আমি আৰু আমাৰ পৰিবেশ)
নম্বৰ-25
42. উত্তৰ লিখাঃ 1x 4=4
(ক) ‘বিশ্ব জৈৱ বৈচিত্ৰ’ দিৱস কোন তাৰিখে পালন কৰা হয়?
(খ) ব্ৰক্ষ্মপুত্ৰ নৈত পোৱা পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণীবিধৰ নাম কি?
(গ) অসমৰ একমাত্ৰ মালভূমিখনৰ নাম কি?
(ঘ) পৌৰ সভাৰ সদস্য/সদস্যাগৰাকীক কি বোলে?

43. খালী ঠাই পূৰ কৰাঃ 1x4=4
(ক)
(খ) মিচিংসকলে ------উৎসৱ পালন কৰে
(গ) ১৯৫০ চনত অসমত এটা ডাঙৰ ------- হৈছিল?
(ঘ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম -------- গণৰাজ্য

44. চমু উত্তৰ দিয়াঃ 2x5=10
(ক) মাটি প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা
(খ) কেতিয়াৰ পৰা ভাৰতবৰ্ষই এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰা?
(গ) প্ৰাচীন কালত অসমলৈ অহা দুটা জনগোষ্ঠীৰ নাম লিখা
(ঘ) ভাৰতবৰ্ষৰ দুটা ৰাষ্ট্ৰীয় জলপথৰ নাম লিখা
(৬) আদিম কালত মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

45. চমুটোকা লিখা (যিকোনো দুটা) 2+2=4
(ক) পথৰুঘাটৰ ৰণ
(খ) শিক্ষাৰ অধিকাৰ আইন
47. শস্যপথাৰৰ পৰিস্থিতি তন্ত্ৰত সৃষ্টি হোৱা এটি খাদ্য শৃংখলৰ চিত্ৰ আঁকা




অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ