পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (প্ৰথম শ্ৰেণী, সমল নং: ২)

অসম চৰকাৰ
ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং-২)
(প্ৰথম শ্ৰেণীৰ বাবে)

বিষয়: অসমীয়া (অংকুৰণ)

১) লিখিবলৈ শিকোঁ আহা

২) তলৰ ছবিবোৰ চাই -কাৰ (স্বৰ) চিন আৰু শব্দবোৰ পঢ়া—

শিক্ষক/ আভিভাৱকে শব্দবোৰ বানান কৰি পাঢ়িবলৈ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব৷

৩) বাকচৰ ঠাইত -কাৰ (স্বৰ) চিনবোৰ লিখা—

উদাহৰণ -

ক+উ= কু 

খ+উ=খু 

ক+ঐ= কৈ

ক+ু=কু 

খ+ু= খু

ক+ঐ= কৈ

খ+ঐ= খৈ

ক+ও= কো

খ+ও= খো

খ+[ ]= খৈ

খ+  খো

৫) ই, ম, ণ, জ, শ থকা শব্দকেইটাত O চিন দিয়া—

জেৰিণা আইতা ৰবৰ ভাত জিকা ইনা

মাখি তৰা মইনা কাণ ইটা বৰশী

দেউতা কণ

(অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক ‘অংকুৰণ’ প্ৰথম ভাগৰ পাঠ নং ২ত থকা ‘জেউতি’ কবিতাটো ডাঙৰকৈ পঢ়িবলৈ দিব আৰু তাত থকা আখৰ আৰু শব্দৰ লগত চিনাকি কৰাই দিব।)

৬) ই, উ, এ, জ, ণ, ত, ন আৰু ম আখৰ ক’ত ক’ত আছে বিচাৰি উলিওৱা—

৭) তোমালোকৰ পাঠ্যপুথিত থকা ‘মেকুৰী আৰু কাউৰীৰ মিতিৰালি’—

এই সাধুটোত থকা ছবি চাই তলৰ খালী ঠাইত উপযুক্ত শব্দ লিখা—

ক) মেকুৰীয়ে ................... বাইছে।

খ) কাউৰীয়ে ………………….. লৈ গ’ল৷

গ) বৰশী বনাবলৈ দীঘল ……………… এডাল আনা৷

ঈ, ঊ, ঋ, এ আৰু ঔ— এই আখৰকেইটাৰে এটাকৈ শব্দ লিখা।

৮) ফুটবোৰ লগ লগাই তলৰ ছবি দুখন সম্পূৰ্ণ কৰা আৰু ছবি দুখনত ৰং কৰা—

অভিভাৱকসকলৰ বাবে নিৰ্দেশনা— ল’ৰা-ছোৱালীক ছবিবোৰত ৰং দিবলৈ ঘৰৰ চৌপাশত থকা বিভিন্ন গছৰ পাত আৰু ফুলৰ পৰা পোৱা প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিবলৈ শিকাব৷


Sub: English
Lesson 1 - Come Little Children

1. Circle the letters- C E M W

2. Match –

3. Add ‘e’: me b___ se__ be__

Add ‘y’: sa__ da__ ma__ ra__

Add ‘l’: bel_ fel__ tel__ sel__

Come little children,

Come to me,

We will sing now ABC.

4. Trace and draw –

5. Trace and draw –

6. Look at the pictures and say their names –

 The guardians/ teachers will encourage students say the names of the birds in home language and in English.


বিষয়: নতুন গণিত

১৷ তলৰ তালিকাখনত সংখ্যাবোৰ লিখোঁ আহা

২) গণনা কৰি সংখ্যা লিখোঁ আহা—

৩) গণনা কৰি যোগ কৰোঁ আহা-

৪) যোগ কৰিবলৈ শিকোঁ আহা—

উদাহৰণ—

২, ৫ ৭

এতিয়া নিজে যোগ কৰা -

যোগ কৰা আৰু মিলোৱা -

(৪+৩)   (২+২)

(৩+৫)  (৩+১)

(১+৩)  (৫+৩)

(৪+৪)  (৩+৪)

(৫+২) (৭+১)

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ