পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (তৃতীয় শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং-২)
(তৃতীয় শ্ৰেণীৰ বাবে)



বিষয়: অসমীয়া (অংকুৰণ)
পাঠ নং ২- একতাৰ বল

১৷ তোমালোকৰ পাঠ্যপুথিৰ ২ নং পাঠত থকা ‘একতাৰ বল’ নামৰ পাঠটো ভালকৈ পঢ়া৷ পাঠটো পঢ়ি কি শিকিলা তাৰ ওপৰত পাঁচটা বাক্য লিখা৷

উত্তৰ:

(ক) মিলা-প্ৰীতিৰে থাকিলে কোনেও সহজে হানি‍-বিঘিনি ঘটাব নোৱাৰে৷

(খ) অকলে কৰিব নোৱৰা কাম লগে-ভাগে কৰিব পাৰি৷

(গ) মিলা-প্ৰীতিৰে 

২৷ ‘একতাৰ বল’ নামৰ পাঠটোৰ সহায়ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা৷

ক) পাঠ্যপুথিত থকা পাঠটোৰ মতে খেতিয়কজনৰ কেইজন পুতেক আছিল?

উত্তৰ: পাঠ্যপুথিত থকা পাঠটোৰ মতে খেতিয়কজনৰ চাৰি‍জন পুতেক আছিল৷

খ) মহীকান্তই সাধুটো কাক কৈছিল?

উত্তৰ: মহীকান্তই সাধুটো নাতি‍-নাতিনীয়ে‍কহঁতক কৈছিল৷

গ) মহীকান্ত কোন আছিল?

উত্তৰ: মহীকান্ত গাঁওখনৰ গাঁওবুঢ়া আছিল৷

ঘ) খেতিয়কজনে পুতেকহঁতক কিয় ইকৰা ভাঙিবলৈ কৈছিল?

উত্তৰ: খেতিয়কজনে পুতেকহঁতক একতাৰ শক্তি বুজাবৰ বাবে‍ ইকৰা ভাঙিবলৈ কৈছিল৷

ঙ) ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে?

উত্তৰ: ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে৷

চ) মিলিজুলি থাকিলে কি হয়?

উত্তৰ: মিলিজুলি থাকিলে মানুহ কেতিয়াও বিপদত নপৰে আৰু যিকোনো জটিল কাম সহজে‍ সমাধান কৰিব পাৰি৷

৩৷ বৰ্ণৰ সৈতে য় যোগ কৰি যুক্তাক্ষৰ লিখোঁ আহা আৰু সেই যুক্তাক্ষৰ থকা শব্দকেইটা গঠন কৰোঁ আহা—

বৰ্ণ যুক্তাক্ষৰ শব্দ
উদাহৰণ: ক + য় (কই য়ই) ক্য বাক্য, চানক্য
খ + য় (খই য়ই) খ্য মুখ্য, আলেখ্য
গ + য় (গই য়ই) গ্য যোগ্য, ভোগ্য
ল + য় (লই য়ই) ল্য বাল্য, শল্য
জ + য় (জই য়ই) জ্য বাণিজ্য, পূজ্য
স + য় (সই য়ই) স্য শস্য, যশস্যা
দ + য় (দই য়ই) দ্য বাদ্য, বিদ্যা

৪৷ তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য লিখা—

মূল্যৱান: সোণ এবিধ মূল্যৱান ধাতু৷

বাণিজ্য: উন্নত বাণিজ্যৰ বাব‍ে উন্নত যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন৷

শস্য: পলসুৱা মাটিত শস্যৰ উৎপাদন ভাল হয়৷

মিলা-প্ৰীতি‍: আমি সকলো মিলা-প্ৰীতিৰে থাকিব লাগে৷

৫৷ তলত দিয়া তালিকাখনৰ পৰা উপযুক্ত যুক্তাক্ষৰ আনি খালী ঠাই পূৰ কৰা

ক্য, ত্য, খ্য, ঠ্য, ধ্য, ল্য, স্য, ব্য, গ্য

ক) শিক্ষাগুৰুসকল আমাৰ নমস্য

খ) কৰ্মতকৈ ভাগ্য ডাঙৰ নহয়৷

ঘ) গছ-গছনি আমাৰ অমূল্য সম্পদ৷

ঙ) অধ্যয়ন কৰিলেহে জ্ঞান লাভ হয়৷

চ) অংকুৰণ আমাৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি৷

৬৷ জীৱ-জন্তু, পোক-পৰুৱা আদিৰ নাম লিখি, সিহঁতে মিলিজুলি কৰা কামৰ উল্লেখ কৰি তলৰ তালিকাখন প্ৰস্তুত কৰা—

উদাহৰণ: মৌ-মাখি মিলিজুলি মৌ-চাক সাজে আৰু মৌ-জোল গোটায়৷


Sub: English
Lesson: 1- Ten Little Fingers

1. a) Circle the number 8 

1. b) Circle the number 6

1. c) Count and read

d) Match-

2. a) Look at the parts of body and read their name

2. b) Fill in the blanks-

I. We see with our   eyes  .eyes

II. We smell with our   nose  . nose

III. We hear with our   ears  . ears

IV. We walk with our   legs  . legs

V. We work with our   hands  .hands

2. c) Write the following letters in correct order in the blank column.

yee eye eyes
net ten
10
slge legs legs
etrhe three
3
soen nose nose
venes seven
7

3. a) A baby duck is called a duckling. Let's learn the names of animals and birds with their young ones.

3. b) Match - 

3. c) Colour the lovely duck-

4. Look at the picture. Write names of five objects and things. (First letters of the words are given)

scene

a) s  u   n 

b) t  r   e   e 

c) l  o   t   u   s 

d) d  u   c   k 

e) r  i   v   e   r 

5. Look at the picture and read the sentences given in the box.

Once upon a time a mother duck and her ducklings lived happily near a lake. The ducklings swam in the lake. They played near the lake. One day a fox came. The ducklings ran to the lake. They swam in the lake. They felt happy to see the mother duck also coming back there.

Now copy two sentences about what the ducklings do.

1.   The ducklings swam in the lake.  

2.   The ducklings played near the lake.  


বিষয়: গণিত
পাঠ নং ১- আকৃতি আৰু নক্সা

১) তলৰ বস্তুসমূহ জ্যামিতিক আকৃতিৰ লগত মিলোৱা—


বস্তু জ্যামিতিক আকৃতি‍
গিলাচ চুঙা
লাড়ু গোলক
মমবাতি‍ চুঙা
কালাকান্দ আয়তীয় ঘনক
টুপী শংকু

তলৰ বস্তুসমূহ জ্যামিতিক আকৃতিৰ লগত মিলোৱা


২)  

লুডুৰ পাশাটিলৈ চোৱা৷ ইয়াৰ কাষ, চুক আৰু তল বা পিঠি আছে৷
বলটোলৈ মন কৰা৷ ইয়াৰ কাষ আৰু চুক নাই৷ মাত্ৰ তল বা পিঠি এখনহে আছে৷

৩) জ্যামিতিক আকৃতিবোৰৰ কাষ, চুক আৰু পিঠি বা তল অনুযায়ী তালিকাখন পূৰ কৰা৷

জ্যামিতিক আকৃতি কাষৰ সংখ্যা চুকৰ সংখ্যা তল বা পিঠিৰ সংখ্যা
১২
১২

টোকা:- অভিভাৱকসকলে ল’ৰা-ছোৱালীক নিজৰ ঘৰত থকা বেলেগ বেলেগ জ্যামিতিক আকৃতিৰ বস্তুবোৰ দেখুৱাই বুজাই দিব৷

তলৰ চিত্ৰবোৰত আকৃতি অনুযায়ী ৰং কৰা

বৃত্তাকৃতিত ৰঙা ৰং

ত্ৰিভুজাকৃতিত নীলা ৰং

আয়তাকৃতিত সেউজীয়া ৰং

বৰ্গাকৃতিত হালধীয়া ৰং

চুক আৰু কাষ অনুযায়ী তলৰ তালিকাখন পূৰ কৰা—

৫) তলত দিয়া আকৃতিসমূহৰ প্ৰতিটোৰে চুকৰ সংখ্যা গণনা কৰি লিখা—

৬) এতিয়া তোমালোকে এখিলা কাগজ লোৱা আৰু ‘ক’ ছবিত দেখুওৱা আকৃতিবোৰৰ নিচিনাকৈ কাটি উলিওৱা৷ এতিয়া সেই নমুনাবোৰেৰে ‘খ’ ছবিত দেখুওৱা ধৰণে তলৰ খালী ঠাইত আঠা লগাই ৰং কৰিবা৷ (ডাঙৰৰ লগত কৰিবা)

অভিভাৱকে ল’ৰা-ছোৱালীৰ কাষত থাকি কাগজ কাটোঁতে সহায় কৰি দিব৷

পাঠ নং ২
সংখ্যাৰ ধাৰণা (১০০ৰ পৰা ৫০০ লৈ)

১) খালী ঠাইবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰা—

১০১ ১০২ ১০৩ ১০৪ ১০৫ ১০৬ ১০৭ ১০৮ ১০৯ ১১০
১১১ ১১২ ১১৩ ১১৪ ১১৫ ১১৬ ১১৭ ১১৮ ১১৯ ১২০
১২১ ১২২ ১২৩ ১২৪ ১২৫ ১২৬ ১২৭ ১২৮ ১২৯ ১৩০
১৩১ ১৩২ ১৩৩ ১৩৪ ১৩৫ ১৩৬ ১৩৭ ১৩৮ ১৩৯ ১৪০
১৪১ ১৪২ ১৪৩ ১৪৪ ১৪৫ ১৪৬ ১৪৭ ১৪৮ ১৪৯ ১৫০
১৫১ ১৫২ ১৫৩ ১৫৪ ১৫৫ ১৫৬ ১৫৭ ১৫৮ ১৫৯ ১৬০
১৬১ ১৬২ ১৬৩ ১৬৪ ১৬৫ ১৬৬ ১৬৭ ১৬৮ ১৬৯ ১৭০
১৭১ ১৭২ ১৭৩ ১৭৪ ১৭৫ ১৭৬ ১৭৭ ১৭৮ ১৭৯ ১৮০
১৮১ ১৮২ ১৮৩ ১৮৪ ১৮৫ ১৮৬ ১৮৭ ১৮৮ ১৮৯ ১৯০
১৯১ ১৯২ ১৯৩ ১৯৪ ১৯৫ ১৯৬ ১৯৭ ১৯৮ ১৯৯ ২০০

২) যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সৈতে পৰিচয় হওঁ আহা—

বস্তু গণনা কৰিবলৈ আমি ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০ আদি সংখ্যাবোৰ ব্যৱহাৰ কৰোঁ, নহয় নে? যেনে— দুটা মাৰ্বল, তিনিটা বেলুন, চাৰিটা আম আদি৷

কেতিয়াবা আমি বস্তুবোৰ দুটা দুটাকৈ যোৰ কৰোঁ৷ দুটা দুটাকৈ যোৰ কৰিলে পাম—

মন কৰাচোন, ২ সংখ্যক বস্তুৰ পৰা আমি এটা যোৰ পাওঁ৷ তেনেদৰে ৪ সংখ্যক বস্তুৰ পৰা দুটা যোৰ, ৬ সংখ্যক বস্তুৰ পৰা তিনিটা যোৰ পাওঁ৷ ২, ৪, ৬-ৰ দৰে সংখ্যাবোৰক যুগ্ম সংখ্যা বোলা হয়৷ ৩, ৫, ৭ সংখ্যক বস্তুৰ পৰা দুটা দুটাকৈ যোৰ কৰিলে আমি একোটাকৈ যোৰত নথকা বস্তু পাওঁ৷ সেয়েহে ৩, ৫, ৭ আদি সংখ্যাবোৰ অযুগ্ম সংখ্যা৷

মন কৰা যে—

অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম
১০
যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম

কোনবোৰ যুগ্ম আৰু কোনবোৰ অযুগ্ম চাওঁ আহা—

00000000000 00 00 00 00 00 0 অযুগ্ম
১১
000000000000 00 00 00 00 00 00 যুগ্ম
১২
0000000000000 00 00 00 00 00 00 0 অযুগ্ম
১৩

যোৰ (যুগ্ম) নে বিযোৰ (অযুগ্ম) চাওঁ আহা

🍌🍌   + 🍌🍌
এযোৰ + এযোৰ
= দুযোৰ
২টা + ২টা = ৪ টা
(যোৰ বা যুগ্ম)
🍌🍌 + 🍌🍌 +🍌
এযোৰ + এযোৰ + এটা
= দুযোৰ আৰু এটা
২টা + ২টা + ১টা 
= ৪টা +১টা
= ৫ টা
(বি‍যোৰ বা অযুগ্ম)

জানি লওঁ আহা—

কোনো সংখ্যাৰ এককৰ ঘৰত যদি ০, ২, ৪, ৬ বা ৮ থাকে তেন্তে সংখ্যাটো হ’ব যুগ্ম

কোনো সংখ্যাৰ এককৰ ঘৰত যদি ১, ৩, ৫, ৭ বা ৯ থাকে তেন্তে সংখ্যাটো হ’ব অযুগ্ম

উদাহৰণ:-

যুগ্ম সংখ্যা
১০, ১২, ২৪, ১১৬, ১৩৮, ৪৮, ৯৮
অযুগ্ম সংখ্যা
১১, ৩৩, ৫৭, ৫৯, ৭১, ১১৩, ১২৫, ১৩৭

৩) তলত থকা সংখ্যাবোৰৰ ভিতৰত যুগ্ম সংখ্যাবোৰত ৩৯৭ চিন দিয়া৷

২৩, ১৪, ৫২, ১৯, ৩০, ৮৭, ৫৩, ৭০, ৬৬, ১২৪, ৩৮৭, ২৫০, ৯১, ৬৩, ১৫৯, ২২২, ৩৪২, ৯৫, ১১৭, 8৫৬

৪) তলত থকা সংখ্যাবোৰৰ ভিতৰত অযুগ্ম সংখ্যাবোৰত ৩৯৭ চিন দিয়া৷

৩২, ৫৪, ১২, ১৯, ৪০, ৮৭, ৫৩, ২৫, ৬৪, ১৪১, ২৮১, ৩৫০, ৭১, ২৬৩, ১৫৯, ৩৩৩, ৩৪২, ৯৫, ১১৭, ৪৬৯, ২৩১, ৩২৪, ১৬০, ২৭২, ৩৫৫, ৪৩৬, ৩৯০, ৩৯৭

৫) স্থানীয় মান অনুসৰি সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা—

১৪৭ = ১০০+ ৪০ + ৭

১৭২ =   ১০০+ ৭০ + ২  

২৫৩ =   ২০০+ ৫০ + ৩ 

২০৬ =   ২০০ + ৬       

৩৮১ =   ৩০০+ ৮০ + ১ 

৩৫০ =   ৩০০+ ৫০   

৪২২ =    ৪০০+ ২০ + ২  

৬) বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা—

১০০ + ২০ + ৩ = ১২৩ 

৩০০ + ০ + ২ = ৩০২

১০০ + ৪০ + ৭ = ১৪৭

৩০০ + ৪০ + ৩ = ৩৪৩

১০০ + ০ + ৪ = ১০৪

৩০০ + ৭০ + ১= ৩৭১

১০০ + ৫০ + ৬ = ১৫৬

৩০০ + ৩০ = ৩৩০

১০০ + ২০ + ৫ = ১২৫

৪০০ + ১০ + ৯ = ৪১৯

২০০ + ৩০ + ১ = ২৩১

৪০০ + ২০ + ৪ = ৪২৪

২০০ + ২০ + ৪ = ২২৪

৪০০ + ৫০ + ৬ = ৪৫৬

২০০ + ৫০ + ৭ = ২৫৭

৪০০ + ৬০ + ৩ = ৪৬৩

২০০ + ১০ + ২ = ২১২

৪০০ + ৯০ + ৩ = ৪৯৩

৭) নিজে কৰা :

(তলৰ অসমীয়া বৰ্ণবোৰ হিচাপ কৰা)

ক প য ল ক
ক য প য প
প য ল ক প
য ল প ক ক
প ক য ল ক

তালিকাখনত

• ক বৰ্ণ আছে = টা

• প বৰ্ণ আছে = টা

• আটাইতকৈ বেছি থকা বৰ্ণটো =

• আটাইতকৈ কম থকা বৰ্ণটো হ’ল =

৮) (ইংৰাজী আখৰবোৰ হিচাপ কৰা):

P A B W
W P A B
P B P A
W A W P
P A P W

তালিকাখনত—

• আটাইতকৈ বেছি থকা বৰ্ণটো = P

• আটাইতকৈ কম থকা বৰ্ণটো হ’ল = B

• W বৰ্ণৰ সংখ্যা হ’ল =

• B বৰ্ণৰ সংখ্যা হ’ল =

৯) একে সংখ্যা কিমানটা আছে বিচাৰি গণনা কৰা:

১১ ৫৫ ৪৪ ১১ ৪৪ ১১
৯৯ ৯৯ ৫৫ ১১ ২২ ৪৪
৯৯ ৯৯ ৫৫ ১১ ২২ ৪৪
৫৫ ১১ ২২ ১১ ৫৫ ৪৪
২২ ৫৫ ৫৫ ৫৫ ৯৯ ৯৯
২২ ২২ ১১ ২২ ১১ ১১

• মুঠ সংখ্যা কিমানটা আছে? =

• ১১ সংখ্যা কিমানটা আছে? = ১০

• ৯৯ সংখ্যা কিমানটা আছে? =

• বেছি থকা সংখ্যাটো হ’ল = ১১

তলত দিয়া সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই খালী বাকচত ভৰোৱা—

৬৮ ৫৫ ৭২ ৪৯ ৩৩ ৩৩ ৪৯ ৫৫ ৬৮ ৭২
৯৩ ৩৯ ৪৬ ৬৪ ৯৯ ৩৯ ৪৬ ৬৪ ৯৩ ৯৯


বিষয়— পৰিৱেশ অধ্যয়ন
পাঠ নং ১— গছ-গছনিৰ কথা
(আগৰ শ্ৰেণীৰ পুনৰালোচনা)

তোমালোকে ইতিমধ্যে শিকিলা যে আমাৰ চাৰিওফালে থকা গছ-গছনিবোৰ বেলেগ বেলেগ ধৰণৰ৷ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি গছবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে৷ সেইবোৰ হ’ল— বৃক্ষজাতীয়, গুল্মজাতীয়, লতাজাতীয় আৰু তৃণজাতীয় উদ্ভিদ৷ তলৰ ছবিবোৰ চাই গছৰ শ্ৰেণীবোৰ বুজি লওঁ আহা—

বৃক্ষজাতীয় উদ্ভিদ

লতাজাতীয় উদ্ভিদ

গুল্মজাতীয় উদ্ভিদ

তৃণজাতীয় উদ্ভিদ

টোকা— অভিভাৱকে ল’ৰা-ছোৱালীক গছ-গছনিৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে উদাহৰণেৰে সৈতে বুজাই দিব৷

পাঠটো পঢ়া আৰু তলৰ কাৰ্যবোৰ কৰিবলৈ চেষ্টা কৰা৷

কাৰ্য—১

তোমাৰ চৌপাশ আৰু ঘৰৰ বাৰীত থকা গছবোৰ পৰ্যবেক্ষণ কৰা আৰু গছৰ গঠন অনুসৰি কি কি শ্ৰেণীত ভগাব পাৰি সিপিঠিৰ তালিকাত লিখা৷

গছ-গছনিৰ নাম বৃক্ষ গুল্ম লতা তৃণ
আম


কঁঠাল


বেঙেনা


বিলাহী


জলকীয়া


জেতুকা


জবাফুল


ৰঙালাউ


জিকা


জাতিলাউ


কোমোৰা


ভাতকেৰেলা


তিতাকৰেলা


কুন্দুলী


ধুন্দুলী


পতল


ধান


বাঁহ


কুঁহিয়াৰ


দূবৰি বন


মাকৈ‍


দল


কাৰ্য— ২: শুদ্ধ উত্তৰটো বাছি উলিয়াই (✓) চিন দিয়া

(ক) গা-গছ টান আৰু শকত, বৰ ওখ আৰু ডাঙৰ গছবোৰ হ’ল—

১৷ গুল্ম ২৷ বৃক্ষ ৩৷ লতা ৪৷ তৃণ

উত্তৰ: বৃক্ষ৷

(খ) বগাই যোৱা উদ্ভিদবোৰেই হ’ল—

১৷ বৃক্ষ ২৷ গুল্ম ৩৷ লতা ৪৷ তৃণ

উত্তৰ: লতা৷

(গ) ধান এবিধ—

১৷ বৃক্ষজাতীয় উদ্ভিদ ২৷ গুল্মজাতীয় উদ্ভিদ

৩৷ লতাজাতীয় উদ্ভিদ ৪৷ তৃণজাতীয় উদ্ভিদ

উত্তৰ: তৃণজাতীয় উদ্ভিদ৷

(ঘ) আম গছৰ গা-টো-

১৷ কোমল আৰু ফোপোলা ২৷ কোমল আৰু লেহুকা

৩৷ শকত আৰু ফোপোলা ৪৷ শকত আৰু টান

উত্তৰ: শকত আৰু টান৷

কাৰ্য—৩: কৰি চোৱা—

এজোপা ঘাঁহ উভালি আনা৷ চাবা যাতে মাটিৰ তলত থকা অংশটোও আহে৷

সেই অংশটোক কি বোলে? ইয়াৰ কাম কি?

উত্তৰ: মাটিৰ তলত থকা অংশটোত শিপা বোলে৷ ইয়াৰ কাম হৈছে‍

ক) শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি লৈ গছজোপাক যোগান ধৰে৷

খ) সিপাই মাটিত খামুচি ধৰি থাকি গছজোপা থিয় হৈ থকাত সহায় কৰে৷

কাৰ্য—৪

গছ-গছনিবোৰ আমাৰ কি কি কামত প্ৰয়োজন হয় চাৰিশাৰী বাক্যত লিখা৷

উত্তৰ:

ক) গছ-গছনিৰ পৰা আমি খাদ্যশস্য, ফুল, ফল-মূল, খৰি, ঘৰ সজা সামগ্ৰী আদি পাওঁ৷

খ) গছৰ পৰা আমি কাপোৰ প্ৰস্তুত কৰোঁতে‍ প্ৰয়োজন হোৱা আঁহ পাওঁ৷

গ) গছ-গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে‍৷

ঘ) গছ-গছনিয়ে বায়ু নিৰ্মল হৈ থকাত সহায় কৰে৷ 

কাৰ্য—৫

এখিলা আম পাত আৰু এখিলা কঁঠাল পাতৰ ছবি আঁকা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ