পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (দ্বিতীয় শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং-২)
(দ্বিতীয় শ্ৰেণীৰ বাবে)


পাঠ্যপুথি - অংকুৰণ
পাঠ নং ১ - আমাৰ পঢ়াশালি

১) তলত দিয়া শব্দবোৰ পঢ়া আৰু লিখা—

পঢ়াশালি: ……

শিক্ষাগুৰু: ……

মিলিজুলি: ……

পূজনীয়: ……

চাফ-চিকুণ: ……

চৌহদ: ……

২) তোমাৰ নামৰ প্ৰথম আখৰটো কি? সেই আখৰেৰে চাৰিটা শব্দ লিখা৷

উদাহৰণ-

নমিতা- ন নয়ন, নাহৰ, নবীন, নিজৰা

৩) মনত পেলাই লিখোঁ আহা:

ক) পূৰ্ণমাত্ৰা থকা আখৰ

উদাহৰণ— ক

খ) অৰ্ধমাত্ৰা থকা আখৰ

উদাহৰণ— ঝ

গ) মাত্ৰা নথকা আখৰ

উদাহৰণ— ঔ

৪) নিজৰ পৰিচয় লিখোঁ আহা—

নাম:

বয়স: 

জন্মৰ তাৰিখ: 

পিতৃ/অভিভাৱকৰ নাম:

মাতৃ/অভিভাৱকৰ নাম:

৫) চাই চাই তিনিবাৰ লিখা-

এইখন আমাৰ বিদ্যালয়

ডাঙৰকৈ পঢ়া -

আমি সকলোৱে পঢ়াশালিলৈ যাওঁ৷ পঢ়াশালিত আমি আমাৰ সহপাঠীৰ লগত হাঁহি-ধেমালিৰে দিনবোৰ পাৰ কৰোঁ নহয়নে? পঢ়াশালিলৈ গৈ আমি কি কি কৰোঁ কোৱাচোন৷ পাঠ্যপুথিৰ পাঠ পঢ়াৰ লগতে সাধু শুনো, গান গাওঁ, ছবি আঁকো, নাচোঁ নহয়নে? এনেদৰে পঢ়াশালিত আমি বিভিন্ন বিষয়ৰ শিক্ষা লওঁ। পঢ়াশালিলৈ গৈ খুব ভাল লাগে৷ তাত আমি বহুতো সমনীয়া লগ পাওঁ। আমি আমাৰ ওচৰৰ সকলো বন্ধু-বান্ধৱীকে পঢ়াশালিলৈ যাবলৈ ক’ব লাগে৷

পাঠ নং ২ - কেৰ্কেটুৱালৈ মৰম

১/ তুমি তোমাৰ ঘৰৰ চৌহদত নাইবা ওচৰত/ গাঁৱত দেখা জন্তুবোৰৰ নাম লিখা৷

উদাহৰণ: গৰু

২/ তুমি কেৰ্কেটুৱা দেখিছানে? এয়া চোৱা কেৰ্কেটুৱাৰ ছবি।

যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা—

কেৰ্কেটুৱা ৰ্ক ৰ+ক ৰই কই ৰ্ক তৰ্ক, সতৰ্ক

র্ব ৰ+ব ৰই বই ৰ্ব - গৰ্ব, পৰ্বত

ৰ্ম ….. + …..  ……..   …….

ৰ্ম ….. + …..  ……..   …….

ৰ্ত ….. + …..  ……..   …….

ৰ্ত ….. + …..  ……..   …….

ৰ্ণ ….. + …..  ……..   …….

ৰ্ণ ….. + …..  ……..   …….

৩/ তলৰ ছবিখন ৰং কৰা। কি কি ৰং ব্যৱহাৰ কৰিছা লিখা আৰু ছবিত থকা চৰাইবিধৰ নাম লিখা৷ (নোৱাৰিলে আনৰ সহায় ল’বা)

৪) ডাঙৰকৈ পঢ়া—

কেৰ্কেটুৱা এবিধ মৰম লগা জীৱ৷ তাৰ দীঘল নেজডাল যে ইমান নোমাল ভাল লাগে হয়নে? কেৰ্কেটুৱা এবিধ এন্দুৰ জাতীয় প্ৰাণী। আমাৰ যে আইতা ককাহঁতে কয়— ‘‘কেৰ্কেটুৱাই তামোল কুটে নেউলক বান্ধি কিলায়”— শুনিছানে? কেৰ্কেটুৱাই গছতো বগাব পাৰে। তোমাৰ ঘৰৰ মা-দেউতা, ককা-আইতাহঁতক সুধিবাচোন কেৰ্কেটুৱা দেখিবলৈ কেনেকুৱা আৰু পাৰিলে দেখুৱাই দিবলৈ ক’বা৷


Sub: English
Lesson 1 - The Toy Man

1. Make words-

2. Write the names of the shapes.

2.a) Colour (use different colours for different objects)

The guardians/ teachers will ask students to use natural plants, leaves, flowers for colouring.

3. b) Read-

Raju is a toy man.

He sells toys.

He also sells caps.

Children love him.

4. Read-

One day, Dina went to a fun fair with her mother. At the fair Dina saw things like toys, cars, icecream,

dolls, bangles, hairbands etc. She liked the things very much. She bought a few things for her.

Now complete the following:

Raju is a ------------ -----------.

He sells---------------.

He also sells------------.

Children ______________ him.

Look at the pictures and write what Dina bought-





5. Write who am I?



toy seller book seller ice cream man cobbler

6. Make words.




Cat, ……………….., …………………., …………………..,

………..…..…, …..…………., …………….., ……….………,

………..…..…, …..…………., …………….., ……….………,

7. Write these sentences -

Once upon a time there was a cap seller.

He moved from place to place.

A troop of monkeys came to the place.

The cap seller sat under a tree.

The cap seller took off his cap and threw it away.

…………………………………………………………………………………………………………………………………

…………………………………………………………………………………………………………………………………

…………………………………………………………………………………………………………………………………


বিষয়: গণিত

খালী ঠাইত উপযুক্ত সংখ্যা লিখা:

যোগ কৰা-

ক) ৫ + ৩= ৮

খ) ৪ + ৭=১১

গ) ৬ + ২= ৮

ঘ) ৩ + ৯= ১২

ঙ) ৮ + ৩= ১১

চ) ৯ + ১= ১০

ছ) ৫ + ৮=  ১৩

জ) ৬ + ৫= ১১

ঝ) ৪ + ৫= ৯


বিয়োগ কৰা-

ক) ৯ - ৩ = ৬

খ) ৮ - ১= ৭

গ) ৭ - ৫= ২

ঘ) ৫ - ১= ৪

ঙ) ৬ - ২=  ৪

চ) ১০ - ৭= ৩

ছ) ৯ - ৪=  ৫

জ) ৭ - ২= ৫

ঝ) ৮ - ৪= ৪

তলৰ সংখ্যাবোৰ বহলাই লিখা—

১৩ ➡ ১ দহ ৩
৩১ ➡ ৩ দহ ১
২৫ ➡ ২ দহ ৫
২৪ ➡ ২ দহ ৪
১২ ➡ ১ দহ ২
১৯ ➡ ১ দহ ৯
২৭ ➡ ২ দহ ৭
৪৩ ➡ ৪ দহ ৩
৩৬ ➡ ৩ দহ ৬
১৫ ➡ ১ দহ ৫
৫৩ ➡ ৫ দহ ৩
১১ ➡ ১ দহ ১
৩৮ ➡ ৩ দহ ৮
২৬ ➡ ২ দহ ৬
৪১ ➡ ৪ দহ ১
৩৩ ➡ ৩ দহ ৩
২৩ ➡ ২ দহ ৩
১৮ ➡ ১ দহ ৮


তলৰ সংখ্যাবোৰ দহক আৰু এককত লিখা—

১৭ দহক একক
১৯ দহক একক
২৮ দহক একক
৩৫ দহক একক
৪২ দহক একক
২৭ দহক একক
৩৯ দহক একক
৪৮ দহক একক
৪৫ দহক একক
২২ দহক একক
২৬ দহক একক
১৫ দহক একক
৫০ দহক একক
৩২ দহক একক
৪৩ দহক একক
১১ দহক একক

দহৰ মুঠা আৰু খোলা কাঠী গণনা কৰি পঢ়া আৰু লিখা (২১ৰ পৰা ৩০লৈ)

সংখ্যাবোৰ আখৰেৰে লিখা

সংখ্যা আখৰেৰে‍ নিজে লিখা
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৭
৪৮
৪৯
৫০

পিছৰ সংখ্যাটো লিখা:

৪২
৪৩
২৫
২৬
৩৫
৩৬
২৯
৩০
৩৭
৩৮
৪১
৪২
৩১
৩২
৩৯
৪০
৩৩
৩৪
২৮
২৯
৪৮
৪৯
৪৯
৫০

আগৰ সংখ্যাটো লিখা:

৪২
৪৩
২১
২২
৩৩
৩৪
২৯
৩০
১৫
১৬
৩৭
৩৮
২৭
২৮
৩৯
৪০
২৮
২৯
৩৪
৩৫
৪৪
৪৫
৪৯
৫০
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ