মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা— ২০১৭

শ্রেণী: পঞ্চম
মাধ্যম: অসমীয়া

সময়: ৩ ঘণ্টা

মুঠ নম্বৰ : ১০০

(PARTI)

বিষয় : অসমীয়া (মাতৃভাষা)

(নম্বৰ: ১৫)


১। উত্তৰ দিয়া: ১ x ৫=৫

 (ক) ‘পিঠাৰ মেল’ কবিতাটিৰ কবিজনৰ নাম লিখা৷

 (খ) চন্দ্ৰবিন্দু অসমীয়া ভাষাৰ কি বৰ্ণ?

 (গ) চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?

 (ঘ) কিমান চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল?

 (ঙ) অসমৰ দুটা লোকনাট্য অনুষ্ঠানৰ নাম লিখা।

২। অৰ্থ লিখা (যিকোনো দুটা): ১

উদৰ, হৰষিত, সাউৎকৰে

৩৷ ষ্ঠ যুক্তাক্ষৰ থকা দুটা শব্দ লিখা। ১

(খ) বিপৰীত লিংগ বুজোৱা শব্দ লিখা: ১

শিক্ষক, মামী

৪। (ক) আঁচ দিয়া শব্দ দুটাৰ পদ বাছা৷ ১

মই আৰু মা বজাৰলৈ গৈছিলোঁ

(খ) অৰ্থ প্রকাশ হোৱাকৈ বাক্য সাজা: ১

ভৰি=

(গ) সমাৰ্থক শব্দ লিখা: ১

আনন্দ, শেষ

৫। খালী ঠাই পূৰ কৰা: ১ x ২ = ২

  (ক) ওজাৰ মুখ্য পালিজনক ___ বোলে।

  (খ) বছৰ বয়সৰ পৰাই অমলপ্রভা দাসে সূতা কাটিছিল।

৬৷ চমু ঢোকা লিখা (যিকোনো এটা): ২

(ক) ওজা-পালি

(খ) বিহু

(গ) চন্দ্ৰপ্ৰভা শইকীয়ানী

 

(PARTII)

Sub : English

(Marks: 10)

1. Answer the following questions: 1x3=3

  (a) What language do the people of Manipur speak?

  (b) Why did all the children hate Hari?

  (c) How many brothers did the Barber have?

2. Fill in the blanks with proper verb from the bracket: \(\frac{1}{2}\) x 3=1\(\frac{1}{2}\)

(a) Hari ___ to school everyday.

(go/ went/ goes)

(b) He ___ going to market.

(is/ are)

(c) We ___ go to picnic tomorrow.

(are/ were/ shall)

3. Fill in the blanks with proper preposition from the bracket: \(\frac{1}{2}\) x 3 = 1\(\frac{1}{2}\)

(to/ with / into/ on)

  (a) The boy ran ___ the dog.

  (b) The frog jumped ___ the wall.

  (c) The children walked ___ the bridge.

4. Write the opposite words of the following:  \(\frac{1}{2}\) x 2 =1

Lazily, Ugly

5. Write the plural forms of the following words:  \(\frac{1}{2}\) x 2=1

Man, Cow

6. Select the verb and subject of the following sentences:  1x2=2

  (a) Tom comes to school at 9 o'clock everyday.

  (b) I always get up early in the morning.

 

(PARTIII)

বিষয়: গণিত

(নম্বৰ: ২৫)

১৷ উত্তৰ দিয়া: ১ x ৫=৫

(ক) \(\frac{3}{4}\) টকা = ___ পইচা।

(খালী ঠাই পূৰণ কৰা)

(খ) 6 ৰ দুটা গুণিতক লিখা।

(গ) 8 ছে; মি:,3 মি: মি:-ক ভগ্নাংশত প্রকাশ কৰা।

(ঘ) \(\frac{18}{1000}\) ক দশমিকত প্রকাশ কৰা।

(ঙ) \(\frac{1}{4}\)-ৰ দুটা সমমান ভগ্নাংশ লিখা।

২। (ক) গুৱাহাটীৰ সৰ্বোচ্চ উষ্ণতা 35°C আৰু শ্বিলঙৰ সৰ্বোচ্চ উষ্ণতা 22°C হ’লে, গুৱাহাটীৰ উষ্ণতা কিমান বেছি? ১ \(\frac{১}{২}\)

(খ) 121.46, 105.46, 27.62 যোগ কৰা। ১\(\frac{১}{২}\)

৩৷ এটা বাকচৰ দীঘ 30 ছে: মি:, প্ৰস্থ 20 ছে: মি: আৰু উচ্চতা 15 ছে:মি: হ’লে আয়তন উলিওৱা। ২

৪৷ দুটা সংখ্যাৰ পূৰণফল 59535 ৷ এটা 567 হ’লে আনটো কিমান? ২

৫। এখন আয়তাকাৰ পথাৰৰ কালি 65 বৰ্গ ছে: মি: । দীঘ 13 ছে:মি: হ’লে, প্ৰস্থ কিমান? ৩

৬৷। এখন বাছে 5 ঘণ্টাত 200 কি: মি: দূৰত্ব অতিক্ৰম কৰিলে, 1 ঘণ্টাত কিমান কি: মি: অতিক্ৰম কৰিব? ৩

৭। 10 টকীয়া মুদ্ৰাৰ টোপোলা এটাৰ ওজন 8 কি: গ্রা:। এটা মুদ্ৰাৰ ওজন 25 গ্ৰাম হ’লে‍ টোপোলাটোত কিমানটা মুদ্ৰা আছে? ৩

৮৷ দাগচিহ্নৰ সহায়ত প্ৰকাশ কৰা : ৪

চেণ্ডণ— 16

নিম— 7

গমাৰী— 25

অগৰু— 12

 

(PART—IV)

বিষয়: কলাশিক্ষা আৰু সাধাৰণ জ্ঞান

(নম্বৰ: ২৫)

১৷ এটা প্ৰাকৃতিক দৃশ্য আঁকা। ১০

২। এটা আঁহত পাতৰ ছবি আঁকা। ৫

৩। উত্তৰ লিখা: ১ x ১০=১০

  (ক) অসম কেশৰী বুলিলে কোনগৰাকী ব্যক্তিক বুজায়?

  (খ) শান্তিৰ নোবেল বঁটা পোৱা প্ৰথম মহিলাগৰাকী কোন?

  (গ) অৰ্থনীতিত নোবেল বঁটা পোৱা ভাৰতীয় ব্যক্তি কোন?

  (ঘ) চন্দ্ৰৰ লগত সম্পৰ্ক থকা গ্ৰহটোৰ নাম কি?

  (ঙ) ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে?

  (চ) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

  (ছ) অসমৰ কোনখন ঠাইত পৰিভ্ৰমী চৰায়ে নিজে নিজে মৃত্যুমুখত পৰে?

  (জ) প্রথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন?

  (ঝ) বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি?

  (ঞ) 2017 চনৰ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা অসমৰ খেলুৱৈগৰাকীৰ নাম লিখা।

 

(PARTV)

বিষয়: পৰিৱেশ অধ্যয়ন

(নম্বৰ: ২৫)

১। উত্তৰ লিখা: ১ x ৫ =৫

(ক) অণুজীৱৰ এটা বৈশিষ্ট্য লিখা৷

(খ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা৷

(গ) কিমান চনত পঞ্চায়ত আইনখন প্ৰণয়ন কৰা হৈছিল?

(ঘ) প্রাকৃতিক বিভাগ অনুসৰি অসমক কেই ভাগত ভগোৱা হৈছে?

(ঙ) এছি‍য়া মহাদেশৰ দ্বিতীয় দীৰ্ঘতম দলংখনৰ নাম কি, লিখা৷

২। খালী ঠাই পূৰ কৰা: ১ x ৪=৪

(ক) ____শৰীৰত প্রতিষেধক হিচাপে কাম কৰে।

(খ) সংবিধানত থকা মৌলিক অধিকাৰৰ সংখ্যা ___৷

(গ) থৰ মৰুভূমি উত্তৰৰ ____ অঞ্চলত অৱস্থিত।

(ঘ) ভাৰতৰ ৰাজধানী ____৷

৩৷ বুজাই লিখা: ২ x ৫ =১০

(ক) গাঁও পঞ্চায়তৰ দুটা কাম উল্লেখ কৰা।

(খ) ভাৰতৰ প্রথম স্বাধীনতা সংগ্ৰাম বুলিলে কোনটো বিদ্ৰোহক জনা যায়? এই বিদ্ৰোহৰ গুৰিধৰোঁতাজনৰ নাম কি?

(গ) বানপানীৰ পৰা প্রতিকাৰ পাবলৈ ল’ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।

(ঘ) প্ৰাকৃতিকভাৱে হোৱা দুটা দুৰ্যোগৰ নাম লিখা ৷

(ঙ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্রয়োজন?

৪৷ নিৰ্দেশাত্মক নীতিসমূহক কেই ভাগত ভাগ কৰা হৈছে? কিকি? ৪

৫। চমু টোকা লিখা (যি কোনো এটা): ২

(ক) প্ৰদূষক

(খ) উত্তৰ-পূব ভাৰত

(গ) ৰঙিয়াৰ ৰাইজমেল



অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ